আঞ্চলিক সংবাদ

August 28, 2025 7:17 PM

views 31

গুৱাহাটী মহানগৰীত বিয়লিৰ ভাগত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চল প্লাৱিত

গুৱাহাটী মহানগৰীত আজি বিয়লিৰ ভাগত হোৱা এজাক ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চল প্লাৱিত হৈ পৰে। বৰষুণৰ ফলত যোৰাবাট, খানাপাৰা, হাতীগাওঁ, ৰূক্মিনী নগৰ, ভেটাপাৰাকে ধৰি বিভিন্ন অঞ্চল কৃত্রিম বানত বুৰ যায়। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়েও কৃত্রিম বানৰসৃষ্টি হৈছে। মহানগৰীৰ বিভিন্ন অঞ্চলত হোৱা তীব্র ...

August 28, 2025 7:08 PM

views 18

বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্মশতবর্ষ উপলক্ষে ১০০ টকা মূল্যৰ স্মাৰক মুদ্ৰা জাৰি কৰাত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অনুমোদন

Akashvaniকেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্মশতবর্ষ উপলক্ষে মহান শিল্পীগৰাকীৰ প্রতি সন্মান জনাই ১০০ টকা মূল্যৰ স্মাৰক মুদ্ৰা জাৰি কৰাত অনুমোদন জনাইছে। এই পদক্ষেপে বিশ্ববন্দিত শিল্পীগৰাকীৰ আদৰ্শ আৰু কৰ্মৰাজিক জনসাধাৰণৰ মাজত উজ্জীৱিত কৰি ৰাখিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত ...

August 28, 2025 7:01 PM

views 29

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ বাবে গঠন কৰা মূল সমিতিৰ দ্বিতীয়খন বৈঠকত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ বাবে গঠন কৰা মূল সমিতিৰ দ্বিতীয়খন বৈঠকত অংশগ্ৰহণ কৰে। অৰুণাচল প্ৰদেশৰ উপ- মুখ্যমন্ত্রী চাওনা মেইনেও অংশগ্ৰহণ কৰা এই বৈঠকত শতবৰ্ষ উদযাপনৰ পৰিকল্পিত কাৰ্যসূচী সমূহৰ বিষয়ে আলোচনা কৰা হ...

August 28, 2025 6:55 PM

views 25

আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব গৃহমন্ত্রী অমিত শ্বাহ

এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্রী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কিছুসময়ৰ পিছতে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হব। ৰাজ্যিক বিজ...

August 28, 2025 1:27 PM

views 13

ত্ৰিপুৰাত ২৭১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথৰ ১০০ শতাংশ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ

ত্ৰিপুৰা ৰাজ্যিক বিদ্যুৎ নিগমে ২৭১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে'লপথৰ ১০০ শতাংশ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ কৰিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই এই কাম সম্পূৰ্ণ কৰিছে। ত্ৰিপুৰাত ৰাষ্ট্ৰীয় ৰে'ল গ্ৰীডৰ সৈতে বৈদ্যুতিক ৰে’লগাড়ীৰে সংযুক্ত কৰাৰ উদ্দেশ্যে ২০২২ চনত ৪৬ কোটি টকা ব্যয়েৰে বৈদ্যুতিকীকৰণৰ এই প্ৰকল্প আৰম্ভ কৰা ...

August 28, 2025 1:25 PM

views 17

ভক্তি আন্দোলনৰ অন্যতম হোতা শ্ৰী শ্ৰী হৰিদেৱৰ আজি পৱিত্ৰ আবিৰ্ভাৱ তিথি

ৰাজ্যৰ ভক্তি আন্দোলনৰ অন্যতম হোতা বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী শ্ৰী হৰিদেৱৰ আজি পৱিত্ৰ আবিৰ্ভাৱ তিথি । শ্ৰীশ্ৰী হৰিদেৱে সমাজক আধ্যাত্মিকতাৰ অমলিন বাট দেখুৱাই মানেৰি, বহৰি, কৈহাটী আদি সত্ৰসমূহ স্থাপন কৰিছিল। ইয়াৰ উপৰি তেওঁ শৰণ সংহিতা, ভক্তিৰস তৰংগিনী, হৰিনাম কীৰ্তন পদ্ধতি আদি আপুৰুগীয়া গ্ৰন্থৰ ৰচনাৰে ...

August 28, 2025 1:22 PM

views 36

আজি অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি অসমলৈ আহিব। গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ খানাপাৰাত আয়োজিত এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ জন্ম শতবার্ষিকীৰ বছৰজোৰা কাৰ্যসূচী শুভাৰম্...

August 28, 2025 1:18 PM

views 34

ভূমি ক্রয়-বিক্ৰীৰ নতুন বিশেষ কার্যবিধিত অসম মন্ত্রীসভাৰ অনুমোদন

অসম মন্ত্রীসভাই আন্তঃধর্মীয় ভূমি ক্রয়-বিক্ৰীৰ নতুন বিশেষ কার্যবিধি অর্থাৎ এছ অ’ পিত অনুমোদন জনাইছে। কালি বিয়লি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত তেওঁ এইকথা প্ৰকাশ কৰে। ড° শৰ্মাই কয়, যে দুটা ভিন্ন ধৰ্মৰ ব্যক্তিৰ মাজত ভূমি হস্তান্তৰ...

August 28, 2025 1:16 PM

views 15

মহানগৰীত কালি সন্ধিয়া অহা ধাৰাসাৰ বৰষুণৰ ফলত যোৰাবাটত এজন লোকৰ প্ৰাণহানি

গুৱাহাটী মহানগৰীত কালি সন্ধিয়াৰ ভাগত হোৱা এজাক ধাৰাসাৰ বৰষুণৰ ফলত বিভিন্ন অঞ্চল প্লাৱিত হোৱাৰ লগতে যোৰাবাটত এজন লোকে প্ৰাণ হেৰুৱায়। বৰষুণৰ ফলত যোৰাবাট, খানাপাৰা, হাতীগাওঁ, ৰুক্মিণী নগৰ, ভেটাপাৰাকে ধৰি বিভিন্ন অঞ্চল কৃত্রিম বানত বুৰ যায়। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঠায়ে ঠায়েও কৃত্রিম বানৰ সৃষ্টি ...

August 28, 2025 1:14 PM

views 18

খনিজ তেল আৰু গেছৰ ৰয়েল্টি লাভ কৰা ৰাজ্যৰ তালিকাত অসমৰ শীর্ষস্থান দখল

২০২৪-২৫ বৰ্ষত খনিজ তেল আৰু গেছৰ ক্ষেত্ৰত ৰয়েল্টি লাভ কৰা ৰাজ্যৰ তালিকাত অসমে শীর্ষস্থান অধিকাৰ কৰিছে। কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ পৰিসংখ্যা অনুসৰি অসমে খনিজ তেল আৰু গেছৰ উৎপাদনৰ ৰয়েটি হিচাপে এই বছৰটোত ৩ হাজাৰ ৭৬৬ কোটিৰো অধিক টকা অর্থাৎ সৰ্বাধিক ধন লাভ কৰিছে। ২০২৩-২৪ বৰ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।