ৰাষ্ট্ৰীয়

October 10, 2024 5:19 PM

views 26

কলকাতাত উপস্থিত কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জেপি নাড্ডা

কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জগত প্রকাশ নাড্ডা আজি কলকাতাত উপস্থিত হয়৷ তেওঁ বেলুৰ মঠ ভ্ৰমণ কৰিব আৰু দুৰ্গা পূজা উদযাপনত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত শ্ৰী নাড্ডা সন্তোষ মিত্র square দুর্গা পূজা মণ্ডপলৈ যাব। তেঁও লগতে শেহতীয়াকৈ ধ্রুপদী ভাষাৰ মৰ্যাদা পোৱা বাংলা ভাষা সন্দৰ্ভত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শে...

October 10, 2024 5:16 PM

views 23

২৮ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ উত্তৰাখণ্ডত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া অনুষ্ঠিত হ’ব

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া অহা বছৰ ২৮ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় অলিম্পিক সংস্থাই চলিত মাহৰ ২৫ তাৰিখে ৰাষ্ট্ৰীয় ক্রীড়াৰ বাবে সম্পূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উপৰি উত্তৰাখণ্ডে শীতকালীন ৰাষ্ট্রীয় ক্রীড়াও অনুষ্ঠিত কৰিব। নতুন দিল্লীত অনুষ্ঠিত ...

October 10, 2024 12:09 PM

views 48

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া অহা বছৰৰ ২৮ জানুৱাৰীত উত্তৰাখণ্ডত আৰম্ভ হ’ব

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া অহা বছৰ ২৮ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় অলিম্পিক সংস্থাই চলিত মাহৰ ২৫ তাৰিখে ৰাষ্ট্ৰীয় ক্রীড়াৰ বাবে সম্পূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় ক্রীড়াৰ উপৰিও উত্তৰাখণ্ডে শীতকালীন ৰাষ্ট্ৰীয় ক্রীড়াও অনুষ্ঠিত কৰিব। নতুন দিল্লীত অনুষ্ঠিত...

October 10, 2024 12:03 PM

views 44

হিজবুত তাহৰিৰ ৰাজ্যিক মুৰব্বী ফাইজুল ৰহমানক এন আই এৰ দ্বাৰা গ্ৰেপ্তাৰ

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই হিজবুত তাহৰি গোচৰৰ এজন অভিযুক্তক পুডুচেৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে। সংস্থাটোৱে জনোৱা মতে, নাকিব নামেৰে চিনাক্ত কৰা হিজবুত তাহৰিৰ ৰাজ্যিক মুৰব্বী ফাইজুল ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছে। সংস্থাটোৱে কৈছে যে, হিজবুত তাহৰিৰ কৰ্মী হামিদ হুছেইনে আন একাংশৰ সহযোগত চেন্নাইত দলৰ জাতীয়...

October 10, 2024 11:59 AM

views 28

ডিজি লকাৰৰ সৈতে উমং এপ সংযুক্তৰ কথা ঘোষণা ৰাষ্ট্ৰীয় ই-গৰ্ভনেন্স বিভাগৰ

ৰাষ্ট্ৰীয় ই-গৰ্ভনেন্স বিভাগে নাগৰিকসকলক বিস্তৃত চৰকাৰী সেৱাৰ সুবিধা প্ৰদান কৰিবলৈ ডিজি লকাৰৰ সৈতে উমং এপ সংযুক্ত কৰাৰ কথা ঘোষণা কৰিছে। ইলেকট্ৰনিকছ আৰু আই টি মন্ত্ৰ্যালয়ে কয় যে, এই সহযোগিতাই ব্যৱহাৰকাৰীসকলক একক প্লেটফৰ্মৰ জৰিয়তে একাধিক সেৱা পৰিচালনা কৰিবলৈ সুবিধা প্রদান কৰিব। মন্ত্ৰ্যালয়ে আৰু কৈ...

October 10, 2024 11:56 AM

views 31

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস

বিশ্বৰ বিভিন্ন অংশত আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰা হৈছে। মানসিৰ স্বাস্থ্যৰ সৈতে বিষয় সম্পর্কে সজাগতা সৃষ্টিৰ লগতে বিশ্বত মানসিক স্বাস্থ্য সেৱাৰ প্ৰসাৰৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এইবেলি এই দিৱসৰ মূল বিষয়বস্তু হৈছে- কর্মস্থলীত মানসিক স্বাস্থ্য।

October 10, 2024 11:53 AM

views 36

প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ দেহাৱসান

প্রসিদ্ধ উদ্যোগপতি তথা লোকহিতৈষী ৰতন টাটাৰ যোৱানিশা মুম্বাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ। তেওঁ যোৱা কিছুদিন ধৰি এখন ব্যক্তিগত হাস্পতালত চিকিৎ‍সাধীন হৈ আছিল। টাটা ছন্সৰ অধ্যক্ষ এম চন্দ্ৰশেখৰনে এটা বিবৃতি যোগে ৰতন টাটাৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে। প্ৰয়াত টাটাই ১৯৬২ চনত টাটা গোট...

October 10, 2024 11:49 AM

views 22

দুদিনীয়া লাওচ ভ্রমণসূচীৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভিয়েনটিয়েনলৈ ৰাওনা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া লাওচ ভ্রমণসূচীৰে ভিয়েনটিয়েনত উপস্থিত হ'ব। নতুন দিল্লীত কালি এখন সংবাদমেল সম্বোধন কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ প্ৰাচ্যৰ সচিব জয়দ্বীপ মজুমদাৰে কয় যে, এই ভ্ৰমণৰ কালছোৱাত শ্রীমোদীয়ে ২১ সংখ্যক আছিয়ান ভাৰত শীৰ্ষ সন্মিলন আৰু ১৯ সংখ্যক পূৱ এছিয়া শীৰ্ষ স...

October 9, 2024 9:17 PM

views 26

২০২৪ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা ঘোষণা

প্ৰ'টিনৰ গাথনিৰ পুৰ্বাণুমান আৰু বিকাশৰ ক্ষেত্ৰত লাভ কৰা উল্লেখযোগ্য সাফল্যৰ বাবে ডেভিদ বেকাৰ, দেমিজ হাচাবীজ আৰু জন জাম্পাৰলৈ ২০২৪ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছে। ৰয়েল চুইদিজ একাডেমী অৱ চায়েন্সে আজি এই বিষয়ে ঘোষণা কৰে। একাডেমীয়ে কৈছে যে, ডেভিদ বেকাৰে সম্পূৰ্ণৰূপে নতুন প্ৰকাৰৰ প্ৰটি...

October 9, 2024 9:10 PM

views 14

কাইলৈৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে ভিয়েনটিয়েনলৈ যাব প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈৰ পৰা দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীলৈ লাওচৰ ভিয়েনটিয়েনলৈ যাব। নতুন দিল্লীত আজি আয়োজিত এখন সংবাদমেলত বৈদেশিক পৰিক্ৰমা পূৱৰ সচিব জয়দ্বীপ মজুমদাৰে কয় যে এই ভ্ৰমণৰ কালছোৱাত শ্রীমোদীয়ে ২১ সংখ্যক আছিয়ান ভাৰত শীৰ্ষ সন্মিলন আৰু ১৯ সংখ্যক পূৱ এছিয়া শীৰ্ষ সন্মিলনত অংশগ্ৰহ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।