ৰাষ্ট্ৰীয়

September 21, 2024 10:24 AM

views 19

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনি দিনীয়া ভ্ৰণসূচীৰে আমেৰিকালৈ যাত্ৰা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনি দিনীয়া ভ্ৰণসূচীৰে আজি আমেৰিকালৈ যাব। এই ভ্ৰমণকালত শ্ৰী মোদীয়ে কেইবালানিও উচ্চস্তৰীয় বৈঠক আৰু আলোচনাত মিলিত হ'ব। ৱাশ্বিংটনৰ ডেলাৱেৰত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ চতুৰ্থ শীৰ্ষ সন্মিলনত অংশগ্রহণেৰে শ্ৰী মোদীয়ে তেওঁৰ এই ভ্ৰমণৰ পাতনি মেলিব। সন্মিলনত জলবায়ু পৰিৱৰ্তনৰ...

September 20, 2024 7:50 PM

views 18

ভোগনাদীহত ঝাৰখণ্ড বিজেপিৰ পৰিৱৰ্তন যাত্ৰাৰ শুভাৰম্ভ গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ঝাৰখণ্ডৰ চাহেবগঞ্জ জিলাৰ চাওতাল পৰগণা খণ্ডৰ ভোগনাদীহত ঝাৰখণ্ড বিজেপিৰ পৰিৱৰ্তন যাত্ৰাৰ শুভাৰম্ভ কৰে। পুলিচ লাইন গ্রাউণ্ডত আয়োজিত এখন জনসভাক সম্বোধন কৰি শ্ৰী শ্বাহে কয় যে পৰিৱৰ্তন যাত্ৰাৰ জৰিয়তে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰা হৈছে। শ্ৰী শ্বাহে আশ্ব...

September 20, 2024 6:31 PM

views 25

মহাৰাষ্ট্ৰৰ জালনাত সংঘটিত পথ দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু, ১০ আহত

মহাৰাষ্ট্ৰৰ জালনা জিলাত আজি সংঘটিত এটি পথ দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০ লোক গুৰুতৰভাৱে আহত হয়। আহত লোক কেইজনৰ ভিতৰত তিনিজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে৷ ৰাজ্যখনৰ চাহাপুৰ অঞ্চলৰ সমীপৰ জালনা-ৱাডিগোড়ি পথত আজি পুৱা এখন ট্রাকে গেৱৰাই অঞ্চলৰ পৰা জালনা অভিমুখে গৈ থকা এখন বাছত খুন্দা...

September 20, 2024 6:28 PM

views 15

নক্সালবাদ আৰু নক্সালবাদৰ ধাৰণা নিঃশেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কেন্দ্ৰৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে, চৰকাৰে ২০২৬ চনৰ মাৰ্চ মাহৰ পূৰ্বে দেশৰ পৰা নক্সালবাদ আৰু নক্সালবাদৰ ধাৰণা নিঃশেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত থকা নিজা বাসভৱনত আজি ছত্তিশগড়ৰ নক্সালবাদী হিংসাৰ বলি হোৱা প্ৰায় ৫৫ জন লোকৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা উল্লে...

September 20, 2024 6:24 PM

views 14

১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে চৰকাৰৰ মহিলা নেতৃত্বাধীন বিকাশৰ ক্ষেত্ৰত গুৰুত্ব

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ ১০০ দিন উপলক্ষে চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। সেই অনুসৰি মহিলাৰ দ্বাৰা ক্ৰয় কৰা সম্পত্তিৰ বাবে ষ্টাম্প শুল্ক কম কৰিবলৈ ৰাজ্যসমূহক উৎসাহ যোগোৱাৰ লগতে হোষ্টে...

September 20, 2024 6:04 PM

views 12

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ তিনিদিনীয়া ভ্ৰণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈৰ পৰা তিনি দিনীয়া ভ্ৰণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাব। এই ভ্রমণকালত প্রধানমন্ত্ৰীয়ে ৱাশ্বিংটনৰ ডেলাৱেৰত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ চতুৰ্থ শীৰ্ষ সন্মিলনত ভাগ ল'ব । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বায়ডেনে এই সন্মিলনৰ আয়োজন কৰিছে। পৰৱৰ্তী কোৱাড সন্মিলন ভাৰত...

September 20, 2024 6:01 PM

views 31

ৰাষ্ট্ৰীয় ‘পি এম বিশ্বকৰ্মা’ কাৰ্যসূচী মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱৰ্ধাত পি এম বিশ্বকৰ্মা আঁচনিৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰাষ্ট্ৰীয় ‘পি এম বিশ্বকৰ্মা' কাৰ্যসূচী মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ‘পি এম বিশ্বকর্মা’ আঁচনিৰ হিতাধিকাৰীসকলক প্ৰমাণ পত্ৰ আৰু ঋণ মোকলাই দিয়ে। এই আঁচনিৰ অধীনত শিল্পীসকলক দিয়া প্রতিশ্ৰুতিৰ প্...

September 20, 2024 1:34 PM

views 29

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱৰ্ধা ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱৰ্ধা ভ্ৰমণ কৰিব। পি এম বিশ্বকৰ্মা আঁচনিৰ এবছৰৰ অগ্ৰগতি উপলক্ষে ৰাষ্ট্ৰীয় ‘পি এম বিশ্বকর্মা’ কাৰ্যসূচীত প্রধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব। কাৰ্যসূচীৰ সময়ত প্রধানমন্ত্রী মোডীয়ে প্রধানমন্ত্রী বিশ্বকর্মা আঁচনিৰ হিতাধিকাৰীসকলক প্ৰমাণ-পত্ৰ আৰু ঋণ মোকলাই...

September 20, 2024 1:33 PM

views 22

মধ্যপ্ৰদেশ ভ্ৰমণ সামৰি ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু ঝাৰখণ্ডৰ ৰাঁচীত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দুদিনীয়া মধ্যপ্ৰদেশ ভ্ৰমণ সামৰি কালি ঝাৰখণ্ডৰ ৰাঁচীত উপস্থিত হয়। ৰাঁচী বিমানবন্দৰত ৰাজ্যপাল সন্তোষ কুমাৰ গংগৱাৰ আৰু মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায়। আজি ৰাঁচীৰ ৰাষ্ট্ৰীয় মাধ্যমিক কৃষি প্রতিষ্ঠান আইচিএআৰৰ শতবার্ষিকী উদযাপনত ৰাষ্ট্ৰপতিগৰাক...

September 20, 2024 1:31 PM

views 12

দাদৰা আৰু নগৰ হাভেলী, দমন আৰু ডিউ ভ্ৰমণলৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজিৰ পৰা দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউ ভ্ৰমণ কৰিব। এয়া হ'ব কেন্দ্রীয়শাসিত অঞ্চলটোলৈ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰথমটো ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক আৰু উন্নয়নমূলক প্রকল্প উদ্বোধন কৰিব।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।