September 5, 2024 11:43 AM September 5, 2024 11:43 AM
6
শিক্ষক দিৱস উপলক্ষে আজি শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে অমৃত উদ্যান আছুতীয়াকৈ খোলাৰ ব্যৱস্থা
শিক্ষক দিৱস উপলক্ষে আজি অকল শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে অমৃত উদ্যান আছুতীয়াকৈ খোলাৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰপতি সচিবালয়ে এক বিবৃতিত প্ৰকাশ কৰিছে যে, ৰাষ্ট্ৰপতি ভৱনৰ ৩৫ নম্বৰ গেটৰ জৰিয়তে শিক্ষকসকলে প্ৰৱেশ কৰিব পাৰিব। তেওঁলোকৰ সুবিধার্থে কেন্দ্রীয় সচিবালয় মেট্ৰ' ষ্টেচনৰ পৰা ৩৫ নম্বৰ গেটলৈ বিনামূল...