ৰাষ্ট্ৰীয়

August 12, 2024 11:26 AM

views 12

হায়দৰাবাদত কেন্দ্ৰীয় মন্ত্রী জি কিষাণ ৰেড্ডীৰ ত্ৰিৰংগা ৰেলী মুকলি

কেন্দ্ৰীয় মন্ত্রী জি কিষাণ ৰেড্ডীয়ে হায়দৰাবাদত কালি ত্ৰিৰংগা ৰেলী মুকলি কৰে। শ্ৰী ৰেড্ডীয়ে সংবাদ মাধ্যমৰ আগত স্বাধীনতা দিৱস উদযাপনৰ আৰম্ভণিৰ ঘোষণা কৰে। তেওঁ কয় যে, বিগত ৩ বছৰ ধৰি কেন্দ্ৰীয় চৰকাৰৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বাধীনতা দিৱস পালন কৰি অহা হৈছে। তেওঁ জনসাধাৰণক, বিশেষকৈ ছাত্ৰ-ছাত্ৰী...

August 12, 2024 11:20 AM

views 15

২৫ আগষ্টত আকাশবাণীযোগে প্রধানমন্ত্ৰীৰ মন কী বাত কাৰ্যসূচী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৫ আগষ্টত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৩ সংখ্যক খণ্ড। প্রধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে ১৮০০-১১- ৭৮০০ এই শুল্কবিহীন নম্বৰত ফোন কৰি প্ৰধানমন...

August 11, 2024 8:17 PM

views 19

মহিলা আৰু শিশু কল্যাণ মন্ত্রী অন্নপূর্ণা দেৱীৰ মহিলা আৰু শিশুৰ কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজৰ সহযোগিতা সন্দৰ্ভত আলোকপাত

মহিলা আৰু শিশু কল্যাণ মন্ত্রী অন্নপূর্ণা দেৱীয়ে দেশজুৰি মহিলা আৰু শিশুৰ কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সহযোগিতামূলক প্ৰচেষ্টাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। ৰাজ্যসমূহৰ সামাজিক কল্যাণ আৰু মহিলা তথা শিশু উন্নয়ন মন্ত্ৰীসকল আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ উপ ৰাজ্যপাল আৰু প্...

August 11, 2024 8:11 PM

views 17

দেশৰ কৃষকসকলৰ সৱলীকৰণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, দেশৰ কৃষকসকলৰ সৱলীকৰণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে, তেওঁ আজি নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত অধিক উৎপাদনক্ষম জলবায়ু অনুকূল তথা জৈৱ পুষ্টিবর্ধন শস্যৰ ১০৯টা প্ৰজাতি মুকলি কৰে। তেওঁ লগতে কয় যে, ইয়ে কৃ...

August 11, 2024 8:23 PM

views 21

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু ফিজি, নিউজিলেণ্ড আৰু টিমোৰ লেষ্টেৰ ত্ৰিদেশীয় ভ্রমণ সামৰি নতুন দিল্লীত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ফিজি, নিউজিলেণ্ড আৰু টিমোৰ লেষ্ট ভ্ৰমণৰ অন্তত আজি বিয়লি নতুন দিল্লীত উপস্থিত হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত দ্বিপাক্ষিক সম্পর্ক সবল কৰাৰ উপৰি বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত বুজাবুজিৰ চুক্তি আৰু দ্বিপাক্ষীক চুক্তি স্বাক্ষৰিত হয়। এই ভ্ৰমণৰ সময়ছোৱাত ভাৰতীয় সম্প্ৰদা...

August 11, 2024 12:01 PM

views 13

নতুন দিল্লীত অধিক উৎপাদনক্ষম জলবায়ু অনুকূল তথা জৈৱ পুষ্টিবর্ধন শস্যৰ ১০৯টা প্ৰজাতিৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অধিক উৎপাদনক্ষম জলবায়ু অনুকূল তথা জৈৱ পুষ্টিবর্ধন শস্যৰ ১০৯টা প্ৰজাতি মুকলি কৰিব। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে খেতিয়ক আৰু বিজ্ঞানীসকলৰ সৈতেও মত বিনিময় কৰিব । প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এটা বিবৃতিত এই বুলি কোৱা হৈছে যে, মুকলি কৰিবলগীয়া ১০৯টা প...

August 11, 2024 11:34 AM

views 13

প্রাক্তন বিদেশ মন্ত্রী কে. নটৱৰ সিঙৰ দেহাৱসান

প্রাক্তন বিদেশ মন্ত্রী কে. নটৱৰ সিঙৰ যোৱানিশা দিল্লীৰ সমীপৰ গুৰুগ্ৰামত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৩ বছৰ। প্ৰাক্তন বিদেশ মন্ত্ৰীগৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল। পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা মতে, নটৱৰ সিঙৰ অন্তিম সংস্কাৰ আজি দিল্লীত সম্পন্ন কৰা হ'ব। নটৱৰ সিঙে ৰাজস্থানৰ ভৰতপুৰ জিলাত ...

August 11, 2024 11:27 AM

views 19

ৱাকফ সংশোধনী বিধেয়ক ২০২৪ৰ যুটীয়া সংসদীয় সমিতিয়ে সংসদৰ শীতকালীন অধিৱেশনত লোকসভাত প্রতিবেদন দাখিল কৰিব

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কৈছে যে, ৱাকফ সংশোধনী বিধেয়ক ২০২৪ৰ পৰ্যালোচনাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিয়ে সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম সপ্তাহৰ শেষৰ দিনটোৰ ভিতৰত লোকসভাত প্রতিবেদন দাখিল কৰিব। সামাজিক মাধ্যমযোগে শ্ৰীৰিজিজুৱে কয় যে, যুটীয়া সংসদীয় সমিতিয়ে এই বিষয়ত ...

August 11, 2024 11:24 AM

views 23

সুস্থ আৰু শক্তিশালী গণতন্ত্ৰৰ বাবে আলোচনা আৰু সহযোগিতাৰ বাতাবৰণ গঢ়ি তোলাৰ আৱশ্যকতাত লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ গুৰুত্ব আৰোপ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সুস্থ আৰু শক্তিশালী গণতন্ত্ৰৰ বাবে আলোচনা আৰু সহযোগিতাৰ বাতাবৰণ গঢ়ি তোলাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত কালি সংসদত নৱনিৰ্বাচিত সদস্যসকলৰ বাবে আয়োজিত দুদিনীয়া দিক্‌দর্শন অনুষ্ঠানত ভাষণ দি অধ্যক্ষ গৰাকীয়ে এইদৰে প্ৰকাশ কৰে। ভাৰতৰ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ মৰ্য...

August 11, 2024 11:21 AM

views 21

ভূমিস্খলনত ক্ষতিগ্ৰস্ত কেৰালাৰ ৱায়নাডৰ প্ৰতি পূর্ণ সমর্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলপতে হোৱা ভূমিস্খলনত বেয়াকৈ ক্ষতিগ্ৰস্ত কেৰালাৰ ৱায়নাডৰ প্ৰতি পূর্ণ সমর্থন আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। সামাজিক মাধ্যম এক্স যোগে এই বিপর্যয়ক লৈ উদ্বেগ প্রকাশ কৰি শ্ৰীমোদীয়ে কয় যে, ৱায়নাডৰ ভূমিস্খলনৰ ঘটনাই সকলোকে ব্যথিত কৰি তুলিছে। প্রধানমন্ত্ৰীয়ে কয় যে,...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।