ৰাষ্ট্ৰীয়

September 30, 2024 8:55 PM

views 17

ইটানগৰত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৭টা আঞ্চলিক গ্রাম্য বেংকৰ কাম-কাজৰ পৰ্যালোচনা

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে আজি অৰুণাচল প্ৰদেশৰ ইটানগৰত অৰুণাচল, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাক সামৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৭টা আঞ্চলিক গ্রাম্য বেংকৰ কাম-কাজৰ পৰ্যালোচনা কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত আয়োজিত বৈঠকত আঞ্চলিক গ্রাম্য বেংক আৰু পৃষ্ঠপোষক বেংকসম...

September 30, 2024 8:47 PM

views 22

বিশিষ্ট চলচ্চিত্র অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদা চাহেব ফাল্কে বঁটা

বিশিষ্ট চলচ্চিত্র অভিনেতা মিথুন চক্ৰৱৰ্তীক অহা মাহত হ’বলগীয়া ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ'ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা প্ৰকাশ কৰি কয় যে, কলকাতাৰ পদপথৰ পৰা চলচ্চিত্ৰ জগতৰ উচ্চ শিখৰলৈ অভিনেতাগৰাকীৰ উল্লেখনীয় যাত্ৰাই নৱ-প্ৰজন্ম...

September 30, 2024 8:42 PM

views 16

ভাৰত-বাংলাদেশৰ টেষ্ট শৃংখলাৰ ২য় টেষ্টত ভাৰতৰ ২৮৫ ৰানত প্ৰথম ইনিংছ ঘোষণা

ভাৰত আৰু বাংলাদেশৰ মাজত কানপুৰৰ গ্ৰীণপাৰ্কত চলি থকা দুখনীয়া টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট খেলৰ চতুৰ্থ দিনা ভাৰতে ২৮৫ ৰানত নিজৰ প্ৰথম ইনিংছ ঘোষণা কৰিছে। যোৱা দুদিনৰ খেল সম্পূৰ্ণৰূপে পৰিত্যক্ত ঘোষিত হোৱাৰ পাছত আজি বাংলাদেশে তিনি উইকেটৰ বিনিময়ত ১০৭ ৰানৰ পৰা নিজৰ প্ৰথম ইনিংছৰ খেল আৰম্ভ কৰি ২৩৩ ৰানতে ...

September 30, 2024 8:41 PM

views 7

কেন্দ্ৰীয় চৰকাৰে দেশৰ স্বাস্থ্য যতন সেৱা বৃদ্ধি কৰাৰ বাবে প্রয়াস অব্যাহত ৰাখিছেঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে, কেন্দ্ৰীয় চৰকাৰে দেশৰ স্বাস্থ্য যতন সেৱা বৃদ্ধি কৰাৰ বাবে প্রয়াস অব্যাহত ৰাখিছে। তেওঁ কয় যে, আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ৰূপায়ণৰ ফলত স্বাস্থ্য যতনৰ সুবিধা গ্ৰহণ কৰা মহিলাৰ সংখ্যা দেশত বৃদ্ধি পাইছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি অটল বি...

September 30, 2024 8:39 PM

views 14

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক ২০২৩ বৰ্ষৰ ভাৰতীয় আৰক্ষী সেৱাৰ এটা গোটৰ সাক্ষাৎ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক আজি ৰাষ্ট্ৰপতি ভৱনত ২০২৩ বৰ্ষৰ ভাৰতীয় আৰক্ষী সেৱাৰ এটা গোটে সাক্ষাৎ কৰে। বিষয়াসকলক সম্বোধন কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে, ভাৰতীয় বিভিন্ন সেৱাৰ ভিতৰত ভাৰতীয় আৰক্ষী সেৱাই এটা বিশেষ গুৰুত্ব বহন কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে, আধুনিক দেশৰ বাবে আইন-শৃংখলা অতি...

September 30, 2024 8:38 PM

views 14

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ অক্টোবৰত ঝাৰখণ্ডত কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২ অক্টোবৰত ঝাৰখণ্ডত ৮৩ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ ভালেমান আঁচনিৰ আধাৰশিলা আৰু কেইবাখনো আঁচনি মুকলি কৰিব। এই ভ্রমণকালত প্রধানমন্ত্রী মোদীয়ে হাজাৰীবাগত ৭৯ হাজাৰ কোটি টকাৰো অধিক ব্যয়সাপেক্ষ ধর্তি আবা জনজাতীয় গ্রাম উৎকর্ষ অভিযান মুকলি কৰিব। এই অভিযানৰ অধীনত সমগ্ৰ দেশৰ...

September 30, 2024 8:35 PM

views 12

নতুন দিল্লীত এয়াৰ মাৰ্শ্বেল অমৰপ্ৰীত সিঙৰ ভাৰতীয় বিমান বাহিনীৰ মুৰব্বী হিচাপে দায়িত্বভাৰ গ্ৰহণ

এয়াৰ মাৰ্শ্বেল অমৰপ্ৰীত সিঙে আজি নতুন দিল্লীত ভাৰতীয় বিমান বাহিনীৰ মুৰব্বী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে তেওঁ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ভাইচ চীফ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। এয়াৰমাৰ্শ্বেল অমৰপ্ৰীত সিঙে ১৯৮৪ চনত ভাৰতীয় বিমান বাহিনীত যুঁজাৰু পাইলট হিচাপে যোগদান কৰিছিল। ৪০ বছৰীয়...

September 30, 2024 8:34 PM

views 13

উত্তৰাখণ্ডত ভাৰত-কাজাখস্তানৰ অষ্টম যুটীয়া সামৰিক অনুশীলন KAZIND-2024

উত্তৰাখণ্ডত আজি ভাৰত আৰু কাজাখস্তানৰ অষ্টম যুটীয়া সামৰিক অনুশীলন KAZIND-2024 অনুষ্ঠিত হৈছে। ভাৰতীয় সেনা বাহিনীৰ কুমাও ৰেজিমেণ্টৰ ১২০ গৰাকী বিষয়া-জোৱানে এই অনুশীলনত অংশগ্ৰহণ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সূত্ৰ অনুসৰি, সন্ত্ৰাসবাদী কাৰ্য্য-কলাপ প্রতিহত কৰাৰ সামৰ্থ্য বৃদ্ধিৰ বাবে এই যুটীয়া অনুশীল...

September 30, 2024 7:13 PM

views 22

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ২৫,২৩৮গৰাকী উদ্যোগীক প্রথম কিস্তিৰ ধন প্ৰদান

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত বাছনি লাভ কৰা ২৫ হাজাৰ ২৩৮ গৰাকী উদ্যোগীক আজি প্রথম কিস্তি হিচাপে ৭৫ হাজাৰ টকাকৈ বিতৰণৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই প্ৰক্ৰিয়াত ৫১০ কোটি টকা ব্যয় হ'ব। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি অনুষ্ঠিত কার্যসূচীত মুখ্যমন্ত্রী হি...

September 30, 2024 7:18 PM

views 12

মুম্বাই বন্দৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ‘Cruise Bharat Mission মুকলি

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মুম্বাই বন্দৰৰ পৰা ‘Cruise Bharat Mission’ মুকলি কৰে। এই অনুষ্ঠানত দপ্তৰটোৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শান্তনু ঠাকুৰো উপস্থিত থাকে। ‘Cruise Bharat Mission’-এ প্ৰমোদতৰী পৰ্যটনৰ ক্ষেত্ৰত দেশক গোলকীয় হাব হিচাপে প্রতিষ্ঠিত কৰা আৰু বিশ্ব মানচ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।