আঞ্চলিক সংবাদ

August 13, 2025 12:58 PM

views 12

কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক কৰ্কট প্রতিষ্ঠানে চিকিৎসাৰ বিভিন্ন ক্ষেত্ৰৰ মাচুল বৃদ্ধি

গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্রতিষ্ঠানে চিকিৎসাৰ বিভিন্ন ক্ষেত্ৰত কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ মাচুল বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। চিকিৎসা প্রতিষ্ঠানখনে জাননী অবিহনে হঠাৎ দহ গুণ পর্যন্ত চিকিৎসা মাচুল বৃদ্ধি কৰাত ৰোগী আৰু অভিভাৱকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পূৰ্বতে চিকিৎসা প্রতিষ্ঠানখনত পঞ্জীয়ন মাচুল ...

August 13, 2025 12:54 PM

views 13

দ্বাবিংশ মৃত্যু বার্ষিকী উপলক্ষে ড° ভৱেন্দ্ৰ নাথ শ‍ইকীয়ালৈ শ্ৰদ্ধা নিবেদন

যশস্বী সাহিত্যিক, কেইবাখনো ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক ড° ভৱেন্দ্ৰ নাথ শ‍ইকীয়াৰ দ্বাবিংশ মৃত্যু বার্ষিকী উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। এই উপলক্ষে সাহিত্যিকগৰাকীৰ সপোনৰ প্ৰকল্প আৰোহণত বিভিন্ন কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আৰোহণ প্ৰেক্ষাগৃহত বি...

August 13, 2025 12:52 PM

views 29

ৰাজ্যজুৰি বিভিন্ন জিলা প্রশাসনৰ স্বাধীনতা দিৱসৰ প্রস্তুতি প্রায় সম্পূৰ্ণ

স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিভিন্ন জিলা প্রশাসনে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে। আলফা স্বাধীনকে ধৰি কেইবাটাও উগ্রপন্থী সংগঠনে এইবাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ পাছত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে উগ্রপন্থী স...

August 13, 2025 12:50 PM

views 7

ৰাজ্যত পুনৰ দুখন সমজিলা সংযোজনৰ আনুষ্ঠানিক শুভাৰম্ভ

ৰাজ্যত আজি পুনৰ দুখন সমজিলা সংযোজনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হ'ব। এই উপলক্ষে শোণিতপুৰ আৰু তিনিচুকীয়াত সমজিলা সংযোজনৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তিনিচুকীয়াৰ ডিগবৈত হ'বলগীয়া ডিগবৈ সমজিলাৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী ৰূপেশ গোৱালা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আনহাতে শোণিতপুৰৰ ৰঙাপৰাত হ'বলগীয়া ৰঙ...

August 13, 2025 1:02 PM

views 112

অসম গ্ৰন্থমেলা এইবছৰ ৰাজ্যখনৰ মুঠ ৮ টা স্থানত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাই যৌথভাৱে আয়োজন কৰি অহা অসম গ্ৰন্থমেলা এইবছৰ ৰাজ্যখনৰ মুঠ ৮ টা স্থানত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম প্ৰকাশন পৰিষদৰ কার্যালয় সভাকক্ষত কালি অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাই এই ক...

August 13, 2025 12:45 PM

views 22

গুৱাহাটীত আই আই এম স্থাপনৰ বাবে কেন্দ্ৰীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্ৰীয় মন্ত্রীসভাই গুৱাহাটীত ইণ্ডিয়ান ইন্‌ষ্টিটিউট অব্ মেনেজমেণ্ট অর্থাৎ আই আই এম স্থাপনৰ বাবে কালি অনুমোদন জনায়। এই প্রতিষ্ঠানটো উত্তৰ-পূবৰ দ্বিতীয় আৰু দেশৰ ২২ সংখ্যক আই আই এম হিচাপে পৰিগণিত হ'ব। ইয়াৰ আগেয়ে শ্বিলঙত ২০০৭ চনত আই আই এম প্ৰতিষ্ঠা কৰা হৈছিল। এই প্রতিষ্ঠানটো নিৰ্মাণত ৫০০ কোটি টক...

August 13, 2025 12:21 PM

views 27

ছিকিমত প্ৰেম সিং তামাঙৰ নেতৃত্বত ‘হৰ ঘৰ তিৰংগা’ অভিযানৰ কাৰ্যসূচী

ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে কালি ‘হৰ ঘৰ তিৰংগা’ অভিযানৰ অংশ হিচাপে ৰাজ্য চৰকাৰে আয়োজন কৰা কাৰ্যসূচীৰ নেতৃত্ব দিয়ে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে ৰাজ্যপাল ওম প্ৰকাশ মাথুৰসহ সকলো অংশগ্ৰহণকাৰীক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে দেশৰ ‘আজাদী কা অমৃত মহোৎসৱ’ আৰু ছিকিমৰ সোণালী জয...

August 12, 2025 8:53 PM

views 9

আজি বিশ্ব হস্তী দিৱস

হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি বিশ্ব হস্তী দিৱস পালন কৰা হয়। এই উপলক্ষে মানস ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কার্যসূচী অনুষ্ঠিত হয়। উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মুখ্য প্রবেশদ্বাৰত আজি হাতীক খাদ্য খুওৱাৰ লগতে মাউতসকলক বস্ত্ৰ প্ৰদান কৰা হয়। কাৰ্যসূচীৰ অংশ হিচ...

August 12, 2025 8:32 PM

views 13

স্বাধীনতা দিৱসৰ বাবে ৰাজ্যজুৰি বিভিন্ন জিলা প্ৰশাসনৰ প্রস্তুতি প্রায় সম্পূৰ্ণ

স্বাধীনতা দিৱসৰ বাবে ৰাজ্যজুৰি বিভিন্ন জিলা প্ৰশাসনে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে। আলফা স্বাধীনকে ধৰি কেইবাটাও উগ্রপন্থী সংগঠনে এইবাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ পাছত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে উগ্রপন্থী সংগঠনসমূহে কোনো ধৰণৰ কূটাঘাটমূলক ...

August 12, 2025 8:26 PM

views 18

নগাঁৱৰ ঢাকাইপট্টি নামৰ অঞ্চলটোৰ নাম ৰূপকোঁৱৰ চ’ক নামেৰে নামকৰণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে নগাঁও জিলাৰ ঢাকাইপট্টি নামৰ অঞ্চলটোৰ নাম ৰূপকোঁৱৰ চ'ক নামেৰে নামকৰণ কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি সংবাদমেলযোগে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে। শেহতীয়াকৈ ঢাকাইপট্টিত সংঘটিত হোৱা এটা অনাকাংক্ষিত ঘটনাৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মাই অঞ্চলটোৰ না...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।