আঞ্চলিক সংবাদ

August 27, 2025 6:55 PM

views 8

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত সদৌ অসম ভিত্তিত আন্তঃশিক্ষানুষ্ঠান তর্ক প্রতিযোগিতাৰ আয়োজন

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা সমিতিৰ সহযোগত কা বিৰোধী গণ আন্দোলনৰ ৫ গৰাকী ছহিদৰ সোঁৱৰণত সদৌ অসম ভিত্তিত আন্তঃশিক্ষানুষ্ঠান তর্ক প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু ৰাভা প্রেক্ষাগৃহত অহা ৩০ আগষ্টত পুৱা ৯ বজাত প্ৰতিযোগিত...

August 27, 2025 6:54 PM

views 25

বছৰজোৰাকে ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী আয়োজনৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাই বছৰজোৰা বিভিন্ন কাৰ্যসূচী আয়োজনৰ সিদ্ধান্ত লৈছে। গুৱাহাটীত অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাত কালি এই সন্দৰ্ভত পৰিকল্পনা যুগুত কৰা হয়। ছাত্ৰ সন্থাই ইয়াৰে কেতবোৰ কাৰ্যসূচী ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সৈতে ...

August 27, 2025 8:57 PM

views 28

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি-নীতিৰে গণেশ দেৱতাৰ পূজা-অৰ্চনা

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে সিদ্ধিদাতা, বিঘিনি নাশক গণেশ দেৱতাৰ পূজা-অৰ্চনা কৰা হয়। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত পুৱাৰে অগণন ভক্তৰ সমাগম পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰীৰ গণেশগুৰি, লতাশিল, নিউ গুৱাহাটী...

August 27, 2025 6:49 PM

views 29

অমিত শ্বাহৰ সমাগত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত প্ৰস্তুতিৰ বুজ মুখ্যমন্ত্ৰীৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সমাগত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে নতুন ৰাজভৱন পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বিভিন্ন দিশসমূহ প্ৰত্যক্ষ কৰে। তেওঁ সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় কামসমূহ নিয়াৰিকৈ সমাপন কৰিবলৈ নির্দেশ দিয়ে। উল্লেখযোগ্য ...

August 27, 2025 12:36 PM

views 8

মণিপুুৰত নিৰাপত্তা বাহিনীৰ যুটীয়া অভিযানত নিষিদ্ধ ঘোষিত উগ্রপন্থী গোটৰ ৮ সদস্যক আটক, অস্ত্র-শস্ত্র জব্দ

মণিপুৰত সেনা, অসম ৰাইফল্‌ছ, মণিপুৰ আৰক্ষী আৰু অন্যান্য সুৰক্ষা বাহিনীয়ে যুটীয়া অভিযান চলাই ৮ জন নিষিদ্ধ ঘোষিত উগ্রপন্থী গোটৰ সদস্যকে ধৰি ভালেসংখ্যক অস্ত্র-শস্ত্র জব্দ কৰিছে। প্ৰতিৰক্ষা মুখপাত্র লেফটেণেণ্ট কর্নেল অমিত শুক্লাই প্ৰকাশ কৰা মতে সুৰক্ষা বাহিনীয়ে বিগত কেইদিনমানত ৰাজ্যখনৰ জিৰিবাম ফেজৱল, ...

August 27, 2025 12:30 PM

views 20

ৰাজ্যত উৎসাহ-উদ্দীপনাৰে সিদ্ধিদাতা, বিঘিনি নাশক গণেশ দেৱতাক আৰাধনা

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে সিদ্ধিদাতা, বিঘিনি নাশক গণেশ দেৱতাৰ পূজা-অৰ্চনা কৰা হৈছে। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত পুৱাৰে অগণন ভক্তৰ সমাগম পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰীৰ গণেশগুৰি, লতাশিল, নিউ গুৱাহাট...

August 27, 2025 12:25 PM

views 27

ৰাজ্যৰ ১২ গৰাকী ছাত্ৰ-ছাত্ৰী ভাৰতীয় মহাকাশ গৱেষণা সংস্থা – ISRO ভ্ৰমণৰ বাবে ৰাওনা

ৰাজ্যৰ ১২ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰী আজি বেংগালুৰুত থকা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা - ISRO ভ্ৰমণৰ বাবে ৰাওনা হৈছে। অসম চৰকাৰৰ সমগ্ৰ শিক্ষা অভিযানৰ এক্সপ'জাৰ টুৰৰ অধীনত ৰাজ্যৰ গ্ৰামাঞ্চলৰ চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়নৰত বছা বছা মুঠ ১২ গৰাকী ছাত্ৰ-ছাত্ৰীক চাৰিদিনীয়া মহাকাশ গৱেষণা সংস্থা ভ্ৰমণৰ বাবে ল...

August 27, 2025 12:23 PM

views 19

বি টি চি নিৰ্বাচনৰ মনোনয়ন পত্র সংগ্রহ প্রক্রিয়া আৰম্ভ

বি টি চি নিৰ্বাচনৰ মনোনয়ন পত্র সংগ্রহ প্রক্রিয়া আজি আৰম্ভ হৈছে। অসম ৰাজ্যিক নির্বাচন আয়োগে কালি জাৰি কৰা নিৰ্দেশ অনুসৰি প্ৰাৰ্থীসকলে আজি দিনৰ ১১ বজাৰপৰা মনোনয়নপত্ৰসমূহ সংগ্ৰহ কৰিব পাৰিব। মনোনয়ন দাখিলৰ বাবে অহা ২ ছেপ্তেম্বৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ৪ ছেপ্তেম্বৰত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰসমূহ পৰীক...

August 27, 2025 12:20 PM

views 25

দুৰ্গা পূজাৰ সময়তো ধুবুৰীত শ্বুট এট ছাইট নির্দেশনা বাহাল থাকিব : মুখ্যমন্ত্রী

দুৰ্গা পূজাৰ সময়তো ধুবুৰীত শ্বুট এট ছাইট নির্দেশনা বাহাল থাকিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। পৰিস্থিতি সাপেক্ষে ধুবুৰীত অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। কালি পৰ্বতঝোৰাত বিটিচি নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সাংবাদিকৰ আ...

August 26, 2025 8:58 PM

views 15

প্ৰাক্তন গৱেষিকা ড০ বেগম আবিদা চৌধুৰী দক্ষিণ মেৰুৰ এণ্টাৰ্কটিকা অভিযানৰ বাবে নিৰ্বাচিত

শিলচৰৰ অসম বিশ্ববিদ্যালয় পদার্থ বিজ্ঞানৰ প্ৰাক্তন গৱেষিকা ড০ বেগম আবিদা চৌধুৰী দক্ষিণ মেৰুৰ এণ্টাৰ্কটিকা অভিযানৰ বাবে নিৰ্বাচিত হৈছে। বিশ্বৰ আটাইতকৈ প্ৰতিকূল বতৰৰ জলবায়ু পৰিৱৰ্তন বিষয়ত গৱেষণাৰ বাবে যাবলগীয়া দলটোৰ অংশ হিচাপে যাবলৈ ওলোৱা ড০ চৌধুৰীয়ে বৰ্তমান উত্তৰাখণ্ডৰ আউলিৰ ভাৰত-তিববত সীমান্ত আৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।