ৰাষ্ট্ৰীয়

October 10, 2024 8:19 PM

views 12

২০৩০ চনৰ ভিতৰত ভাৰতৰ বস্ত্ৰ খণ্ড প্ৰায় ৩৫ হেজাৰ কোটি ডলাৰ বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে

ভাৰতৰ বস্ত্ৰ খণ্ড ২০৩০ চনৰ ভিতৰত প্ৰায় ৩৫ হেজাৰ কোটি ডলাৰ বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে। আগষ্টত প্ৰকাশ পোৱা দেশৰ বাণিজ্য তথ্য অনুসৰি ৰেডিমেড পোছাকৰ ক্ষেত্ৰত খণ্ডটোত বিগত বৰ্ষৰ তুলনাত ১১ শতাংশ বৃদ্ধি পৰিলক্ষিত হৈছে। বস্ত্ৰ মন্ত্ৰ্যালয়ে এখন বিজ্ঞপ্তিত এই বুলি কৈছে যে, ভাৰত চৰকাৰে বহুতো আঁচনি আৰু নীতি...

October 10, 2024 8:17 PM

views 31

বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ নতুন দিল্লীত টেলি-মানস এপ আৰু ভিডিঅ’ কলৰ সুবিধা মুকলি

বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে আজি নতুন দিল্লীত টেলি-মানস এপ আৰু ভিডিঅ’ কলৰ সুবিধা মুকলি কৰে। একেটা অনুষ্ঠানতে বিশ্ব স্বাস্থ্য সংস্থাৰ টেলি-মানস মূল্যায়ন প্রতিবেদন আৰু কৰ্মচাৰীসকলৰ বাবে আত্মযতন মডিউলো মুকলি কৰা হয়। মানসিক স্বাস্থ্য আৰু কৰ্মস...

October 10, 2024 8:03 PM

views 13

ভাৰতৰ এক ইষ্ট নীতিয়ে আছিয়ান ৰাষ্ট্ৰসমূহৰ সৈতে থকা সম্পৰ্কক নতুন গতি আৰু দিশ প্ৰদান কৰিছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতৰ এক ইষ্ট নীতিয়ে আছিয়ান ৰাষ্ট্ৰসমূহৰ সৈতে থকা সম্পৰ্কক নতুন গতি আৰু দিশ প্ৰদান কৰিছে। তেওঁ লগতে একবিংশ শতিকা ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰসমূহৰ বুলি প্ৰকাশ কৰিছে। লাওৰ ৰাজধানী ৱিয়েটিয়ানত অনুষ্ঠিত ভাৰত আছিয়ান শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়...

October 10, 2024 7:30 PM

views 16

প্রধানমন্ত্ৰী মোদী ভিয়েনটিয়ানত অৱতৰণ কৰাৰ পাছত অসমৰ বিহু নাচেৰে আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া লাও পি ডি আৰ ভ্রমণসূচীৰে ভিয়েনটিয়ানত উপস্থিত হৈছে। ভিয়েনটিয়ানত অৱতৰণ কৰাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীক অসমৰ বিহু নাচেৰে আদৰণি জনোৱা হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্ৰীক বিহু নাচেৰে আদৰণি জনোৱাৰ ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰি অসমৰ বাবে এয়া ...

October 10, 2024 7:20 PM

views 31

ৰাষ্ট্ৰপতি মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী মোদীৰ ৰতন টাটাৰ বিয়োগত গভীৰ শোকপ্ৰকাশ

প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ শেষকৃত্য ক্ষন্তেক পাছতে মুম্বাইৰ ৱলিত সম্পন্ন কৰা হ'ব। গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় চৰকাৰৰ হৈ ৰতন টাটাৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব। ইতিমধ্যে কেন্দ্রীয় গৃহমন্ত্রী শ্রী শ্বাহ মুম্বাইত উপস্থিত হৈছে। উল্লেখযোগ্য যে ৰতন টাটাক শেষ শ্রদ্ধা জনোৱাৰ বাবে...

October 10, 2024 8:24 PM

views 37

দক্ষিণ কোৰিয়াৰ সাহিত্যিক হান কাঙলৈ ২০২৪ বৰ্ষৰ সাহিত্যৰ নবেল বঁটা

দক্ষিণ কোৰিয়াৰ লেখিকা হান কাঙলৈ ২০২৪ বৰ্ষৰ সাহিত্যৰ ন'বেল বঁটা আগবঢ়োৱা হৈছে। লেখিকাগৰাকীক কাব্যাত্মক গদ্যৰ বাবে এই সন্মানেৰে বিভূষিত কৰা হৈছে। তেওঁ লিখা কেইখনমান প্ৰসিদ্ধ গ্ৰন্থৰ ভিতৰত দি ভেজিটেৰিয়ান, দ্যা হোৱাইট বুক, হিউমেন এক্টছ আৰু গ্ৰীক লেচনছ অন্যতম। হান কাঙে ১৯৭০ চনত দক্ষিণ কোৰিয়াৰ গোৱাং জু...

October 10, 2024 5:31 PM

views 11

লাওচ ভ্ৰমণসূচীৰে ভিয়েনটিয়েনত উপস্থিত প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া লাওচ ভ্ৰমণসূচীৰে ভিয়েনটিয়েনত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰীৰ এই ভ্রমণে আছিয়ান ৰাষ্ট্ৰসমূহৰ লগত ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব। দেশখনত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্রধানমন্ত্ৰীক আদৰণি জনায়। ভ্ৰমণৰ পূৰ্বে নতুন দিল্লীত প্রধানমন্ত্ৰীয়ে দিয়া এটা বি...

October 10, 2024 5:28 PM

views 31

ভাৰতীয় চলচ্চিত্ৰই বিশাল ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰৰ জৰিয়তে দেশৰ প্ৰতিটো কোণৰ জনসাধাৰণক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছেঃ অশ্বিনী বৈষ্ণৱ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতীয় চলচ্চিত্ৰই ইয়াৰ বিশাল ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰৰ জৰিয়তে দেশৰ প্ৰতিটো কোণৰ জনসাধাৰণক একত্ৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি সজোৰে প্ৰকাশ কৰিছে । শ্ৰী বৈষ্ণৱে এটা লেখাৰ জৰিয়তে কৈছে যে বিচিত্ৰতা আৰু সমন্বয়ৰ কাহিনীৰে চিনেমাই এক ভাৰত শ্...

October 10, 2024 5:26 PM

views 21

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন

বিশ্বৰ বিভিন্ন অংশত আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰা হৈছে। মানসিক স্বাস্থ্য সম্পর্কে সজাগতা সৃষ্টিৰ লগতে বিশ্বত মানসিক স্বাস্থ্য সেৱাৰ প্ৰসাৰৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এইবেলি এই দিৱসৰ মূল বিষয়বস্তু হৈছে- কর্মস্থলীত মানসিক স্বাস্থ্য।

October 10, 2024 5:22 PM

views 24

প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ প্ৰতি শেষ শ্রদ্ধা জনোৱাৰ উদ্দেশ্যে অগণন লোকৰ সমাগম

মুম্বাইৰ পৰিৱেশ্য কলাৰ ৰাষ্ট্ৰীয় কেন্দ্ৰ এন চি পি এ-ত প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ প্ৰতি শেষ শ্রদ্ধা জনোৱাৰ উদ্দেশ্যে অগণন লোকৰ সমাগম ঘটিছে। মুম্বাইৰ এখন এখন ব্যক্তিগত হাস্পতালত কালি ৮৬ বছৰ বয়সত ৰতন টাটাই শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃতদেহ এন চি পি এ-ৰ চৌহদত বিয়লি চাৰে চাৰি বজালৈ শ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।