আঞ্চলিক সংবাদ

July 12, 2025 7:00 PM July 12, 2025 7:00 PM

views 14

গোলাঘাট জিলাত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ বুজ ল’বলৈ কাইলৈ জিলাখনলৈ ৰাওনা মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ বুজ ল'বলৈ কাইলৈ জিলাখনলৈ ৰাওনা হ'ব। মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনে আজি সৰুপথাৰ সমজিলা প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে চেৱাগুৰি ফিল্ডত হেলিপেডৰ স্থান পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতিৰ বুজ লয়।...

July 12, 2025 6:46 PM July 12, 2025 6:46 PM

views 10

কাজলগাঁৱত আজি জিলা বড়ো সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন

চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আজি জিলা বড়ো সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়। বিটিচিৰ মুৰববী প্রমোদ বড়োৱে কাৰ্যালয় গৃহটোৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি ৰাজ্য চৰকাৰৰ ৫০ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া বড়ো সাহিত্য সভাৰ এই কার্যালয়ে জনগোষ্ঠীটোৰ সা...

July 12, 2025 6:45 PM July 12, 2025 6:45 PM

views 14

আজিৰে পৰা মানাহ বিধানসভা সমষ্টি ভিত্তিক গ্রীষ্মকালীন কর্মশালা অনুষ্ঠিত

বাক্সা জিলাৰ শালবাৰীত আজিৰে পৰা মানাহ বিধানসভা সমষ্টি ভিত্তিক গ্রীষ্মকালীন কর্মশালা অনুষ্ঠিত হৈছে। শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কৃষ্ণণ বসুমতাৰীয়ে এই কর্মশালা উদ্বোধন কৰে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বাক্সা জিলা প্ৰশাসনৰ সহযোগত আয়োজিত কৰ্মশালাত লোকনৃত্য, সৃজনীশ...

July 12, 2025 8:33 PM July 12, 2025 8:33 PM

views 17

গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত প্ৰায় এহেজাৰ বিঘা ভূমি দখলমুক্ত প্ৰশাসনৰ

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলত আজি বন বিভাগ আৰু প্ৰশাসনে বিদ্যাপাৰা, আশুডুবি আৰু বেতবাৰীত অভিযান চলাই প্ৰায় এহেজাৰ বিঘা ভূমি দখলমুক্ত কৰে আৰু এহেজাৰ ৮০টা পৰিয়ালক উচ্ছেদ কৰে। ২০২৪ চনৰ নৱেম্বৰ-ডিচেম্বৰত পৰিয়ালকেইটাক সেই ঠাই খালী কৰাৰ কাৰণে জাননী জাৰি কৰা হৈছিল। জাননী পোৱাৰ পাছত ৮...

July 12, 2025 6:16 PM July 12, 2025 6:16 PM

views 11

ভার্চুৱেল ব্যৱস্থাৰে দেশৰ ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক প্রধানমন্ত্ৰীৰ নিযুক্তিপত্ৰ বিতৰণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভার্চুৱেল ব্যৱস্থাৰে দেশৰ ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তিপত্ৰ বিতৰণ কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীমোদীয়ে নিযুক্তি মেলাই যুৱ প্ৰজন্মৰ সৱলীকৰণ আৰু তেওঁলোকক বিকশিত ভাৰত গঢ়াৰ প্ৰক্ৰিয়াৰ অনুঘটক কৰি তোলাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক সূচাইছে বুলি মন্তব্য কৰে...

July 12, 2025 6:14 PM July 12, 2025 6:14 PM

views 14

সোণাপুৰত দেশৰ প্ৰথমখন জল প্রযুক্তি উদ্যান মুকলি

ৰাজ্যত ২০১৯ চনৰ পৰা ২০২৪ চনৰ ভিতৰত মাছৰ উৎপাদন দুগুণলৈ বৃদ্ধি পাই ৪ লাখ ৯৯ হাজাৰ মেট্রিক টন হৈছে আৰু ৰাজ্যখনৰ সম্প্ৰতি দেশৰ চতুৰ্থ সর্ববৃহৎ মৎস্য উৎপাদনকাৰী হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি সোণাপুৰৰ বগীবাৰীত আগশাৰী স্বেচ্ছাসেৱী সংস্থা কলং-কপিলীৰ সহযোগিতাত দেশৰ প্ৰথমখন জল ...

July 11, 2025 8:05 PM July 11, 2025 8:05 PM

views 12

গুৱাহাটী শিশু মহোৎসৱৰ দ্বিতীয় দিনা শিশুৰ উলহ-মালহ

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত গুৱাহাটী শিশু মহোৎসৱৰ আজি দ্বিতীয় দিনা ডেৰ শতাধিক শিশুৱে নাটক, নৃত্য, মুকাভিনয় আৰু সুকুমাৰ কলাৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে। পুৱা ১০ বজাত আৰতি হাজৰিকাৰ যোগাসনৰ প্ৰশিক্ষণেৰে আৰম্ভ হোৱা আজিৰ কাৰ্যসূচীৰ নাট কৰ্মশালাত বিশিষ্ট নাট্যকাৰ, পৰিচালক ৰবিজিতা গগৈ আৰু নাট্য শিল...

July 11, 2025 8:04 PM July 11, 2025 8:04 PM

views 30

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম মাধ্যমিক শিক্ষা পৰিষদ ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা আৰু গুৱাহাটী তাৰিণী চৰণ চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্য...

July 11, 2025 7:59 PM July 11, 2025 7:59 PM

views 2

প্রধানমন্ত্রী অনুসূচীত জাতি অভ্যুদয় আঁচনিৰ অধীনত শোণিতপুৰ জিলাত বিনামূলীয়া এবছৰীয়া বৃত্তিমূলক দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থা

 ৰাজ্য চৰকাৰৰ অনুসূচীত জাতি, পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয় আৰু উত্তৰ-পূব দক্ষতা কেন্দ্ৰৰ সহযোগত শোণিতপুৰ জিলাৰ অনুসূচীত জাতিৰ প্ৰাৰ্থীৰ বাবে প্রধানমন্ত্রী অনুসূচীত জাতি অভ্যুদয় আঁচনিৰ অধীনত বিনামূলীয়াকৈ এবছৰীয়া বৃত্তিমূলক দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ২০২৫-২০২৬ শৈক্ষিক বৰ্ষৰ বাবে এই বি...

July 11, 2025 7:54 PM July 11, 2025 7:54 PM

views 11

বি টি চিৰ প্ৰতিটো পৰিষদীয় সমষ্টিত আজি হিতাধিকাৰী আৰ্থ-সামাজিক সজাগতা সভা অনুষ্ঠিত

বি টি চিৰ প্ৰতিটো পৰিষদীয় সমষ্টিত আজি হিতাধিকাৰী আৰ্থ-সামাজিক সজাগতা সভা অনুষ্ঠিত হয়। ওদালগুৰি জিলাৰ মুদৈবৰি পৰিষদীয়া সমষ্টিৰ কলাইগাঁৱত অনুষ্ঠিত সভাত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ লগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ইউ জি ব্রহ্ম, ইউ পি পি এলৰ নেতা খাম্ফা বৰগয়াৰিকে ধৰি দলটোৰ বহু কেইগৰাকী নেত...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।