ৰাষ্ট্ৰীয়

September 19, 2024 8:58 PM

views 10

বিগত ৩ মাহত প্রধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ৰন্ধন গেছৰ জনমূৰি ব্যৱহাৰ যথেষ্ট বৃদ্ধি

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, বিগত ৩ মাহত প্রধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ৰন্ধন গেছৰ জনমূৰি ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। এন ডি এ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম এশ দিনত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰালয়ে এই বিষয়ে প্ৰকাশ কৰে। মন্ত্ৰালয়...

September 19, 2024 8:55 PM

views 15

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ৰ পৰা ২৩ ছেপ্টেম্বৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ৰ পৰা ২৩ ছেপ্তেম্বৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ সচিব বিক্রম মিস্ত্রীয়ে কয় যে, ভ্রমণকালত প্রধানমন্ত্ৰীয়ে ভালেমান দ্বিপাক্ষিক আৰু বহুপাক্ষিক দিশক লৈ আলোচনা কৰিব। তেওঁ কয় যে, শ্রীমোদীয়ে ভ্রমণকালত কেইবাগৰাক...

September 19, 2024 8:54 PM

views 19

শ্ৰীনগৰত আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নির্বাচনী সভা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীনগৰত এখন নির্বাচনী সভাত সম্বোধন কৰে। শ্ৰীমোদীয়ে জম্মু-কাশ্মীৰত অহা ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব লগা দ্বিতীয় পৰ্যায়ৰ বিধানসভাৰ নিৰ্বাচনত জনসাধাৰণক অভিলেখ পৰিমাণৰ ভোটদান কৰিবলৈ আহ্বান জনাইছে। জম্মু-কাশ্মীৰক সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰ প্ৰদান কৰাৰ বাবে তেওঁৰ চৰ...

September 19, 2024 8:52 PM

views 14

হাইড্ৰ’জেনৰ ব্যৱহাৰৰ সহায়ত জীৱাশ্ম ইন্ধনৰ আমদানি হ্ৰাস কৰাৰ লক্ষ্য চৰকাৰৰঃ নীতিন গাডকাৰী

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে, চৰকাৰে হাইড্ৰ'জেনৰ ব্যৱহাৰৰ সহায়ত অনাগত সময়ত জীৱাশ্ম ইন্ধনৰ আমদানি প্ৰায় ২২ লাখ কোটিৰ পৰা ৪ লাখ কোটিলৈ হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আজি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, চৰকাৰে আৱৰ্জ...

September 19, 2024 8:46 PM

views 11

সংশোধিত প্ৰধানমন্ত্ৰী জৈৱ ইন্ধন পৰিৱেশ অনুকূল শস্যৰ অৱশিষ্ট বিনষ্টকৰণ যোজনাত চৰকাৰৰ অনুমোদন

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে এন ডি এ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম ১০০ দিনত ভালেমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। মন্ত্ৰ্যালয়ে কৈছে যে, শেহতীয়াকৈ চৰকাৰে সংশোধিত প্ৰধানমন্ত্ৰী জৈৱ ইন্ধন পৰিৱেশ অনুকূল শস্যৰ অৱশিষ্ট বিনষ্টকৰণ যোজনাত অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে শস্য চপোৱাৰ পা...

September 19, 2024 7:00 PM

views 16

উজ্জয়িনীৰ মহাকালত সংস্কৃতি-সভ্যতাৰ পৰম্পৰা কেইবা শতিকাজুৰি প্ৰচলিত হৈ আহিছেঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে, উজ্জয়িনীৰ মহাকালত সংস্কৃতি আৰু সভ্যতাৰ পৰম্পৰা কেইবা শতিকাজুৰি প্ৰচলিত হৈ আহিছে। উজ্জ্বয়িনীত আজি চাফাই মিত্র সন্মিলনত অংশগ্ৰহণ কৰি দিয়া ভাষণত তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰীমতী মুৰ্মুৱে লগতে ইন্দোৰ-উজ্জয়িনী সংযোগী ছটা শাৰীযুক্ত পথ প্ৰকল্পৰ ভূমি পূজন অনুষ...

September 19, 2024 6:59 PM

views 22

নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ, কৃষকৰ জীৱন-জীৱিকাৰ উন্নতিৰ বাবে ১৪,২০০ কোটি টকা আবণ্টন

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ এশ দিন উপলক্ষে চৰকাৰে বিকশিত ভাৰতৰ বাবে সমৃদ্ধিশালী কৃষক মূলমন্ত্ৰ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, আমাৰ কৃষকসকলক কেৱল খাদ্য যোগানকাৰীয়েই নহয় দেশৰ বাবে শক...

September 19, 2024 12:20 PM

views 9

পশ্চিমবংগৰ প্ৰতিবাদকাৰী কনিষ্ঠ চিকিৎসক আৰু ৰাজ্য চৰকাৰৰ বৈঠক সিদ্ধান্ত অবিহনে সমাপ্ত

পশ্চিমবংগৰ প্ৰতিবাদকাৰী কনিষ্ঠ চিকিৎসকসকলৰ সৈতে নবান্নাস্থিত ৰাজ্যিক সচিবালয়ত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ বৈঠকখন কোনোধৰণৰ সিদ্ধান্ত অবিহনে সমাপ্ত হৈছে। ইয়াৰ ফলত কনিষ্ঠ চিকিৎসকসকলে কৰ্মবিৰতি আৰু প্ৰতিবাদ অব্যাহত ৰাখিব বুলি ঘোষণা কৰিছে। কনিষ্ঠ চিকিৎসকসকলে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালত সংঘটিত...

September 19, 2024 12:16 PM

views 14

আজিৰে পৰা ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৪ শীৰ্ষক অনুষ্ঠান আৰম্ভ

নতুন দিল্লীত আজিৰে পৰা ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৪ শীৰ্ষক চাৰিদিনীয়া এক বৃহৎ অনুষ্ঠান আৰম্ভ হ'ব। খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰালয়ে জনোৱা অনুসৰি অনুষ্ঠানত ৯০খনতকৈও অধিক দেশ, ২৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰি ১৮টা মন্ত্ৰালয়ে অংশগ্রহণ কৰিব। অনুষ্ঠানত জাপানে অংশীদাৰ দেশ তথা ভিয়েটনাম আৰু ইৰাণ...

September 19, 2024 12:13 PM

views 41

জম্মু-কাশ্মীৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৬১ শতাংশৰো অধিক ভোটদান

জম্মু-কাশ্মীৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কালি ৬১ শতাংশৰো অধিক ভোটদান হয়। ভোটদানৰ এই হাৰ বিগত ৩৫ বছৰৰ ভিতৰত সৰ্বাধিক। এই পৰ্যায়ত ৰাজ্যখনৰ ৭ খন জিলা – ক্ৰমে পুলৱামা, শ্ব’পিয়ান, কুলগাম, কিষ্টৱাৰ, অনন্তনাগ, ৰামবাণ আৰু ডোডাৰ ২৪ টা সমষ্টি সামৰি লোৱা হয়। নিৰ্বাচন আয়োগে কৈছে যে প্রথম পৰ্যায়ত য...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।