ৰাষ্ট্ৰীয়

October 9, 2024 9:01 PM

views 25

দেওবাৰে ৭ দিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি মুৰ্মু আলজেৰিয়া, মৰিটেনিয়া আৰু মালৱিলৈ যাব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা দেওবাৰে ৭ দিনীয়া ভ্ৰমণসূচীৰে আলজেৰিয়া, মৰিটেনিয়া আৰু মালৱিলৈ যাব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আলজেৰিয়াৰ ৰাষ্ট্ৰপতি এবদেলমাদজিদ টেববওনিৰ আমন্ত্রণমর্মে ১৩ৰ পৰা ১৫ অক্টোবৰলৈ আলজেৰিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী মুৰ্মুৱে আলজে...

October 9, 2024 8:22 PM

views 12

মহাৰাষ্ট্ৰত ৭,৬০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মহাৰাষ্ট্ৰত ৭,৬০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে শ্রীমোদীয়ে কয় যে, মহাৰাষ্ট্ৰত বিগত কেইটামান বছৰত গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু সম্পূৰ্ণ কৰা...

October 9, 2024 8:07 PM

views 42

তেজ আৰু পুষ্টিকৰ উপাদানৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে পোষিত চাউলৰ যোগানৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে তেজ আৰু পুষ্টিকৰ উপাদানৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে ভিটামিন আদি সংযোগ কৰি পুষ্টিদায়ক কৰি তোলা পোষিত চাউলৰ যোগানৰ প্ৰস্তাৱত অনুমোদন জনাইছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ এই সিদ্ধান্তক সৰ্বাত্মক ...

October 9, 2024 7:32 PM

views 26

বিজেপি চৰকাৰৰ প্ৰথম ১০০ টা দিনত বয়োজ্যেষ্ঠ লোকসকলৰ চিকিৎসাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত ১৪ হাজাৰ স্বাস্থ্য শিবিৰ মুকলি

আয়ুষ মন্ত্ৰ্যালয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰথম এশটা দিনত বয়োজ্যেষ্ঠ লোকসকলৰ চিকিৎসাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত ১৪ হাজাৰ স্বাস্থ্য শিবিৰ মুকলি কৰিছে। গুৱাহাটীত থকা কেন্দ্ৰীয় আয়ুর্বেদ গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ দীনেশ বৰুৱাই আজি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে...

October 9, 2024 6:13 PM

views 30

দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগত চলোৱা সন্ত্রাসবিৰোধী অভিযানৰ সময়ত এজন সৈনিক সন্ধানহীন

দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগত চলোৱা সন্ত্রাসবিৰোধী অভিযান এটাৰ সময়ত এজন সৈনিক সন্ধানহীন হোৱাৰ বাতৰি পোৱা গৈছে। সেনা বাহিনীয়ে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰকাশ কৰা মতে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত কোকেৰনাগৰ কাজৱান বনাঞ্চলত কালি আৰক্ষী আৰু আন নিৰাপত্তা সংস্থাসমূহে সন্ত্ৰাসবাদীৰ বিৰুদ্ধ...

October 9, 2024 5:59 PM

views 14

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে মহাৰাষ্ট্ৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে মহাৰাষ্ট্ৰত ৭,৬০০ কোটি টকাতকৈও অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত তেওঁ নাগপুৰৰ ড০ বাবাছাহেব আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উন্নীতকৰণ প্ৰকল্পৰ লগতে শ্বিদী বিমান...

October 9, 2024 5:56 PM

views 23

প্রসূতি স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ অসাধাৰণ অগ্রগতিক স্বীকৃতি ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ

ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিয়ে প্রসূতি স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ অসাধাৰণ অগ্রগতিক স্বীকৃতি দিছে। নতুন দিল্লীত প্রসূতি স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাত ভাৰতৰ নেতৃত্বক সন্মান জনাই UNFPAৰ কাৰ্যবাহী সঞ্চালিকা ডাঃ নাটালিয়া কানেমে মহিলাৰ স্বাস্থ্য আৰু সুস্থতাৰ দিশত ভাৰত...

October 9, 2024 5:52 PM

views 22

ৰাহুল গান্ধীৰ নাগৰিকত্ব বাতিল কৰাৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ শুনানি স্থগিত দিল্লী উচ্চ ন্যায়ালয়ৰ

দিল্লী উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নাগৰিকত্ব বাতিল কৰাৰ সন্দৰ্ভত ৰুজু হোৱা এটা গোচৰৰ শুনানি স্থগিত ৰাখিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে কংগ্ৰেছ নেতাগৰাকীৰ নাগৰিকত্ব খাৰিজ কৰাৰ বাবে আহ্বান জনাই দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদনখনৰ শুনানি মুখ্য ন্যায়াধীশ মনমোহন নেতৃত্বাধীন খণ্ড পীঠ...

October 9, 2024 5:50 PM

views 36

দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠানৰ অষ্টম প্ৰতিষ্ঠা দিৱস আনুষ্ঠানিকভাৱে উদ্বোধন ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত অখিল ভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠান, এ আই আই এ-ৰ অষ্টম প্ৰতিষ্ঠা দিৱস আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত আয়ুষ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপৰাও যাদৱ আৰু দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনায়েও অংশগ্ৰহণ কৰে।

October 9, 2024 5:46 PM

views 35

হাৰিয়ানাত সত্যতা, উন্নয়ন আৰু সুপ্ৰশাসনে জয়লাভ কৰিছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, হাৰিয়ানাত সত্যতা, উন্নয়ন আৰু সুপ্ৰশাসনে জয়লাভ কৰিছে। তেওঁ কয় যে, উন্নয়নৰ বিষয়টোক লৈ হাৰিয়ানাৰ জনসাধাৰণে বিজেপিক জয়লাভৰ ক্ষেত্ৰত হেটট্ৰিক অৰ্জন কৰাৰ সুবিধা প্ৰদান কৰিছে। হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পাছত দলটোৰ নতু...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।