July 16, 2024 1:36 PM July 16, 2024 1:36 PM
5
আজিৰে পৰা দুদিনীয়া চৰকাৰী সূচীৰে বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ মৰিচাছ ভ্ৰমণ
বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজিৰে পৰা দুদিনীয়া চৰকাৰী সূচীৰে মৰিচাছ ভ্ৰমণ কৰিব। ভ্ৰমণকালত বিদেশ মন্ত্ৰীগৰাকীয়ে দেশখনৰ প্ৰধানমন্ত্রী প্রবীন্দ যুগনাথক সাক্ষাৎ কৰিব আৰু দেশখনৰ অন্যান্য জ্যেষ্ঠ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। তেওঁ লগতে দেশখনৰ অন্যান্য বিশেষ নেতাসকলৰ সৈতেও মত বিনিময় কৰি...