আঞ্চলিক সংবাদ

August 13, 2025 9:25 PM

views 50

বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৫খন জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ

বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজ্যিক নির্বাচন আয়োগে আজি বিটিচিৰ ৫ খন জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰিছে। চিৰাং, কোকৰাঝাৰ, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাৰ ফটো সম্বলিত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হয়। ইপিনে চিৰাং জিলাৰ অন্তৰ্গত ৭টা পৰিষদীয় সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয...

August 13, 2025 9:20 PM

views 9

কামৰূপৰ ক্ষেত্ৰীত সংঘটিত পথ দুৰ্ঘটনাত ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন দেৱ শৰ্মাসহ পত্নীৰ মৃত্যু, আহত কন্যা

কামৰূপ জিলাৰ ক্ষেত্ৰীত আজি পুৱা সংঘটিত পথ দুৰ্ঘটনাত ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন দেৱ শৰ্মা আৰু তেওঁ পত্নীৰ মৃত্যু হয়। দুৰ্ঘটনাত তেওঁলোকৰ ৮ বছৰীয়া কন্যাও আহত হয়। বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত কন্যাগৰাকী চিকিৎসাধীন হৈ আছে। ইপিনে আজি বিয়লি দেৱ শৰ্মা আৰু তেওঁৰ ...

August 13, 2025 9:18 PM

views 13

গুৱাহাটীত আই আই এম স্থাপনত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন; প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে গুৱাহাটীত আই আই এম স্থাপনৰ বাবে কেন্দ্রীয় মন্ত্রীসভাই জনোৱা অনুমোদনৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনাইছে।   কেন্দ্রীয় মন্ত্রীসভাই গুৱাহাটীত ইণ্ডিয়ান ইন্‌ষ্টিটিউট অব্ মেনেজমেণ্ট অর্থাৎ আই আই এম স্থাপনৰ বাবে কালি অনুমোদন জনায়। এই প্রতিষ্ঠানটো উত্তৰ-পূবৰ ...

August 13, 2025 9:16 PM

views 10

ৰঙাপৰা সমজিলা, ডিগবৈ সমজিলাৰ আয়ুক্ত কাৰ্যালয় উদ্বোধন

ৰাজ্যত আজি পুনৰ দুখন সমজিলা আনুষ্ঠানিকভাৱে সংযোজন কৰা হয়। মন্ত্রী পীযূষ হাজৰিকাই আজি শোণিতপুৰ জিলাৰ ৰঙাপৰা সমজিলাৰ আয়ুক্ত কাৰ্যালয় উদ্বোধন কৰে। ৰঙাপৰা সমজিলাৰ আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি মন্ত্ৰী শ্ৰীহাজৰিকাই কয়, যে প্রশাসনিক সংস্কাৰৰ দিশত সমজিলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । আনহাতে তিনিচুকীয...

August 13, 2025 9:12 PM

views 12

ৰাজ্যৰ কেইবাখনো জিলাত এইচ আই ভি বিস্তৃত আই ই চি অভিযান আৰম্ভ

ৰাজ্যৰ কেইবাখনো জিলাত আজিৰে পৰা এইচ আই ভি বিস্তৃত আই ই চি অভিযান অনুষ্ঠিত হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত হাটশিঙিমাৰীত আজি এই অভিযানৰ শুভাৰম্ভ কৰা হয়। উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শুভাৰম্ভ কাৰ্যসূচীৰ অন্তত জিলা আয়ুক্...

August 13, 2025 9:08 PM

views 13

সমাগত স্বাধীনতা দিৱস; ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা

স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত বিভিন্ন জিলা প্ৰশাসনে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে। আলফা স্বাধীনকে ধৰি কেইবাটাও উগ্রপন্থী সংগঠনে এইবাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ পাছত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে উগ্ৰপন্থী সংগঠনসমূহে ...

August 13, 2025 8:13 PM

views 13

ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানক ৰোগী ভৰ্তিৰ সময়ত ১০ হাজাৰ টকা আগধন জমা দিয়াৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ৰোগী ভৰ্তি হোৱাৰ সময়ত ১০ হাজাৰ টকা আগধন হিচাপে জমা দিয়াৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। কোকৰাঝাৰৰ ছবদ্ৰাপাৰা বজাৰত বিজেপিৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰাৰ অন্তত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত ড° শৰ্মাই এই পৰামৰ্শ আগবঢ়...

August 13, 2025 8:10 PM

views 9

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যজুৰি হৰ ঘৰ তিৰংগা কাৰ্যসূচী

যোৱা ২ আগষ্টৰ পৰা কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত প্রশাসনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্য চৰকাৰৰ হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ত্ৰিৰংগ সমলয় কাৰ্যসূচী, সমদল আদিৰ আয়োজন কৰিছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰি...

August 13, 2025 8:07 PM

views 37

ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত পুনৰ বান

যোৱা নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰিছে। প্রবল বৰষুণৰ ফলত ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ খহনীয়াই পুনৰ তীব্ৰ ৰূপ ধাৰণ কৰিছে। মাইজানত খহনীয়াৰ ফলত বহু অঞ্চল ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন গৈছে। কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ডিব্ৰুগড় নগৰৰ মাইজান ঠাকুৰবাৰী আৰু বৰ...

August 13, 2025 1:00 PM

views 51

অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু অংশীদাৰীসকলৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু অংশীদাৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত অসমত চলি থকা পাম্প ষ্ট’ৰেজ শক্তি প্রকল্পসমূহৰ স্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। আনহাতে মুখ্যমন্ত্ৰী ড° শৰ্মাই ক’ছমিক বিৰলা গ্ৰুপৰ মুখ্য পৰিচালন সঞ্চালক আদিত্য ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।