ৰাষ্ট্ৰীয়

September 21, 2024 9:13 PM

views 16

জম্মু সীমান্তত অস্ত্ৰবিৰতি উলংঘনৰ ঘটনা সংঘটিত নোহোৱাটোৱে পাকিস্তানে প্রধানমন্ত্ৰী মোদীক ভয় কৰাটো প্ৰতিফলিত কৰেঃ গৃহমন্ত্ৰী অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি এই বুলি আশ্বাস দিছে যে, জম্মু সীমান্তত দীৰ্ঘদিনৰে পৰা অস্ত্ৰ বিৰতি উলংঘনৰ কোনো ঘটনা সংঘটিত নোহোৱাটোৱে ইয়াকেই প্রতিফলিত কৰে যে পাকিস্তানে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভয় কৰে। আকাশবাণী জন্মৰ সংবাদদাতাই প্ৰকাশ কৰা মতে পুঞ্চ জিলাৰ মেন্ধৰত ...

September 21, 2024 9:11 PM

views 8

দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে আম আদমী পাৰ্টিৰ নেতা আতিশীৰ শপতগ্ৰহণ

আম আদমী পাৰ্টিৰ নেতা আতিশীয়ে আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজনিৱাসত অনুষ্ঠিত এটা অনুষ্ঠানত দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাৰ উপস্থিতিত আতিশী আৰু তেওঁৰ মন্ত্ৰী পৰিষদে শপতগ্ৰহণ কৰে। দলৰ নেতা গোপাল ৰায়, কৈলাশ গেহলট, সৌৰভ ভৰদ্বাজ, ইমৰান হুছেইন আৰু মুকেশ এহলাৱৰ্টেও কেবিনেট মন্ত্ৰী হ...

September 21, 2024 9:10 PM

views 10

পশ্চিমবংগৰ কনিষ্ঠ চিকিৎসকৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ জৰুৰীকালীন কর্তব্যত পুনৰ যোগদান

পশ্চিমবংগৰ প্ৰতিবাদৰত কনিষ্ঠ চিকিৎসকলে চিকিৎসা মহাবিদ্যালয়সমূহৰ জৰুৰীকালীন কর্তব্যত পুনৰ যোগদান কৰিছে। তেওঁলোকে আৰ জি কৰ চিকিৎসা মহাবিদ্যালৰ এগৰাকী কৰ্মৰত চিকিৎসকৰ ধৰ্ষণৰ আৰু বৰ্বৰ হত্যাৰ ঘটনাৰ পাছৰ ৪২ দিনীয়া প্ৰতিবাদৰ অন্ত পেলাই কনিষ্ঠ চিকিৎসকলে পুনৰ কৰ্তব্যত যোগদান কৰিছে। ৰাজ্য চৰকাৰে ৰাজ্যখনৰ চ...

September 21, 2024 9:09 PM

views 27

জম্মুত কংগ্ৰেছ দলৰ সভাপতি মল্লিকার্জুন খার্গেৰ নিৰ্বাচনী প্ৰচাৰ

জম্মুত আসন্ন নির্বাচনৰ বাবে নিজ দলৰ প্ৰাৰ্থীৰ্গৰাকীৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত হৈ কংগ্ৰেছ দলৰ সভাপতি মল্লিকার্জুন খার্গেই কয় যে, ৰাহুল গান্ধীলৈ অহা ভাবুকিৰ বাবে তেওঁৰ দলে অনাগত সময়ত আন্দোলনৰ পদক্ষেপ গ্ৰহণ কৰিব। আকাশবাণী জন্মৰ সংবাদদাতাই জনোৱা মতে আৰ এছ এছ আৰু বিজেপিৰ বিষাক্ত মানসিকতাই তেওঁলোকৰ ওপৰত...

September 21, 2024 7:24 PM

views 29

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ সৈতে সংগতি ৰাখি ২৬ ছেপ্টেম্বৰত বিজেপিৰ কৰ্মী, স্বেচ্ছাসেৱক, সমৰ্থকৰ সৈতে প্ৰধানমন্ত্ৰীৰ ‘মেৰা বুথ চবচে মজবুট’ কাৰ্যসূচী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ সৈতে সংগতি ৰাখি ২৬ ছেপ্টেম্বৰত বিজেপিৰ কৰ্মী, স্বেচ্ছাসেৱক আৰু সমৰ্থকসকলৰ সৈতে ‘মেৰা বুথ চবচে মজবুট’ কাৰ্যসূচীৰ অধীনত মত বিনিময় কৰিব । নমো এপৰ জৰিয়তে সেইদিনা দুপৰীয়া প্ৰায় চাৰে ১২ বজাত তেওঁ বিজেপি কৰ্মীসকলৰ সৈতে কথা পাতিব। প্রধানমন্ত্রী...

September 21, 2024 7:23 PM

views 22

চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম ১০০ দিনত জনকল্যাণমূলক আঁচনিৰ বাবে ১৫ লাখ কোটি টকাৰ আবণ্টনঃ এল মুৰুগান

কেন্দ্ৰীয় তথ্য, সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগানে কয় যে প্রধানন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰে তৃতীয়টো কাৰ্যকালৰ প্ৰথম ১০০ দিনত জনকল্যাণমূলক আঁচনিৰ বাবে মুঠ ১৫ লাখ কোটি টকাৰ আবণ্টন দিছে। তামিলনাডুৰ থুথুকুডীত আজি তেওঁ কয় যে চৰকাৰখনে মহিলা প্রধান পৰিয়ালসমূহলৈ ৩ লাখ ...

September 21, 2024 10:41 AM

views 39

২০২৩-২৪ বিত্তীয় বৰ্ষত ইউ পি আইৰ লেনদেনৰ মূল্য ২০০ লাখ কোটি টকালৈ বৃদ্ধি : বিত্ত মন্ত্ৰালয়

বিত্ত মন্ত্ৰ্যালয়ে কৈছে যে, ডিজিটেল ধনাদায়ৰ পৰিমাণ ২০১৭-১৮ বিত্তীয় বৰ্ষৰ দুহেজাৰ কোটিৰো অধিক হোৱাৰ বিপৰীতে ২০২৩-২৪ বিত্তীয় বৰ্ষত প্রায় ১৯ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে। আনহাতে ইউ পি আইৰ লেনদেনৰ পৰিমাণো এই সময়ছোৱাত প্ৰায় ৯০ কোটিৰ পৰা ১৩ হাজাৰ কোটিতকৈও অধিক বৃদ্ধি পাইছে। মন্ত্র্যালয়ে লগতে কয় ...

September 21, 2024 10:37 AM

views 14

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ দুদিনীয়া কাৰ্যসূচীৰে ২৪ ছেপ্তেম্বৰত মহাৰাষ্ট্ৰ ভ্ৰমণ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ দুদিনীয়া কাৰ্যসূচীৰে অহা ২৪ ছেপ্তেম্বৰত মহাৰাষ্ট্ৰলৈ যাব। বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলীয় নেতাসকলৰ সৈতে মত বিনিময় কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। বিজেপিৰ ৰাজ্যিক গোটৰ মুৰব্বী চন্দ্ৰশেখৰ বাৱাংকুলেই কৈছে যে, এই ভ্ৰমণৰ প্ৰথম ...

September 21, 2024 10:32 AM

views 24

আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা আতিশ্বিৰ আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ

আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা আতিশ্বিয়ে আজি দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ৰাজনিৱাসত দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই আতিশ্বিৰ লগতে অন্যান্য মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৰে শপতগ্ৰহণৰ দিনটোৰ পৰাই আতিশ্বিক দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে...

September 21, 2024 10:27 AM

views 10

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ ঐতিহাসিক তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰে ঐতিহাসিক তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ কৰিছে। এই সময়ছোৱাত চৰকাৰে আন্তঃগাঁথনি কৃষক, মধ্যবিত্ত শ্রেণী, মহিলা তথা যুৱক-যুৱতীসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰি ১৫ লাখ কোটি টকাৰো অধিক ব্যয় সাপেক্ষ বহুতো প্ৰকল্প মুকলি কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে জীৱন ধাৰণৰ সূচলতা বৃদ্ধি আৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।