আঞ্চলিক সংবাদ

July 11, 2025 7:52 PM July 11, 2025 7:52 PM

views 6

সমগ্ৰ বিশ্বতে আজি বিশ্ব জনসংখ্যা দিৱস পালন

আজি বিশ্ব জনসংখ্যা দিৱস। সমগ্ৰ বিশ্বতে জনসংখ্যা বৃদ্ধিৰ ফলত উদ্ভৱ হোৱা প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবছৰে ১১ জুলাইত এই দিৱস পালন কৰা হয়। পৰিৱেশ তথা উন্নয়নকে ধৰি জনসংখ্যাৰ সৈতে জড়িত বিষয়সমূহৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯৯০ চনৰ ডিচেম্বৰত গ্ৰহণ কৰা এটা প্ৰস্...

July 11, 2025 7:48 PM July 11, 2025 7:48 PM

views 3

কেন্দ্ৰীয় চৰকাৰৰ সমবায় মন্ত্ৰালয়ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

কেন্দ্ৰীয় চৰকাৰৰ সমবায় মন্ত্ৰালয়ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি গুৱাহাটীৰ খানাপাৰাত থকা কৃষক প্রশিক্ষণ কেন্দ্ৰত পালন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে মন্ত্রী যোগেন মহনে ভাগ লৈ সমবায়ৰ যোগে ৰাজ্যখনৰ উদ্যমী ব্যক্তিসকলক জীৱন আৰু জীৱিকাৰ সন্ধান দিয়াৰ বাবে দায়বদ্ধ হৈ দৃঢ়তাৰে কাম কৰিবলৈ বিভ...

July 11, 2025 7:45 PM July 11, 2025 7:45 PM

views 28

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় সংৰক্ষণ আৰু প্ৰাকৃতিক প্ৰশিক্ষণ ব্যৱস্থাৰ অধীনত বিশেষ সভাৰ আয়োজন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই আজি গড় সংৰক্ষণ আৰু প্ৰাকৃতিক প্ৰশিক্ষণ ব্যৱস্থাৰ অধীনত এখন বিশেষ সভাৰ আয়োজন কৰে। অনুষ্ঠানত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকে। সভাত ভাৰতীয় তেল নিগমে ছখন অত্যাধুনিক জীপ গাড়ী আনুষ্ঠানিকভা...

July 11, 2025 7:41 PM July 11, 2025 7:41 PM

views 11

ডিব্ৰুগড় জিলা কৃষি বিভাগৰ মাটি স্বাস্থ্য পৰীক্ষা কেন্দ্ৰত পৰীক্ষা কার্ড বিতৰণ

ডিব্ৰুগড় জিলা কৃষি বিভাগৰ মাটি স্বাস্থ্য পৰীক্ষা কেন্দ্ৰত আজি কৃষকসকলক মাটিৰ স্বাস্থ্য পৰীক্ষা কার্ড বিতৰণ কৰা হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত অনুষ্ঠিত কার্ড বিতৰণী সভাত আয়ুক্তগৰাকীয়ে মাটি পৰীক্ষা, গুণগত নিয়ন্ত্ৰণ আৰু পৰীক্ষাগাৰৰ অধীনত হৈ থকা কাৰ্যসূচী সন্দৰ্ভত আলোকপাত কৰে। তেওঁ লগতে অ...

July 11, 2025 7:37 PM July 11, 2025 7:37 PM

views 12

ৰোজগাৰ মেলাৰ জৰিয়তে কাইলৈ ৫১ হাজাৰতকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান

চৰকাৰৰ বিভিন্ন বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি লাভ কৰা ৫১ হাজাৰতকৈও অধিক যুৱক-যুৱতীক কাইলৈ ৰোজগাৰ মেলাৰ জৰিয়তে আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। এই উপলক্ষে ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাৰ মাধ্যমেৰে আয়োজন কৰা এটা অনুষ্ঠানত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিব...

July 11, 2025 6:04 PM July 11, 2025 6:04 PM

views 10

গুৱাহাটী উচ্চ ন্যায়ালয়ে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমিত চৰকাৰে চলাবলগীয়া উচ্ছেদৰ কোনো অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰা নাই

গুৱাহাটী উচ্চ ন্যায়ালয়ে গোৱালপাৰা জিলাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমিত চৰকাৰে চলাবলগীয়া উচ্ছেদ অভিযানত কোনো অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰা নাই। বন বিভাগে বনাঞ্চলখনত উচ্ছেদ চলোৱাৰ আশংকাৰে ১৯৪ গৰাকী লোকে উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল। এই লেখ আবেদনৰ ভিত্তিত গোচৰীয়াসকলৰ লগতে চৰকাৰী...

July 11, 2025 5:51 PM July 11, 2025 5:51 PM

views 15

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত ২০২৪-২৫ বৰ্ষৰ খাৰিফ শস্যৰ বিপনণ বতৰৰ ধান ক্রয় সন্দৰ্ভত পর্যালোচনা বৈঠক অনুষ্ঠিত

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত ২০২৪-২৫ বৰ্ষৰ খাৰিফ শস্যৰ বিপনণ বতৰৰ ধান ক্রয় সন্দৰ্ভত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে অতিৰিক্ত জিলা আয়ুক্ত, খাদ্য আৰু অসামৰিক যোগান বিভাগ, জিলা কৃষি বিষয়া, ভাৰতীয় খাদ্য নিগমৰ সংমণ্ডল পৰিচালকৰ উপস্থিতিত জিলাখনত ধান ক্রয় সন্দৰ্ভত বিতংভ...

July 11, 2025 5:49 PM July 11, 2025 5:49 PM

views 8

শোণিতপুৰ জিলাৰ অনুসূচীত জাতিৰ প্ৰাৰ্থীৰ বাবে পি এম এ জে এৱাই আঁচনিৰ অধীনত বিনামূলীয়াকৈ এবছৰীয়া বৃত্তিমূলক দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থা

ৰাজ্য চৰকাৰৰ অনুসূচীত জাতি, পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয় আৰু উত্তৰ-পূব দক্ষতা কেন্দ্ৰৰ সহযোগত শোণিতপুৰ জিলাৰ অনুসূচীত জাতিৰ প্ৰাৰ্থীৰ বাবে পি এম এ জে এৱাই আঁচনিৰ অধীনত বিনামূলীয়াকৈ এবছৰীয়া বৃত্তিমূলক দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ২০২৫-২০২৬ শৈক্ষিক বৰ্ষৰ বাবে এই বিনামূলীয়া কাৰ্যসূচীত ন...

July 11, 2025 2:49 PM July 11, 2025 2:49 PM

views 12

দৰং জিলাত জাপানীজ এনচেফেলাইটিছত বৰ্তমানলৈ মুঠ ৫ জন লোকৰ মৃত্যু

◆ দৰং জিলাত জাপানীজ এনচেফেলাইটিছ আৰু এনচেফেলাইটিছ লক্ষণযুক্ত ৰোগত বৰ্তমানলৈ মুঠ ৫ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে জাপানীজ এনছেফেলাইটিছত দুগৰাকী আৰু এ ই এছ ৰোগত তিনিগৰাকী লোকৰ মৃত্যু ঘটিছে। জিলাখনত বিগত এমাহত দুয়োবিধ বাহকজনিত ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। এই পর্যন্ত আন ১৬ জন লোক ...

July 11, 2025 1:07 PM July 11, 2025 1:07 PM

views 7

গুৰু পূৰ্ণিমাৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ৰ আউনীআটি বিদ্যা নিকেতনত প্ৰাচীৰ পত্ৰিকা উন্মোচন

● গুৰু পূৰ্ণিমাৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ৰ মানকটা লক্ষ্মীনগৰত অৱস্থিত আউনীআটি বিদ্যা নিকেতনত কালি এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ দেৱগোস্বামীয়ে গুৰু পূৰ্ণিমাৰ বিশেষত্ব সন্দৰ্ভত ব্যাখ্যা কৰে। শিক্ষানুষ্ঠানখনৰ এখন পত্রিকাও ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।