আঞ্চলিক সংবাদ

August 26, 2025 8:40 PM

views 16

ভৰালী চ’কত যুৱক নিহত হোৱা ঘটনা সম্পৰ্কত ২৯ আগষ্টত গোৰেশ্বৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত শুনানিৰ দিন

যোৱা ২০ আগষ্টত তামুলপুৰ জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত সুৱাগপুৰ ভৰালী চ'কত উত্তেজিত লোকৰ আক্ৰমণত এজন যুৱক নিহত হোৱা ঘটনা সম্পৰ্কত গোৰেশ্বৰৰ চক্ৰ বিষয়া ত্রিলিনা টাইড তদন্ত সমিতিয়ে এই ঘটনা সম্পৰ্কত অহা ২৯ আগষ্টত দিনৰ ১১ বজাত গোৰেশ্বৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত শুনানিৰ দিন ধাৰ্য কৰিছে। এই ঘটনাৰ প্ৰত্যক্...

August 26, 2025 8:30 PM

views 25

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান সফলতাৰে সম্পন্ন

গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান সফলতাৰে সম্পন্ন হয়। প্ৰশাসন আৰু বন বিভাগে বনাঞ্চলখনৰ ১ নম্বৰ মধুপুৰ, ৰানানগৰ আৰু হাতীদিঙি অঞ্চলত উচ্ছেদ চলাই ২২৮টা বাসগৃহ ধ্বংস কৰে। সংৰক্ষিত বনভূমি এলেকাৰ কেইবা হেক্টৰ ভূমি আজি দখলমুক্ত কৰা হয়। সমগ্র অভিযান আইনসংগ...

August 26, 2025 8:25 PM

views 142

একলব্য আদর্শ আৱাসিক বিদ্যালয় উদ্বোধন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

বজালী জিলাৰ খাৰাধৰাত আজি জনজাতীয় লোকসকলৰ পৰিয়ালৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অৰ্থসাহায্যৰে নির্মিত এখন একলব্য আদর্শ আৱাসিক বিদ্যালয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উদ্বোধন কৰে। বিদ্যালয়খন উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ জনজাতীয় ছ...

August 26, 2025 8:21 PM

views 8

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ বৈঠক

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ এখন বৈঠক উদ্বোধন কৰে। শিক্ষণ পদ্ধতি, পাঠ্যক্ৰম আৰু মূল্যায়ন প্ৰণালীত পৰিৱৰ্তনকামী সংস্কাৰ, ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ তাৎক্ষণিক আৱশ্যকতা শীর্ষক বিষয়ক আয়োজিত এই বৈঠকত ৰাজ্যপালগৰাকীয়ে ভৱিষ্যমুখী শৈক...

August 26, 2025 8:15 PM

views 21

চৰকাৰী চিকিৎসালয়ত এতিয়াৰে পৰা ১০০% বিনামূলীয়া ঔষধ উপলব্ধ হ’ব : মন্ত্রী অশোক সিংহাল

ৰাজ্যৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত এতিয়াৰে পৰা ১০০ শতাংশ বিনামূলীয়া ঔষধ উপলব্ধ হ'ব বুলি স্বাস্থ্য মন্ত্রী অশোক সিংহালে প্ৰকাশ কৰিছে। আজি দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এখন সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৯৯ শতাংশ চিকিৎলায়ত সম্প্রতি বিনামূলীয়া ঔষধ উপলব্ধ হৈছে বুলি মন্ত্ৰ...

August 26, 2025 8:06 PM

views 16

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক হিচাপে ড০ দেৱজিৎ‍ চৌধুৰীৰ দায়িত্ব গ্ৰহণ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক হিচাপে আজি ড০ দেৱজিৎ‍ চৌধুৰীয়ে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিছে। ডাঃ চৌধুৰীয়ে দায়িত্ব গ্ৰহণ কৰিয়ে কয়, যে তেওঁ ৰাইজৰ লগতে কৰ্মচাৰীৰ সুবিধা হোৱাকৈ বিশেষ ফোন নম্বৰ মুকলি কৰাৰ ব্যৱস্থা কৰিব আৰু এই নম্বৰত যিকোনো অভিযোগ দাখিলৰ ব্যৱস্থা থাকিব। ডাঃ চৌধ...

August 26, 2025 8:04 PM

views 23

বি টি চিৰ পৰ্বতঝোৰাত জনসভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বি টি চিৰ পৰ্বতঝোৰাত এখন জনসভাত অংশগ্ৰহণ কৰে। বি টি চিৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এইখন জনসভাতো মুখ্যমন্ত্ৰীগৰাকী ভি চি ডি চিৰ বিৰুদ্ধে সৰৱ হৈ উঠে। ভি চি ডি চি ব্যৱস্থাই সৰ্বসাধাৰণ দৰিদ্ৰ জনতাক শোষণ কৰা বুলি অভিযোগ কৰি ড° শৰ্মাই কয়, যে এইবাৰ বি টি চিত বিজেপি...

August 26, 2025 8:00 PM

views 20

বিটিচিৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা অসম ৰাজ্যিক নির্বাচন আয়োগৰ

অসম ৰাজ্যিক নির্বাচন আয়োগে বিটিচিৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। আয়োগে প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি অহা ২২ ছেপ্তেম্বৰ সোমবাৰে ভোটগ্রহণ অনুষ্ঠিত হ'ব। আয়োগে অহা ২ ছেপ্তেম্বৰ তাৰিখে মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য্য কৰিছে। ৪ ছেপ্তেম্বৰত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰি বৈধ প্রার্থীৰ তালিকা ...

August 26, 2025 7:54 PM

views 28

২৯ আগষ্টত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অসম ভ্ৰমণ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ২৯ আগষ্টত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে সেইদিনা দিনৰ ১১ বজাত পঞ্চায়ত সন্মিলনৰ পূৰ্বে অসম ৰাজভৱনৰ নতুন গৃহ উন্মোচন কৰিব। শ্ৰী...

August 26, 2025 1:07 PM

views 25

নাগালেণ্ডৰ স্বাস্থ্য বীমা আঁচনিক চি আই পি এছ উদ্ভাৱন বঁটা ২০২৪ প্ৰদান

নাগালেণ্ডৰ স্বাস্থ্য সম্পর্কীয় ধ্বজাবাহী পদক্ষেপ মুখ্যমন্ত্রী স্বাস্থ্য বীমা আঁচনিক সার্বজনীন স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত সৰ্বাংগীন আৰু উদ্ভাৱনীমূলক পদ্ধতিৰ বাবে স্বাস্থ্য খণ্ডত চি আই পি এছ উদ্ভাৱন বঁটা ২০২৪ প্ৰদান কৰা হৈছে। চলিত মাহৰ ২২ তাৰিখে শ্ৰীনগৰত অনুষ্ঠিত এটা অনুষ্ঠানত জম্মু কাশ্মীৰৰ উপ- ৰাজ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।