ৰাষ্ট্ৰীয়

September 29, 2024 8:40 PM

views 26

মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰ ভাৰতী, আকাশবাণী আৰু দূৰদৰ্শনক কৰা প্ৰশংসাৰ বাবে প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত চেহগালৰ কৃতজ্ঞতা জ্ঞাপন

আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰ ভাৰতী, আকাশবাণী আৰু দূৰদৰ্শনক কৰা প্ৰশংসাৰ বাবে প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত চেহগালে কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীচেহগালে প্রধানমন্ত্ৰী এই প্ৰশংসা প্ৰচাৰ ভাৰতী, দূৰদৰ্শন আৰু আকাশবাণীৰ সকলো সদস্যৰ বাবে অনুপ্ৰে...

September 29, 2024 6:53 PM

views 21

দেশত ২০ হাজাৰ ভাষা আৰু উপভাষা আছে বুলি মন কী বাতত প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

মাতৃভাষাত গুৰুত্বত আলোকপাত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ পৰা প্ৰচাৰিত মন কী বাতত কয় যে, দেশত ২০ হাজাৰ ভাষা আৰু উপভাষা আছে। তেওঁ বিভিন্ন ভাষা, বিশেষকৈ চাওতালী ভাষা সংৰক্ষণৰ বাবে লোৱা ব্যৱস্থাৰ উচ্চ প্ৰশংসা কৰে। এই অভিযানে চাওতালী ভাষাক এটা নতুন পৰিচয় দিব বুলি তেওঁ উল্লেখ কৰে।

September 29, 2024 6:51 PM

views 22

আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত দেশখনৰ পৰা প্ৰায় ৩০০ প্রাচীন কলা সামগ্ৰীক দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

বিকাশ ভি, বিৰাছট ভি মন্ত্ৰৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ পৰা প্ৰচাৰিত মন কী বাতত প্ৰকাশ কৰে যে, তেওঁ অলপতে কৰা আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত দেশখনৰ পৰা প্ৰায় ৩০০ প্রাচীন কলা সামগ্ৰীক দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে। তেওঁ কয় যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে তেওঁৰ ডেলাৱা...

September 29, 2024 6:42 PM

views 28

বিৰল আৰু অতি প্ৰয়োজনীয় বনৌষধীৰে বাগিচা গঢ়ি তোলা তামিলনাডুৰ মাডুৰাইৰ শুভাশ্রীক প্রধানমন্ত্রীৰ প্ৰশংসা

আকাশবাণীৰ পৰা প্ৰচাৰিত মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ নামত এজুপি গছ অর্থাৎ‍ এক পেৰ মা কে নাম অভিযানত অংশ গ্রহণ কৰিবলৈ সকলোকে উৎসাহিত কৰে। তেওঁ কয় যে, এই অভিযানৰ সাফল্যই সমগ্ৰ সমাজখনক অভাৱনীয় ফলাফল দিব। এই ক্ষেত্ৰত বিশেষ সাফল্য লাভ কৰা উত্তৰ প্ৰদেশ, গুজৰাট, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ত...

September 29, 2024 6:34 PM

views 27

মেক ইন ইণ্ডিয়াৰ জৰিয়তে ভাৰত বৰ্তমান নিৰ্মাণখণ্ডৰ শক্তিকেন্দ্ৰত পৰিণত হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, মেক ইন ইণ্ডিয়াৰ জৰিয়তে ভাৰত বৰ্তমান নিৰ্মাণখণ্ডৰ শক্তিকেন্দ্ৰত পৰিণত হৈছে। তেওঁ কয় যে, দৰিদ্ৰ শ্ৰেণী, মধ্যবিত্ত আৰু ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহ মেক ইন ইণ্ডিয়াৰ জৰিয়তে বহু লাভান্বিত হৈছে আৰু ইয়াৰ লগে লগে সমাজৰ সকলো শ্ৰেণীৰ লোকে নিজৰ নিজৰ প...

September 29, 2024 6:31 PM

views 27

দেশৰ জনসাধাৰণ যোগাত্মক তথ্য পাবৰ বাবে কিমান আগ্ৰহী সেয়া মন কী বাতে প্ৰমাণ কৰি দেখুৱাইছে বুলি প্ৰধানমন্ত্ৰী মোদীৰ প্ৰকাশ

মন কী বাতৰ ১১৪ সংখ্যক খণ্ডত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে, এইটো খণ্ড তেওঁৰ বাবে বিশেষভাৱে আৱেগিক, কাৰণ এই অনুষ্ঠানে ১০ বছৰ সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে। তেওঁ কয় যে, ১০ বছৰ পূৰ্বে ৩ অক্টোবৰত বিজয়া দশমীৰ দিনা মন কী বাত আৰম্ভ হৈছিল। তেওঁ কয় যে, দেশৰ বিভিন্ন কোণৰ পৰা বিভিন্ন বিষয়ৰ তথ্য দি কোটি ...

September 29, 2024 6:28 PM

views 30

স্বচ্ছ ভাৰত মিছনক গণ আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ সকলোকে আহ্বান

স্বচ্ছ ভাৰত অভিযানৰ সাফল্যত আলোকপাত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত কয় যে, ২ অক্টোবৰত এই অভিযানৰ ১০ বছৰ সম্পূৰ্ণ হ'ব আৰু মানুহৰ মাজত আৱৰ্জনাক সম্পত্তিলৈ ৰূপান্তৰ কৰাৰ মন্ত্ৰ জনপ্ৰিয় হোৱাৰ কথাই এই অভিযানৰ সাফল্যকে নিৰ্দেশ কৰিছে। তেওঁ কয় যে, বর্তমান দেশবাসীয়ে হ্রাস, পুনৰ ব্য...

September 29, 2024 8:41 PM

views 17

তেলেংগানাৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রী উদয়নিধি ষ্টেলিনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত

তেলেংগানাৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রী উদয়নিধি ষ্টেলিনে আজি ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব। ৰাজভৱনত হ'বলগীয়া এটা অনুষ্ঠানত ৰাজ্যপাল আৰ এন ৰবিয়ে শ্ৰী উদয়নিধিক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব। আনহাতে ছেথিল বালাজীয়ে দ্বিতীয় বাৰৰ বাবে মন্ত্ৰী হিচাপে শপত ল'ব। ড০ গোভী ছেহজিয়ান, ...

September 29, 2024 11:57 AM

views 39

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এশ দিন পূৰ হোৱা উপলক্ষে চৰকাৰৰ মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণৰ ক্ষেত্ৰত বিভিন্ন সিদ্ধান্ত গ্ৰহণ

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এশ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ উপলক্ষে চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণৰ ক্ষেত্ৰত বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্রসংগত কয় যে, আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাৰ লগে লগে দেশত নিয়োগৰ সুযোগ...

September 29, 2024 11:13 AM

views 25

মহাৰাষ্ট্ৰত ১১,২০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ ভাৰ্চুৱেলী মুকলি আৰু আধাৰশিলা স্থাপন  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ১১,২০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ মুকলি আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ জিলা আদালতৰ পৰা স্বৰগেটলৈকে পুনে মেট্ৰ' খণ্ড মুকলি কৰিব। প্ৰায় ১, ৮১০ কোটি টকা ব্যয়ৰে এই প্ৰকল্প সম্পূৰ্ণ কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰীয়...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।