ৰাষ্ট্ৰীয়

August 24, 2024 9:15 PM August 24, 2024 9:15 PM

views 3

লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগে কর্মসংস্থাপনৰ সুযোগ প্ৰদান কৰি ৰাষ্ট্ৰ নিৰ্মাণত অৱদান আগবঢ়াই আহিছেঃ পীয়ুষ গোৱেল

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কৈছে যে লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে কোটি কোটি লোকক কর্মসংস্থাপন সুযোগ আৰু বৃহৎ উদ্যোগসমূহক গুৰুত্বপূৰ্ণ যোগান শৃংখলা প্ৰদান কৰি ৰাষ্ট্ৰ নিৰ্মাণত অৱদান আগবঢ়াই আহিছে। নতুন দিল্লীত আজি দশম ভাৰত আন্তঃৰাষ্ট্ৰীয় লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ ষ্টার্টআপ ...

August 24, 2024 9:14 PM August 24, 2024 9:14 PM

views 4

কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষকে ধৰি ৭জন লোকৰ পলিগ্রাফ টেষ্ট

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষকে ধৰি সাতজন লোকৰ পলিগ্রাফ টেষ্ট সম্পন্ন কৰিছে। এই ঘটনাৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা একমাত্র ব্যক্তি সঞ্জয় ৰায়, ঘটনাৰ পূৰ্বে ভুক্তভোগী আৱাসীক চিকিৎসক গৰাকীৰ সৈতে থকা চাৰিগৰাকী চিকিৎসক আৰু...

August 24, 2024 9:13 PM August 24, 2024 9:13 PM

views 8

ছত্তীশগড়, ওড়িশা, পশ্চিম ৰাজস্থান, পূব মধ্য প্ৰদেশ আৰু পশ্চিমবংগত কাইলৈ ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে চট্টিশগড়, ওড়িশা, পশ্চিম ৰাজস্থান, পূব মধ্য প্ৰদেশ আৰু পশ্চিমবংগৰ কিছু অঞ্চলত কাইলৈ ধাৰাষাৰ বৰষুণৰ আগজাননী দিছে। তদুপৰি মিজোৰাম, ত্ৰিপুৰা, গুজৰাট, গোৱা আৰু মধ্য মহাৰাষ্ট্ৰটো অহা দুদিনত ধাৰাষাৰ বৰষুণৰ আগজাননী দিছে। বতৰ বিজ্ঞান বিভাগে এই সপ্তাহত হিমাচল প্রদেশ, উত্তৰাখণ্ড, প...

August 24, 2024 9:11 PM August 24, 2024 9:11 PM

views 5

পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণৰ বাবে ভাৰতীয় পেৰা শ্বুটিং দল ৰাওনা

ভাৰতীয় পেৰা শ্বুটিং দলটো পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণৰ বাবে ইতিমধ্যে স্বদেশৰ পৰা ৰাওনা হৈছে। মনীষ নাৰ'ৱাল, আমিৰ আহমেদ ভট্, ৰুদ্ৰাংশ খাণ্ডেলৱাল, অৱনী লেখৰা, মোনা আগৰৱাল, ৰুবিনা ফ্ৰান্সিছ, স্বৰূপ মহাবীৰ, সিদ্ধাৰ্থ বাবু, শ্ৰীহৰ্ষ দেৱ ৰড্ডী আৰু নিহাল সিঙক লৈ গঠিত দলটোৱে পেৰিছ পেৰালিম্পিকত অধিক উন্নত প্ৰ...

August 24, 2024 9:10 PM August 24, 2024 9:10 PM

views 5

নেপালত বাছ দুৰ্ঘটনাত নিহত ভাৰতীয় লোকসকলৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ, এককালীন সাহায্য ঘোষণা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালত সংঘটিত বাছ দুৰ্ঘটনাত নিহত ভাৰতীয় লোকসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। নেপালত থকা ভাৰতীয় দূতাৱাসে দুৰ্ঘটনাত আক্রান্ত লোকসকলক সকলো...

August 24, 2024 6:54 PM August 24, 2024 6:54 PM

views 4

আন্তৰ্জাতিক আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা বেটছমেন শিখৰ ধাৱানৰ অৱসৰ ঘোষণা

ভাৰতীয় ক্রিকেট দলৰ বেটছমেন শিখৰ ধাৱানে সকলো ধৰণৰ আন্তৰ্জাতিক আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। সামাজিক মাধ্যমত নিজৰ অৱসৰৰ এটা আৱেগিক ভিডিঅ' প্ৰকাশ কৰি ৩৮ বছৰীয়া শ্ৰী ধাৱানে খেলুৱৈ জীৱনত তেওঁক বিভিন্ন প্ৰকাৰে সহায় কৰা পৰিয়ালৰ লোকসকলৰ লগতে প্ৰশিক্ষক আৰু দলৰ সদস্যসকলক ধন্যবাদ জনায়। বাঁওহতীয...

August 24, 2024 6:52 PM August 24, 2024 6:52 PM

views 8

ইউক্রেইন-ৰাছিয়াৰ যুদ্ধ সমাপ্তিৰ কূটনৈতিক প্ৰয়াসৰ ক্ষেত্ৰত ভাৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ হিচাপে পৰিগণিত হ’ব পাৰেঃ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কি

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কিয়ে কৈছে যে, ইউক্রেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধ সমাপ্তিৰ কূটনৈতিক প্ৰয়াসৰ ক্ষেত্ৰত ভাৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ হিচাপে পৰিগণিত হ'ব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমটো ইউক্রেইন ভ্ৰমণৰ সময়ছোৱাত কালি কিভত হোৱা দ্বিপাক্ষিক আলোচনাৰ সময়ত শ্রীমোদীয়ে ৰাষ্...

August 24, 2024 6:51 PM August 24, 2024 6:51 PM

views 18

চৰকাৰে ভাৰতক শীৰ্ষ ১০খন সামুদ্রিক ৰাষ্ট্ৰৰ ভিতৰত স্থান দিবলৈ চেষ্টা কৰি আছেঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে তেওঁৰ মন্ত্ৰ্যালয়ৰ কৰ্মচাৰীসকলৰ নিৰাপত্তা, সুৰক্ষা, কল্যাণ আৰু উন্নয়ন শক্তিশাৰী কৰাৰ বাবে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ । কালি এম টি আইত জ্যেষ্ঠ বিষয়া আৰু যুৱ কেডেটসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই দিশত চৰকাৰে লোৱা ব্যৱস্থাত আলোকপাত কৰে...

August 24, 2024 11:48 AM August 24, 2024 11:48 AM

views 11

নেপালৰ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মহাৰাষ্ট্ৰৰ ২৪ লোকৰ মৃতদেহ নিজ গাঁৱলৈ ৰাওনা

নেপালৰ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ ২৪ গৰাকী লোকৰ মৃতদেহ আজি নিজ গাঁৱলৈ অনা হ'ব। মৃতদেহসমূহ প্রথম উত্তৰ প্ৰদেশৰ গোৰখপুৰলৈ অনা হ'ব। তাৰপৰা ভাৰতীয় বায়ুসেনাৰ বিমানেৰে মৃতদেহসমূহ মহাৰাষ্ট্ৰৰ নাচিকলৈ নিয়া হ'ব আৰু নিজ নিজ পৰিয়ালক ছমজাই দিয়া হ'ব। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ ...

August 24, 2024 12:28 PM August 24, 2024 12:28 PM

views 6

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৩ সংখ্যক খণ্ড। আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নি...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।