ৰাষ্ট্ৰীয়

October 11, 2024 6:40 PM

views 19

লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জন্মবার্ষিকী উপলক্ষে প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাঞ্জলি

লোকনায়ক জয়প্ৰকাশ নাৰায়ণৰ জন্ম বার্ষিকী উপলক্ষে আজি প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে জয়প্রকাশ নাৰায়ণৰ সমগ্ৰ দেশ আৰু সমাজলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে প্ৰশংসা কৰে। তেওঁ কয় যে, জয়প্রকাশ নাৰায়ণৰ ব্যক্তিত্ব আৰু আদ...

October 11, 2024 6:38 PM

views 6

দুর্গা পূজা উপলক্ষে দেশবাসীক ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ শুভেচ্ছা জ্ঞাপন

দুর্গা পূজা উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ সকলো নাগৰিকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, দুর্গা পূজাক অশুভ শক্তিৰ ওপৰ শুভ শক্তিৰ জয় হিচাপে পালন কৰা হয় আৰু মা দুৰ্গাক শক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এই উৎসৱটোক দুৰ্গাদেৱীৰ প্ৰত...

October 11, 2024 6:36 PM

views 18

গ্ৰামাঞ্চলৰ পৰিয়ালৰ আয় ২০১৬-১৭ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত ৫৭ শতাংশ বৃদ্ধি

গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ আয় ২০১৬-১৭ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত ৫৭ শতাংশ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক, নাবাৰ্ডৰ সৰ্বভাৰতীয় গ্ৰাম্য বিত্তীয় অন্তর্ভুক্তি জৰীপ অনুসৰি গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ গড় মাহিলি আয় ২০২১-২২ বৰ্ষত ২০১৬-১৭ বৰ্ষৰ ৮ হাজাৰ ৫৯ টকাৰ পৰা ১২ হাজাৰ ৬৯৮ টকালৈ ব...

October 11, 2024 11:05 AM

views 12

বিশ্বৰ বিভিন্ন অংশত আন্তঃৰাষ্ট্ৰীয় শিশু কন্যা দিৱস পালন

বিশ্বৰ বিভিন্ন অংশত আজি আন্তঃৰাষ্ট্ৰীয় শিশু কন্যা দিৱস পালন কৰা হৈছে। ছোৱালীসকলৰ লিংগ সমতা, শিক্ষা আৰু সুযোগৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি এই দিৱস পালন কৰা হয়। এই বছৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে ভৱিষ্যতৰ বাবে ছোৱালীসকলৰ দৃষ্টিভংগী।

October 11, 2024 11:02 AM

views 13

দুৰ্গা পূজা উপলক্ষে দেশ-বিদেশৰ জনসাধাৰণক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দুৰ্গা পূজা উপলক্ষে দেশ-বিদেশৰ জনসাধাৰণক ওলগ জনাইছে। শ্রীমুৰ্মুৱে তেওঁৰ বাৰ্তাত কৈছে যে অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয় আৰু সাহসৰ প্ৰতীক হিচাপে দুৰ্গা পূজা পালন কৰা হয়। তেওঁ কয় যে এই উৎসৱ, দেৱী দুৰ্গাৰ প্ৰতি পূৰ্ণ সমর্পন তথা সকলো ধৰ্মৰ মাজত একতা আৰু সম্প্র...

October 11, 2024 11:39 AM

views 10

গ্ৰামাঞ্চলৰ পৰিয়ালৰ আয় ২০২১-২২ বৰ্ষত ৫৭ শতাংশ বৃদ্ধি : নাবাৰ্ড

গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ আয় ২০১৬-১৭ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত ৫৭ শতাংশ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক, নাবাৰ্ডৰ সৰ্বভাৰতীয় গ্রাম্য বিত্তীয় অন্তর্ভুক্তি জৰীপ অনুসৰি গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ গড় মাহিলী আয় ২০২১-২২ বৰ্ষত ২০১৬-১৭ বৰ্ষৰ ৮,০৫৯ টকাৰ পৰা ১২,৬৯৮ টকালৈ বৃদ্ধি পাইছে...

October 11, 2024 10:51 AM

views 24

ভিয়েণ্টিয়ানত হ’বলগীয়া উনবিংশ পূব এছিয়া শীর্ষ সন্মিলনত ভাগ ল’ব প্ৰধানমন্ত্ৰীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাওৰ ৰাজধানী ভিয়েণ্টিয়ানত হ'বলগীয়া উনবিংশ পূব এছিয়া শীর্ষ সন্মিলনত ভাগ ল'ব। বিশ্বৰ আগশাৰীৰ নেতাসকলৰ এই মঞ্চই অঞ্চলটোত কৌশলগত আস্থাৰ বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত অৱদান আগবঢ়ায় আৰু অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসমূহক আঞ্চলিক গুৰুত্বৰ বিভিন্ন বিষয় লৈ মত- বিনিময়ৰ সুযোগ প্ৰ...

October 10, 2024 8:46 PM

views 25

এছিয়ান টেবুল টেনিছৰ ছেমিফাইনেলত চীনা টাইপেইৰ হাতত ০-৩ ফলাফলত পৰাজিত ভাৰতীয় পুৰুষ দল

ভাৰতীয় পুৰুষ দল আজি কাজাখস্তানৰ আষ্টানাত অনুষ্ঠিত এছিয়ান টেবুল টেনিছ প্রতিযোগিতাৰ ছেমিফাইনেলত চীনা টাইপেইৰ হাতত ০-৩ ফলাফলত পৰাজিত হৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। ভাৰতৰ শৰৎ কমলে ছিংগলছৰ প্ৰথমখন খেলত লীন য়ুন যুৰ হাতত পৰাভূত হোৱাৰ বিপৰীতে দ্বিতীয়খন ছিংগলছত মানৱ থাক্কৰ কাও চেং জুইৰ হাতত প...

October 10, 2024 8:34 PM

views 22

কৰ হস্তান্তৰৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে এক লাখ ৭৮ হাজাৰ কোটিৰো অধিক টকাৰ ধনৰাশি মোকলাই দিছে

কেন্দ্ৰীয় চৰকাৰে আজি কৰ হস্তান্তৰৰ অংশ হিচাপে এক লাখ ৭৮ হাজাৰ কোটিৰো অধিক টকাৰ ধনৰাশি মোকলাই দিয়ে। বিত্ত মন্ত্রালয়ে প্ৰকাশ কৰা মতে আসন্ন উৎসৱৰ বতৰলৈ চাই ৰাজ্যসমূহৰ মূলধনী ব্যয় আৰু বিকাশমূলক কামকাজ আগবঢ়াই নিয়াৰ উদ্দেশ্যে এই অগ্রিম কিস্তি মুকলি কৰি দিয়া হৈছে। ইয়াৰ অধীনত উত্তৰ প্ৰদেশলৈ সৰ্বাধিক...

October 10, 2024 8:22 PM

views 30

প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাৰ শেষকৃত আজি মুম্বাইৰ ৱলিত সম্পন্ন

প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাৰ শেষকৃত আজি মুম্বাইৰ ৱলিত সম্পন্ন কৰা হয়। ইয়াৰ পূৰ্বে মুম্বাইৰ পৰিৱেশ্য কলাৰ ৰাষ্ট্ৰীয় কেন্দ্ৰ এন চি পি এ-ত অগণন লোকে প্ৰসিদ্ধ উদ্যোগপতিগৰাকীলৈ শেষ শ্রদ্ধা নিবেদন কৰে। কালি মুম্বাইৰ এখন এখন ব্যক্তিগত হাস্পতালত ৮৬ বছৰ বয়সত ৰতন টাটাই শেষ নিশ্বাস ত্যাগ কৰে। ৰাষ্ট্ৰপতি শ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।