ৰাষ্ট্ৰীয়

September 20, 2024 1:30 PM

views 27

হাৰিয়ানাত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, জে পি নাড্ডাৰ নিৰ্বাচনী সভা

হাৰিয়ানাত সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে৷ প্ৰচাৰ অভিযানৰ অংশ হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় মন্ত্রী জগত প্রকাশ নাড্ডাই কালি ৰোহটকত অনুষ্ঠিত দলীয় কর্মী সন্মিলনক সম্বোধন কৰে। শ্ৰীনাড্ডাই কয় যে বিজেপিৰ শাসনকালত হাৰিয়ানাই যোগ্যতাৰ ভিত্তিত চাকৰি ...

September 20, 2024 1:29 PM

views 26

পশ্চিমবংগৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষৰ পঞ্জীয়ন বাতিল

পশ্চিমবংগ চিকিৎসা পৰিষদে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষৰ পঞ্জীয়ন বাতিল কৰিছে। তেওঁ প্ৰতিষ্ঠানটোত সংঘটিত এগৰাকী যুৱ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত বৰ্তমান চি বি আইৰ জিম্মাত আছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিগত ৬ ছেপ্টেম্বৰত সন্দীপ ঘোষক কাৰণ দৰ্শোৱাৰ জানন...

September 20, 2024 1:28 PM

views 19

পশ্চিমবংগৰ সকলো চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকসকলে আজি কৰ্মবিৰতি প্ৰত্যাহাৰ কৰিব

পশ্চিমবংগৰ সকলো চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকসকলে আজি কৰ্মবিৰতি প্ৰত্যাহাৰ কৰিব আৰু জৰুৰীকালীন কর্তব্যত যোগদান কৰিব। কালি সর্বসন্মতিক্রমে প্রতিবাদী চিকিৎসকমহলে এই সিদ্ধান্ত গ্ৰহণ কৰে। আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্তব্যৰত অৱস্থাত এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা ঘটনাৰ ন্...

September 20, 2024 1:27 PM

views 22

অসমসহ উত্তৰ-পূবত ঠাই বিশেষে ২২-২৫ ছেপ্টেম্ৱৰলৈ প্রবল বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত আজি পর্যন্ত প্রচণ্ড বৰষুণৰ পূর্বাভাস প্ৰকাশ কৰিছে৷ বিভাগৰ তথ্য অনুসৰি চলিত মাহৰ ২২ৰ পৰা ২৫ তাৰিখৰ ভিতৰত অসম, পূব-মধ্য ছত্তিশগড়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ঠাই বিশেষে প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিভ...

September 20, 2024 1:26 PM

views 10

নতুন দিল্লীত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰত নদী উৎসৱ ২০২৪ উদ্বোধন

ভাৰতৰ নদীসমূহৰ তাৎপৰ্যক উদযাপন কৰি কালি নতুন দিল্লীত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ (আই জি এন চি এ)ত নদী উৎসৱ ২০২৪ উদ্বোধন কৰা হয়। এখন নদীৰ উপাদান আৰু ইয়াৰ আশে-পাশে থকা সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ‘ৰিভাৰ্ছ ইন ৰিভাৰ্ছ: মেকিং অৱ এ লাইফলাইন' শীর্ষক বিষয়বস্তুৰ অধীনত এইবেলি নদী উৎসৱৰ ৫ম সংস...

September 20, 2024 1:24 PM

views 10

নেপালৰ সংবিধান দিৱস উপলক্ষে কাঠমাণ্ডুৰ দৰবাৰ মাৰ্গত ‘ৰাষ্ট্ৰীয় দিৱস সংগীতানুষ্ঠান’

নেপালৰ সংবিধান দিৱস উপলক্ষে কালি কাঠমাণ্ডুৰ দৰবাৰ মাৰ্গত ‘ৰাষ্ট্ৰীয় দিৱস সংগীতানুষ্ঠান'ৰ আয়োজন কৰা হয়। সংবিধান দিৱস উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰীয় দিৱসৰ সংগীতানুষ্ঠানত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শর্মা অলি, উপ-প্রধানমন্ত্রী তথা বিত্তমন্ত্রী বিষ্ণু পৌডেল আৰু গৃহমন্ত্ৰী ৰমেশ লেখকে অংশগ্ৰহণ কৰে। প্রধানম...

September 20, 2024 1:10 PM

views 20

চৰকাৰে ২০২৬ চনৰ মাৰ্চ মাহৰ পূৰ্বে দেশৰ পৰা নক্সালবাদ নিঃশেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছেঃ গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে, চৰকাৰে ২০২৬ চনৰ মাৰ্চ মাহৰ পূৰ্বে দেশৰ পৰা নক্সালবাদ আৰু নক্সালবাদৰ ধাৰণা নিশেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত থকা নিজা বাসভৱনত আজি ছত্তিশগড়ৰ নক্সালবাদী হিংসাৰ বলি হোৱা প্ৰায় ৫৫ জন লোকৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয়মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ ...

September 19, 2024 9:04 PM

views 26

দেশৰ উদ্ভাৱন, বহনক্ষমতা, খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত গোলকীয় মান নিৰ্ধাৰণৰ বাবে চৰকাৰ বদ্ধপৰিকৰঃ প্ৰধানমন্ত্ৰী

কেন্দ্ৰীয় চৰকাৰে দেশৰ উদ্ভাৱন, বহনক্ষমতা আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত গোলকীয় মান নিৰ্ধাৰণৰ বাবে বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত ৪ দিনীয়াকৈ অনুষ্ঠিত ৱর্ল্ড ফুড ইণ্ডিয়া ২০২৪ৰ উদ্বোধনী অনুষ্ঠানত ভিডিঅ' বার্তাযোগে প্রধানমন্ত্রীয়ে আজি এই বিষয়ে প্ৰকাশ কৰে। তেও...

September 19, 2024 9:02 PM

views 43

দেশৰ প্ৰশাসন ব্যৱস্থা নাগৰিক প্ৰথম পন্থাৰে পৰিচালনাৰ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ এশ দিন উপলক্ষে চৰকাৰে নাগৰিক প্ৰথম পন্থাৰে প্ৰশাসন ব্যৱস্থা পৰিচালনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰসংগত কয় যে, চৰকাৰক জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ লগতে প্ৰতিগ...

September 19, 2024 8:59 PM

views 26

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন উপলক্ষে নতুন দিল্লীৰ সন্মিলনত বিগত ১০০ দিনৰ কাৰ্যসূচী সম্পর্কে গৃহমন্ত্রী অমিত শ্বাহৰ আলোকপাত

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন উপলক্ষে আজি নতুন দিল্লীত আয়োজিত সন্মিলনত দিয়া ভাষণত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে চৰকাৰে বিগত এশটা দিনত গ্ৰহণ কৰা কাৰ্যসূচী সম্পর্কে আলোকপাত কৰে। শ্ৰীশ্বাহে কয় যে, দ্বিতীয় পৰ্যায়ৰ শ্বেতবিপ্লৱে মহিলাৰ সৱলীকৰণ, শিশুৰ পুষ্টিহীনতা ৰোধ,...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।