ৰাষ্ট্ৰীয়

September 19, 2024 12:08 PM

views 25

নতুন দিল্লীত NPS বাৎসল্য আঁচনিৰ শুভাৰম্ভ

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি নতুন দিল্লীত NPS বাৎসল্য আঁচনিৰ শুভাৰম্ভ কৰে। ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত এই আঁচনিখনৰ কথা ঘোষণা কৰা হৈছিল। এই উপলক্ষে শ্রীমতী সীতাৰমনে কয় যে শিশুসকলে এই আঁচনিৰ জৰিয়তে ধন জমা থোৱাৰে পৰাই উচ্চ হাৰৰ ৰিটাৰ্ণ লাভ কৰিব। তেওঁ কয় যে NPS আঁচনিয়ে আৰম্ভণি কালৰেপৰা ভাল...

September 18, 2024 8:12 PM

views 28

গোলকীয় নৱীকৰণযোগ্য শক্তি সন্মিলনৰ সামৰণি অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ ভাষণ

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ভৱিষ্যৎ প্ৰজন্মৰ বাবে ধৰিত্ৰীক ৰক্ষা কৰাৰ উদ্দেশ্যে সমূহীয়া প্ৰয়াসৰ হকে আহ্বান জনাইছে। গান্ধীনগৰৰ মহাত্মা মন্দিৰত অনুষ্ঠিত গোলকীয় নৱীকৰণযোগ্য শক্তি সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আজি এইদৰে আহ্বান জনায়। শ্ৰী ধনখড়ে কয় যে, ভৱিষ্যৎ প্ৰজন্মক এখন ব...

September 18, 2024 8:08 PM

views 28

জয়পুৰৰ মালব্য ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ অষ্টাদশ সমাৱৰ্তন সমাৰোহক ৰাষ্ট্ৰপতিৰ সম্বোধন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে, গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত মহিলাৰ বৃহত্তৰ অংশগ্রহণ অকল দেশৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক বিকাশৰ দিশৰ পৰাই নহয়, বৰং মহিলাৰ জীৱন-ধাৰণ উন্নয়নৰ দিশৰ পৰাও গুৰুত্বপূৰ্ণ। জয়পুৰৰ মালব্য ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ অষ্টাদশ সমাৱৰ্তন সমাৰোহক সম্বোধন কৰি শ্ৰীমত...

September 18, 2024 7:42 PM

views 31

১ ডিচেম্বৰত চি-টেট অনুষ্ঠিত কৰাৰ কথা ঘোষণা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা ১ ডিচেম্বৰত চি-টেট অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত পৰিষদে জাৰি কৰা নিৰ্দেশনা অনুসৰি টি-টেটৰ বাবে ইতিমধ্যে ১৭ ছেপ্তেম্বৰৰ পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আবেদনৰ অন্তিম দিন ১৬ অক্টোবৰ। আবেদনকাৰী প্ৰাৰ্থীসকলে ১৬ অক্টোবৰৰ পুৱা ১২ বজাৰ পূৰ্বে নিৰ্ধ...

September 18, 2024 7:32 PM

views 48

এখন দেশ এটা নিৰ্বাচনৰ প্ৰস্তাৱত কেন্দ্রীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় কেবিনেটে আজি এখন দেশ এটা নিৰ্বাচনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্রাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠন কৰা সমিতিয়ে দেশৰ সাধাৰণ নিৰ্বাচনৰ সমান্তৰালকৈ ৰাজ্যসমূহতো একেসময়তে নির্বাচন অনুষ্ঠিত কৰা প্ৰস্তাৱ দাখিল কৰিছিল। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰক...

September 18, 2024 6:43 PM

views 50

প্রাক্তন ৰে’ল মন্ত্ৰী লালু প্রসাদ যাদৱসহ কেইবাজনো লোকক চমন জাৰি দিল্লী আদালতৰ

দিল্লীৰ এখন আদালতে প্রাক্তন ৰে'ল মন্ত্ৰী লালু প্রসাদ যাদৱ, তেওঁৰ পুত্ৰ তথা বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ আৰু আন কেইবাগৰাকীও লোকক ক'লাধন বৈধকৰণ গোচৰ সন্দৰ্ভত চমন জাৰি কৰিছে। দিল্লীৰ ৰ'জ এভিনিউ আদালতে লগতে লালু প্রসাদৰ বৰ পুত্ৰ তেজপ্ৰসাদ যাদৱলৈও এই গোচৰ সংক্ৰান্তত চমন জাৰি কৰিছে। বিশেষ ...

September 18, 2024 6:28 PM

views 38

মণিপুৰত পুনৰ শান্তি স্থাপনৰ বাবে বিগত এশ দিনত কেন্দ্ৰৰ ভালেমান পদক্ষেপ গ্ৰহণ

চৰকাৰে মণিপুৰত পুনৰ শান্তি স্থাপনৰ বাবে বিগত এশ দিনত ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। গৃহ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ দুটা বেটেলিয়ন আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ২০০টা কোম্পানী নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে নিয়মীয়াকৈ ৰা...

September 18, 2024 6:14 PM

views 28

কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ চতুৰ্থ শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে ২১ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ৰ পৰা ২৩ ছেপ্তেম্বৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। শ্রীমোদীয়ে ২১ ছেপ্তেম্বৰত ৱাশ্বিংটনৰ ডেলাৱেৰত হ'বলগীয়া কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ চতুৰ্থ শীৰ্ষ সন্মিলনত ভাগ ল'ব। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুৰোধ মৰ্মে অহা বছৰ কোৱাড শীৰ্ষ সন্মিলনৰ আয়োজন কৰিবলৈ সন্মতি প্ৰ...

September 18, 2024 12:13 PM

views 19

মিজোৰামত হৈ থকা ধাৰাষাৰ বৰষুণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ, ৰে’লপথেৰে যাতায়াত ব্যাহত

মিজোৰামত হৈ থকা ধাৰাষাৰ বৰষুণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’লপথসমূহেৰে যাতায়াত ব্যৱস্থা অতি বেয়াকৈ ক্ষতিগ্রস্ত হৈছে। পাহাৰীয়া ৰাজ্যখনলৈ অত্যাৱশ্যকীয় খাদ্যসামগ্রী, ইন্ধন আদি সৰবৰাহৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি হৈছে। ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি যোৱা মাহত হোৱা বান আৰু ভূমিস্খলনৰ ফলত ২১ আগষ্টৰ প...

September 18, 2024 12:09 PM

views 7

নতুন দিল্লীত আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এন পি এছ বাৎসল্য আঁচনিৰ শুভাৰম্ভ কৰিব

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি নতুন দিল্লীত এন পি এছ বাৎসল্য আঁচনিৰ শুভাৰম্ভ কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ প্ৰচাৰ-পত্ৰিকা উন্মোচনৰ লগতে নতুন নাবালক উপভোক্তাসকলক স্থায়ী অৱসৰ একাউণ্ট নম্বৰ (প্রাণ) কাৰ্ড বিতৰণ কৰিব। শিশু উপভোক্তাসকলক প্ৰাণ কাৰ্ডৰ জৰিয়...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।