October 2, 2024 3:14 PM
13
এখন পৰিষ্কাৰ, পৰিচ্ছন্ন ভাৰত লাভ কৰিবলৈ নিৰৱচ্ছিন্নভাৱে প্ৰয়াস অব্যাহত ৰাখিব লাগিবঃ প্ৰধানমন্ত্ৰী
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এখন পৰিষ্কাৰ, পৰিচ্ছন্ন ভাৰত লাভ কৰিবলৈ নিৰৱচ্ছিন্নভাৱে প্ৰয়াস অব্যাহত ৰাখিব লাগিব। নতুন দিল্লীত আজি স্বচ্ছ ভাৰত অভিযানৰ ১০ বছৰীয়া বৰ্ষপূর্তি উপলক্ষে স্বচ্ছতাই সেৱা ২০২৪ অনুষ্ঠানত এই মন্তব্য কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বচ্ছতাক এক গণ আন্দোলনৰূপে গঢ়ি তোলাৰ ক...