ৰাষ্ট্ৰীয়

August 12, 2024 8:00 PM

views 14

দেশজুৰি নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচাযুক্ত দ্ৰব্য সেৱনৰ বিৰুদ্ধে সমূহীয়া সংকল্প গ্রহণ কাৰ্য্যসূচীৰ আয়োজন

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ে আজি দেশজুৰি নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচাযুক্ত দ্ৰব্য সেৱনৰ বিৰুদ্ধে সমূহীয়া সংকল্প গ্রহণ কাৰ্য্যসূচীৰ আয়োজন কৰে। এই উপলক্ষে নতুন দিল্লীত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী ড০ বীৰেন্দ্ৰ কুমাৰে উপস্থিত সকলোকে সংকল্প গ্রহণ কৰা...

August 12, 2024 7:57 PM

views 23

প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ বিনামূলীয়া বিজুলী আঁচনিৰ অন্তৰ্গত সৌৰ গাঁৱৰ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্য্যকৰী নিৰ্দেশনা জাৰী

কেন্দ্ৰীয় চৰকাৰে আজি প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ বিনামূলীয়া বিজুলী আঁচনিৰ অন্তৰ্গত আদৰ্শ সৌৰ গাঁৱৰ ৰূপায়ণৰ বাবে কাৰ্য্যকৰী নিৰ্দেশনা জাৰী কৰিছে। নব্য আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰ্যালয়ে আজি এটা বিবৃতিযোগে কৈছে যে, এই আঁচনিৰ অধীনত দেশজুৰি প্ৰতিখন জিলাতে এখনকৈ আদর্শ সৌৰ গাঁও গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰি...

August 12, 2024 6:03 PM

views 19

অহা ২৫ আগষ্টত আকাশবাণীৰ যোগে প্রধানমন্ত্ৰীৰ মন কী বাত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৩ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১-৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্...

August 12, 2024 6:01 PM

views 20

বিহাৰৰ সিদ্ধেশ্বৰ নাথ মন্দিৰত সংঘটিত এটা দুৰ্ঘটনাত ৭ জন তীর্থযাত্ৰীৰ মৃত্যুৰ লগতে ১৬ জন আহত

বিহাৰৰ জেহানাবাদ জিলাৰ বাবা সিদ্ধেশ্বৰ নাথ মন্দিৰত আজি পুৱা সংঘটিত এটা দুৰ্ঘটনাত পদপিষ্ট হৈ ৭ জন তীর্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১৬ জন তীর্থযাত্রী আহত হৈছে। জেহানাবাদৰ আৰক্ষী অধীক্ষক অৰবিন্দ প্ৰসাদ সিঙে কয় যে নিশা প্রায় ১ বজাত স্থানীয় কিছুসংখ্যক বিক্ৰেতা আৰু তীর্থযাত্ৰীৰ মাজত কোনো প্ৰসংগ লৈ সংঘটিত...

August 12, 2024 5:55 PM

views 21

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল অৰবিন্দ কেজৰিৱালৰ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আবকাৰী নীতি কেলেংকাৰীত চিবিআইৰ গ্ৰেপ্তাৰক সমৰ্থন কৰা দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে ৷ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে জৰুৰী তালিকাভুক্তিৰ বাবে ভাৰতৰ মুখ্য ন্যায়াধীশৰ সন্মুখত আজি এই কথা উল্লেখ কৰে। ই...

August 12, 2024 5:52 PM

views 29

হৰ ঘৰ তিৰংগা অভিযানৰ প্ৰচাৰৰ বাবে জম্মু-কাশ্মীৰৰ জনসাধাৰণে গ্ৰহণ কৰা পদক্ষেপক প্রধানমন্ত্ৰীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে জম্মু-কাশ্মীৰৰ জনসাধাৰণে চলাই থকা তিৰংগা যাত্ৰা অনুপ্ৰেৰণাদায়ক । প্রধানমন্ত্ৰীয়ে হৰ ঘৰ তিৰংগা অভিযানৰ প্ৰচাৰৰ বাবে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে।

August 12, 2024 11:44 AM

views 15

পেৰিছ অলিম্পিকত ভাৰতীয় এথলীটৰ প্ৰদৰ্শনত প্রধানমন্ত্ৰীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ অলিম্পিকত ভাৰতীয় এথলীটসকলৰ প্ৰদৰ্শনৰ প্ৰশংসা কৰিছে। তেওঁ কয় যে, সকলো এথলীটে উৎকৃষ্ট প্রদর্শন আগবঢ়ালে আৰু তেওঁলোকক লৈ প্ৰতিগৰাকী ভাৰতীয় গৌৰৱান্বিত। সামাজিক মাধ্যম এক্সৰ এটা প’ষ্টত শ্রীমোদীয়ে উল্লেখ কৰে যে, পেৰিছ অলিম্পিকৰ সামৰণিৰ লগে লগে তেওঁ ইয়াত অংশগ্ৰহণ ক...

August 12, 2024 11:37 AM

views 14

বিনিয়োগকাৰীক হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত থকা প্রকৃত স্বার্থ সঠিক অধ্যয়নৰ বাবে ছেবিৰ আহ্বান

ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অব ইণ্ডিয়া, চমুকৈ ছেবিয়ে বিনিয়োগকাৰীসকলক হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন বিশ্বাসত লোৱাৰ পূৰ্বে বিষয়টোৰ সন্দৰ্ভত অধিক অধ্যয়নৰ পৰামৰ্শ আগবঢ়াইছে। এটা বিবৃতিত ছেবিয়ে বিনিয়োগকাৰী সকলক হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ আঁৰত থকা প্রকৃত স্বার্থ সঠিকভাবে অধ্যয়নৰ বাবে আহ্বান জনায়। ভাৰ...

August 12, 2024 11:31 AM

views 14

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজস্থানত ২২জন লোকৰ মৃত্যু

ৰাজস্থানৰ বিভিন্ন অংশত যোৱা শনিবাৰৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কমেও ২২ জন লোকৰ মৃত্যু হৈছে। প্ৰৱল বৰষুণৰ ফলত কালি ৰাজ্যখনৰ জয়পুৰ, কাৰৌলী, ছাৱাই মধুপুৰ আৰু দৌছাৰ বাটপথসমূহ পানীত বুৰ যায়। কৰ্তৃপক্ষই এই অঞ্চলকেইটাৰ লগতে গংগাপুৰ আৰু ভাৰতপুৰ জিলাৰ সকলো চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়সমূহ আজি বন্ধ ঘো...

August 12, 2024 11:29 AM

views 22

২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পৰীক্ষা NEET PG সফলতাৰে সম্পন্ন

দেশৰ ১৭০খন চহৰত ২০২৪ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পৰীক্ষা NEET PG কালি সফলতাৰে অনুষ্ঠিত হৈ যায়। চিকিৎসা বিজ্ঞানৰ ৰাষ্ট্ৰীয় পৰীক্ষা ব'ৰ্ডে জনোৱা মতে, এইবাৰ প্ৰায় ২ লাখ ২৮ হাজাৰ ৫৪০খন এডমিট কার্ড পৰীক্ষাৰ্থীসকলক প্ৰদান কৰা হৈছে। পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে কেন্দ্ৰসমূহত ১,৯৫০ জনতকৈ অ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।