ৰাষ্ট্ৰীয়

September 17, 2024 8:21 PM

views 22

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত সেৱা পষেকৰ অধীনত ৰক্তদান শিবিৰ মুকলি

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত সেৱা পষেকৰ অধীনত ৰক্তদান শিবিৰ মুকলি কৰে। শ্ৰীনাড্ডাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিন উপলক্ষে তেওঁৰ জীৱনৰ ওপৰত আধাৰিত এখন প্রদর্শনীও মুকলি কৰে। এই উপলক্ষে শ্ৰীনাড্ডাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় দ...

September 17, 2024 8:19 PM

views 54

নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম এশ দিনৰ ভিতৰত ১৫ লাখ কোটি টকাৰ বিভিন্ন প্ৰকল্পত অনুমোদন জনোৱা হৈছেঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে, নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম এশ দিনৰ ভিতৰত ১৫ লাখ কোটি টকাৰ বিভিন্ন প্ৰকল্পত অনুমোদন জনোৱা হৈছে অথবা আৰম্ভ কৰা হৈছে। তেওঁ কয় যে, এই সময়ছোৱাত অৰ্থব্যৱস্থাৰ সূদৃঢ়কৰণ, জীৱন ধাৰণ সুগম আৰু দুখীয়া তথা মধ্য বিত্ত শ্ৰেণীৰ জীৱন উন্নত কৰাৰ বাবে ভাল...

September 17, 2024 8:11 PM

views 24

আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালৰ দিল্লীৰ মুখ্যমন্ত্ৰী পদ ত্যাগ

আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালে আজি দিল্লীৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰে। শ্ৰীকেজৰিৱালে বিয়লি দিল্লীৰ উপ ৰাজ্যপাল ভি কে চাক্সেনাৰ হাতত পদত্যাগপত্র দাখিল কৰে। ইয়াৰ পূৰ্বে আম আদমী পাৰ্টীয়ে দলৰ জ্যেষ্ঠ নেত্ৰী আতিশী দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ'ব বুলি ঘোষণা কৰে । নতুন দিল্লীত অনুষ্ঠিত আম আদমী পাৰ্...

September 17, 2024 7:00 PM

views 23

দেশৰ কোনো ঠাইতে আগতীয়া অনুমতি অবিহনে উচ্ছেদ কাৰ্য চলাব পৰা নাযাব বুলি  উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তী আদেশ জাৰি

উচ্চতম ন্যায়ালয়ে আজি দেশৰ কোনো ঠাইতে আগতীয়া অনুমতি অবিহনে উচ্ছেদ কাৰ্য চলাব পৰা নাযাব বুলি এটা অন্তৱৰ্তী আদেশ জাৰি কৰিছে। বিভিন্ন ৰাজ্যত এনেধৰণৰ উচ্ছেদ কাৰ্য সন্দৰ্ভত দাখিল হোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে এই আদেশ জাৰি কৰে। অৱশ্যে ৰাজহুৱা পথ, পদপথ, ৰে'লপথ আৰু জলাশয়কে ধৰি অন্য ৰাজহুৱা স্থ...

September 17, 2024 6:43 PM

views 17

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৭৪ সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি ধৰি বিভিন্ন নেতাৰ নেতাগৰাকীলৈ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৭৪ সংখ্যক জন্মদিন উপলক্ষে নেতাগৰাকীলৈ শুভেচ্ছা জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সামাজিক মাধ্যমযোগে কৈছে প্রধানমন্ত্ৰী মোদীয়ে তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰে দেশৰ সমৃদ্ধ...

September 17, 2024 6:39 PM

views 17

দেশক প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰঃ  প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে দেশক প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ। নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ ১০০ দিনৰ কাম-কাজৰ ভূয়সী প্ৰশংসা কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰতিৰক্ষা মন্ত্ৰ্যালয় বিগত ৩ মাহত ১ লাখ ৫০ হাজাৰ কোটি টকাৰ...

September 17, 2024 6:30 PM

views 35

জল সংৰক্ষণ, উন্নত ব্যৱস্থাপনা, উন্নয়ন আৰু বিতৰণৰ লক্ষ্যত উপনীত হোৱাৰ বাবে গণ আন্দোলন গঢ়ি তোলাৰ আৱশ্যকতাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ গুৰুত্ব আৰোপ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে জল সংৰক্ষণ, উন্নত ব্যৱস্থাপনা, উন্নয়ন আৰু বিতৰণৰ লক্ষ্যত উপনীত হোৱাৰ বাবে গণ আন্দোলন গঢ়ি তোলাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি অষ্টম ভাৰত জল সপ্তাহ উদ্বোধন কৰি শ্ৰীমতী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰে। তেওঁ জল সংৰক্ষণ আৰু বহন ক্ষমতাৰ বিষয়সম...

September 17, 2024 6:17 PM

views 20

দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে জ্যেষ্ঠ নেত্রী আতিশী মাৰলেনাক বাছনি

নতুন দিল্লীত আজি অনুষ্ঠিত আম আদমী পাৰ্টীৰ বিধায়কসকলৰ বৈঠকত দলৰ জ্যেষ্ঠ নেত্রী আতিশী মাৰলেনাক বিধায়িনী গোটৰ নেত্ৰী হিচাপে বাছনি কৰা হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী গোপাল ৰায়ে কয় যে পৰৱৰ্তী বিধানসভা নিৰ্বাচন পর্যন্ত আতিশী মুখ্যমন্ত্ৰী হ'ব বুলি সৰ্বসম্মতিক্রমে সিদ্ধান্ত গ্ৰহণ...

September 17, 2024 12:51 PM

views 22

সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত স্বচ্ছতাই সেৱা অভিযান ২০২৪ ৰ বিভিন্ন কাৰ্যসূচী আয়োজন

সমগ্ৰ দেশতে আজি স্বচ্ছতাই সেৱা অভিযান ২০২৪ আৰম্ভ হৈছে। এইবাৰৰ এই অভিযানৰ বিষয়বস্তু হৈছে স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা। এই অভিযান অহা ২ অক্টোবৰলৈকে চলিব। দেশৰ পৰ্যটনস্থলী, ৰাজহুৱা ভৱন, বাণিজ্যিক অঞ্চল, জলাশয়, চিৰিয়াখানা তথা ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ দৰে বিভিন্ন স্থানত সমূহীয়া শ্ৰমদানেৰে এই অভিযান চ...

September 17, 2024 12:47 PM

views 17

নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ সুৰক্ষা ব্যৱস্থাক শক্তিশালী কৰি নিৰাপদ ভাৰত গঢ়ি তুলিছেঃ  গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে নৰেন্দ্ৰ মোদী চৰকাৰে দেশৰ সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি তুলিছে আৰু এখন নিৰাপদ ভাৰত গঢ়ি তোলাত সহায় কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে বিগত ১০ বছৰত দেশক প্ৰগতিৰ পথেৰে আগুৱাই লৈ যোৱাৰ উদ্দ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।