আঞ্চলিক সংবাদ

July 14, 2025 10:33 AM July 14, 2025 10:33 AM

views 21

বানপীড়িত অঞ্চলসমূহৰ মহিলা তথা শিশুসকলৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়াৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰীৰ

● ৰাজ্য চৰকাৰে বানপীড়িত অঞ্চলসমূহৰ মহিলা তথা শিশুসকলৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়া বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি গোলাঘাট জিলাৰ কেইবাটাও আশ্রয় শিবিৰ পৰিদৰ্শন কৰি জিলাখনৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লৈ এই মত প্ৰকাশ কৰে। তেওঁ মৰঙি ৰাজহ চক্ৰৰ অধীনৰ মিঠ...

July 13, 2025 8:27 PM July 13, 2025 8:27 PM

views 7

ৰাজ্যত নেপালী ভাষাৰ যশস্বী কবি সাহিত্যিক ভানুভক্ত আচাৰ্য্যৰ জয়ন্তী উদযাপন

ৰাজ্যৰ কেইবাখনো জিলাত আজি নেপালী ভাষাৰ যশস্বী কবি সাহিত্যিক, আদিকবিৰূপে বিভূষিত ভানুভক্ত আচাৰ্য্যৰ জয়ন্তী উদযাপন কৰা হয়। অসম গোর্খা সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় শাখা সমিতিৰ সহযোগত আজি ৰৌমাৰী গোর্খা ভৱনত এই জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে আদিকবিগৰাকীৰ জীৱন সম্পৰ্কে আলোকপাত ...

July 13, 2025 8:24 PM July 13, 2025 8:24 PM

views 5

তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটা বৰাক উপত্যকা ভ্ৰমণ

বৰাক উপত্যকাত তিনিদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হোৱা ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই আজি কাছাৰ জিলাত বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ জিলাখনত চলি থকা বিভিন্ন আন্তঃগাঁথনি প্ৰকল্পৰ কাম-কাজ পৰিদৰ্শন কৰে। প্রকল্পসমূহৰ কামৰ মান আৰু গতি পৰিদৰ্শন কৰি তেওঁ নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰ...

July 13, 2025 8:20 PM July 13, 2025 8:20 PM

views 3

গুৱাহাটী শিশু মহোৎসৱত আজি সঁফুৰা বৃত্তি প্ৰদান

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত গুৱাহাটী শিশু মহোৎসৱত আজি সঁফুৰা বৃত্তি প্ৰদান কৰা হয়। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত সঁফুৰা বৃত্তি পৰীক্ষা আৰু সঁফুৰা টেলেণ্ট ডিছক’ভাৰী এনিমেচনত কৃত...

July 13, 2025 8:15 PM July 13, 2025 8:15 PM

views 6

ভোটদাতাৰ তালিকা বড়ো ভাষাত প্ৰকাশ কৰাৰ বাবে এবছুৰ দাবী উত্থাপন

বিটিচিৰ সমাগত নিৰ্বাচনৰ বাবে ভোটদাতাৰ তালিকা অসমীয়াৰ লগতে বড়ো ভাষাতো প্ৰকাশ কৰাৰ বাবে সদৌ বড়ো ছাত্র সন্থা-এবছুৱে দাবী উত্থাপন কৰিছে। অসম চৰকাৰী ভাষা সংশোধনী আইন ২০২০ অনুসৰি এই ব্যৱস্থা লবলৈ সংগঠনটোৱে দাবী জনাইছে। কোকৰাঝাৰ জিলাৰ বডোফা নগৰত আয়োজিত এখন সংবাদমেলত এবছুৰ সভাপতি দীপেন বড়োৱে এই আহ্বান ...

July 13, 2025 8:07 PM July 13, 2025 8:07 PM

views 5

আই আই টি গুৱাহাটীৰ আজি ২৭ সংখ্যক সমাৱৰ্তন

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান – আই আই টি গুৱাহাটীৰ আজি ২৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠিত হয়। সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমেৰিকাৰ ক্লেনচন বিশ্ববিদ্যালয়ৰ বৈদ্যুতিক আৰু কম্পিউটাৰ অভিযন্তা বিভাগৰ দি হাউচাৰ বেংকছৰ অধ্যাপক ড° ৰাজেন্দ্ৰ সিং আৰু সন্মানীয় অতিথি হিচাপে ইণ্ডিয়ান নেচনেল একাডেমী অৱ...

July 13, 2025 8:05 PM July 13, 2025 8:05 PM

views 6

ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত আক্ৰমণত ৩জন সদস্য নিহত

ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত আজি হোৱা আক্ৰমণৰ ফলত সংগঠনটোৰ ৩ জন সদস্য নিহত হোৱা বুলি সংগঠনটোৰ সূত্ৰই প্ৰকাশ কৰিছে। সেনা বাহিনীয়ে ম্যানমাৰৰ সেনা বাহিনীৰ সহযোগত সংগঠনটোৰ শিবিৰত আক্ৰমণ চলোৱা বুলিও প্ৰকাশ কৰা হৈছে। এই আক্ৰমণত নয়ন অসম, গণেশ অসম আৰু প্ৰদীপ অসম নামৰ সদস্য কেইজনৰ মৃত্যু হোৱা বুলি সংগঠনট...

July 13, 2025 7:58 PM July 13, 2025 7:58 PM

views 19

গোলাঘাটৰ সৰুপথাৰত বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্য চৰকাৰে বানপীড়িত ৰাইজক পাৰ্যমানে সকলো ধৰণৰ সহায় কৰিব বুলি আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। তেওঁ গোলাঘাট জিলাৰ সৰুপথাৰত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লৈ এই কথা প্ৰকাশ কৰে। তেওঁ শিমলুচাপৰি প্ৰাথমিক বিদ্যালয়ত থকা আশ্রয় শিবিৰ পৰিদৰ্শন কৰি শিশুসকলৰ সৈতে কিছু সময় পাৰ কৰে। ত...

July 13, 2025 1:46 PM July 13, 2025 1:46 PM

views 4

গুৱাহাটী বিজ্ঞান নগৰী প্ৰকল্পৰ অগ্ৰগতিক লৈ নতুন দিল্লীত কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰ্যালয় আৰু ৰাজ্য চৰকাৰৰ বৈঠক; ডিচেম্বৰত উদ্বোধনৰ লক্ষ্য

সোণাপুৰত নির্মিয়মাণ গুৱাহাটী বিজ্ঞান নগৰী প্ৰকল্পৰ অগ্ৰগতিক লৈ কালি নতুন দিল্লীত ৰাজ্যৰ বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰ্যালয় আৰু ৰাজ্য চৰকাৰৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জয়পুৰ হাউছস্থিত ৰাষ্ট্ৰীয় আধুনিক কলা সংগ্ৰহালয়ত প্ৰায় দুঘণ্টা ধৰি হো...

July 13, 2025 1:45 PM July 13, 2025 1:45 PM

views 12

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থাৰ বিষয়ে আলোচনা

শিক্ষা ব্যৱস্থাত মানৱীয় মূল্যবোধৰ সংযোজনে শিক্ষাৰ্থীসকলক নৈতিক আৰু মানৱীয় শক্তিৰে শক্তিশালী কৰি তোলাৰ লগতে এখন সুস্থ সমাজ গঢ় দিয়ে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কালি নিশা প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰি ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা আৰু গুৱ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।