August 28, 2025 1:12 PM
19
ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ২৮ বিঘা চৰকাৰী ভূমি দখলমুক্ত
নগাঁও জিলা প্রশাসনে কালি ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত বটদ্ৰৱা আৰু আলিটাঙনি মৌজাৰ প্ৰায় ২৮ বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰে। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনে অবৈধ দখলকাৰীক ভূমি খালী কৰাৰ বাবে জাননী জাৰি কৰিছিল। জিলা প্ৰশাসনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই একাংশ দখলকাৰীয়ে বাসগৃহ এৰি অন্য ঠাইলৈ গুচি য...