ৰাষ্ট্ৰীয়

September 28, 2024 8:33 PM

views 28

পেৰিচ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা শীতল দেৱী আৰু ৰাকেশ কুমাৰক সম্বৰ্ধনা জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাৰ

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই আজি জম্মুৰ ৰাজভৱনত পেৰিচ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা শীতল দেৱী আৰু ৰাকেশ কুমাৰক সম্বৰ্ধনা জনায়। শ্ৰী সিনহাই জম্মু-কাশ্মীৰৰ পেৰা ধৰ্মবিদদ্বয়ক পেৰিচ পেৰালিম্পিক ২০২৪ত তেওঁলোকৰ উল্লেখনীয় প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে।

September 28, 2024 8:22 PM

views 32

মহাৰাষ্ট্ৰৰ সমাগত বিধানসভা নিৰ্বাচনত সকলো ভোটদাতাকে ব্যাপক হাৰত ভোটদান কৰিবলৈ নির্বাচন আয়োগৰ আহ্বান

ভাৰতীয় নির্বাচন আয়োগে মহাৰাষ্ট্ৰৰ সমাগত বিধানসভা নিৰ্বাচনত সকলো ভোটদাতাকে ব্যাপক হাৰত ভোটদান কৰি গণতন্ত্ৰৰ উৎসৱক সফল কৰি তুলিবলৈ আহ্বান জনাইছে। সমাগত নিৰ্বাচনৰ বাবে সকলোধৰণৰ প্ৰস্তুতিৰ বুজ ল'বলৈ দুদিনীয়া ভ্ৰমণসূচীৰে মহাৰাষ্ট্ৰলৈ যোৱা মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি সংবাদ মাধ্যমৰ সৈতে হোৱা...

September 28, 2024 8:18 PM

views 45

দেশৰ হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰীসমূহৰ ৰপ্তানিৰ ক্ষেত্ৰত ৬০ হাজাৰ কোটি টকাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছেঃ কেন্দ্ৰীয় মন্ত্ৰী গিৰীৰাজ সিঙ

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰীৰাজ সিঙে কৈছে যে, তেওঁৰ বিভাগে দেশৰ হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰীসমূহৰ ৰপ্তানিৰ ক্ষেত্ৰত ৬০ হাজাৰ কোটি টকাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰীসমূহৰ ৰপ্তানি মূল্য বৰ্তমান ৪৫ হাজাৰ কোটি টকা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই সংখ্যাটো প্ৰচাৰ, আৰ্থিক স...

September 28, 2024 8:15 PM

views 32

ছহীদ ভগত সিঙৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে মুক্তিযোদ্ধা ছহীদ ভগত সিঙৰ প্ৰতি তেওঁৰ জয়ন্তীত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে ভগত সিঙক স্মৰণ কৰি কয় যে তেওঁ এগৰাকী অমৰ শ্বহীদ, যি নিজৰ মাতৃভূমিৰ সন্মান ৰক্ষাৰ বাবে নিজৰ জীৱন আহুতি দিছিল। গৃহমন...

September 28, 2024 8:12 PM

views 20

১৪ কোটি ৪০ মিলিয়ন তীখা উৎপাদনেৰে ভাৰত দ্বিতীয় সৰ্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছেঃ ভূপতিৰাজু শ্ৰীনিবাস

কেন্দ্ৰীয় তীখা আৰু গধুৰ উদ্যোগ বিভাগৰ ৰাজ্য মন্ত্ৰী ভূপতিৰাজু শ্ৰীনিবাসে কয় যে ১৪ কোটি ৪০ মিলিয়ন তীখা উৎপাদনেৰে ভাৰত দ্বিতীয় সৰ্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছে। নতুন দিল্লীত স্বচ্ছ তীখা উৎপাদনৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি মন্ত্ৰী গৰাকীয়ে তীখাৰ ক্ষেত্ৰখনত প্ৰযুক্তিগত উদ্ভাৱন আৰু দক্ষতাৰ প্ৰশং...

September 28, 2024 8:10 PM

views 13

হাৰিয়ানাৰ হিছাৰত বিজেপিৰ জন আশীর্বাদ শোভাযাত্ৰাক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ হিছাৰত বিজেপিৰ জন আশীর্বাদ শোভাযাত্ৰাক সম্বোধন কৰে। তেওঁ কয় যে, কংগ্ৰেছ দল ক্ষমতাত থকা কোনো এখন ৰাজ্যতে স্থিৰতা দেখিবলৈ পোৱা নাযায়, কিয়নো দলটোৱে নিৰ্বাচনৰ সময়ত প্ৰদান কৰা মিছা প্ৰতিশ্ৰুতিবোৰ কেতিয়াও পূৰণ নকৰে। তেওঁ লগতে কংগ্ৰ...

September 28, 2024 8:01 PM

views 40

সত্য কথাই আইন ব্যৱস্থাৰ সৈতে জড়িত সকলোকে অধিক শক্তিশালী কৰি তোলেঃ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুয়ে কৈছে যে, সত্য কথাই আইন ব্যৱস্থাৰ সৈতে জড়িত সকলোকে অধিক শক্তিশালী কৰি তোলে৷ আজি হায়দাবাদৰ নালচাৰ আইন বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক দীক্ষান্ত সমাৰোহক সম্বোধন কৰি শ্ৰীমতী মুৰ্মুৱে এইদৰে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ প্ৰতি সামাজিক ন্যায় ...

September 28, 2024 7:43 PM

views 26

আজি বিশ্ব জলাতংক দিৱস

আজি বিশ্ব জলাতংক দিৱস। প্রতিষেধকবিহীন কুকুৰ বা অন্য জীৱ জন্তুৱে কামোৰাৰ ফলত দেখা দিয়া এই ৰোগ সন্দৰ্ভত বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ মূল বিষয় হ'ল ব্ৰেকিং ৰেবিজ বাউণ্ডেৰিজ অর্থাৎ জলাতংক ৰোগৰ সজাগতাৰ ক্ষেত্ৰত সীমা অতিক্ৰম কৰা। জৰীপ অনুসৰি প্ৰতিবছৰে সমগ্ৰ বিশ্বত এ...

September 28, 2024 6:15 PM

views 29

কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মেক্সিকোৰ ৰাষ্ট্ৰপতিৰ শপত গ্রহণ অনুষ্ঠানত ভাৰতৰ প্রতিনিধি হিচাপে অংশগ্রহণ কৰিব

বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই পৰহিলৈৰ পৰা কৰিবলগীয়া ৯ দিনীয়া বিদেশ ভ্রমণ কাৰ্যসূচীৰ সময়ত ড° ক্লাউডিয়া শ্বেইনবামৰ মেক্সিকোৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্রহণ অনুষ্ঠানত ভাৰতৰ প্রতিনিধি হিচাপে অংশগ্রহণ কৰিব। এই উদ্দেশ্যেৰে আজি দিল্লীৰ পৰা শ্ৰী মাৰ্ঘেৰিটাই মেক্সিকো অভ...

September 28, 2024 6:07 PM

views 23

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱা ক্ষণত চৰকাৰে সমাজ কল্যাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হোৱা ক্ষণত চৰকাৰে সমাজ কল্যাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। দেশক বিকাশৰ পথত অগ্ৰসৰ কৰিবৰ বাবে অন্ত্যোদয়ৰ নীতিৰ দ্বাৰা পৰিচালিত হৈ চৰকাৰে দৰিদ্ৰ, প্ৰান্তীয় আৰু পিছপৰি থকাসকলক সহায় কৰিবলৈ প্রতিশ্রুতিবদ্ধ বুলি প্রধানমন্ত্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।