ৰাষ্ট্ৰীয়

November 1, 2024 5:40 PM

views 37

ৰাজেশ কুমাৰ সিঙৰ দেশৰ প্ৰতিৰক্ষা সচিবৰ দায়িত্বভাৰ গ্ৰহণ

কেৰালা কেডাৰৰ ১৯৮৯ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ৰাজেশ কুমাৰ সিঙে আজি দেশৰ প্ৰতিৰক্ষা সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁ এই পদৰ পৰা কালি অৱসৰ গ্ৰহণ কৰা অন্ধ্ৰ প্ৰদেশ কেডাৰৰ ১৯৮৮ বৰ্ষৰ প্ৰশাসনিক বিষয়া গিৰিধৰ আৰামানেৰ স্থলাভিষিক্ত হৈছে। আজি দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে শ্ৰী সিঙে নতুন দিল্লীৰ ৰাষ্...

November 1, 2024 5:38 PM

views 42

দেশৰ মেট্ৰে’ মহানগৰসমূহত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৬২ টকাকৈ বৃদ্ধি

দেশৰ মেট্ৰে’ মহানগৰসমূহত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৬২ টকাকৈ বৃদ্ধি পাইছে। তৈল বিপণন কোম্পানীসমূহে আজি এই কথা ঘোষণা কৰে। এই নিৰ্দেশনা আজিৰ পৰা কাৰ্যকৰী হৈছে।

November 1, 2024 5:34 PM

views 23

নমো ড্রোন দিদি আঁচনিৰ কাৰ্য্যকৰী নিৰ্দেশনাৱলীসমূহ প্ৰকাশ

কেন্দ্রীয় আঁচনি নমো ড্রোন দিদি আঁচনিৰ কাৰ্য্যকৰী নিৰ্দেশনাৱলীসমূহ চৰকাৰে প্ৰকাশ কৰিছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে দীনদয়াল অন্ত্যোদয় যোজনা ৰাষ্ট্ৰীয় গ্রাম্য জীৱিকা অভিযানৰ অধীনত মহিলা আত্মসহায়ক গোটসমূহক এক হাজাৰ ২৬ কোটি টকা ব্যয়ৰে ড্ৰ’ন প্ৰদানৰ বাবে এই কেন্দ্ৰীয় আঁচনিৰ অনুমোদন জনাইছে। ২০...

November 1, 2024 5:31 PM

views 24

ৰে’লৰ টিকটৰ আগতীয়া সংৰক্ষণত ৰে’ল বিভাগৰ নতুনকৈ প্ৰৱৰ্তন কৰা নিয়ম আজিৰে পৰা কাৰ্যকৰী

ৰে’লগাড়ীৰ টিকটৰ আগতীয়া সংৰক্ষণৰ ক্ষেত্ৰত ৰে’ল বিভাগে নতুনকৈ প্ৰৱৰ্তন কৰা নিয়ম আজিৰে পৰা কাৰ্যকৰী হৈছে। এই নতুন ব্যৱস্থা অনুসৰি আগতীয়া আসন সংৰক্ষণৰ সময়সীমা পূৰ্বৰ ১২০ দিনৰ পৰিৱৰ্তে ৬০ দিনলৈ হ্ৰাস কৰা হৈছে। অৱশ্যে যাত্রীসকলে যোৱা ৩১ অক্টোবৰ অৰ্থাৎ কালিলৈকে কৰা সংৰক্ষণৰ ক্ষেত্ৰত কোনোধৰণৰ পৰিৱৰ্তন ...

November 1, 2024 5:57 PM

views 29

গুজৰাটৰ পিৰানাত আৱৰ্জনাৰ পৰা শক্তি উৎপাদন কৰা সৰ্ববৃহৎ প্ৰকল্প মুকলি গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুজৰাটৰ পিৰানাত আৱৰ্জনাৰ পৰা শক্তি উৎপাদন কৰা ৰাজ্যখনৰ সৰ্ববৃহৎ প্ৰকল্পটো মুকলি কৰে। ব্যক্তিগত ৰাজহুৱা অংশীদাৰিত্বৰে ৩৭৫ কোটি টকা ব্যয়েৰে এই প্ৰকল্পটো নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু প্ৰকল্পটোত প্ৰতিদিনে এহেজাৰ মেট্রিকটন গোটা আৱৰ্জনাৰ পৰা ১৫ মেগাৱাট শক্তি উৎপাদন কৰ...

November 1, 2024 5:19 PM

views 23

ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশ, ছত্তিশগড়, হাৰিয়ানা, কৰ্ণাটক, কেৰালা, মধ্য প্রদেশ, পাঞ্জাব, তামিলনাড়ু, লাক্ষাদ্বীপ আৰু পুডুচেৰীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ জনসাধাৰণলৈ শুভেচ্ছা ...

November 1, 2024 12:33 PM

views 9

চীনৰ বি আৰ আইৰ সৈতে ব্রাজিল জড়িত নহয় বুলি সিদ্ধান্ত গ্ৰহণ

ব্রাজিলে চীনৰ কেইবা কোটিটকীয়া বেল্ট আৰু পথ আন্তঃগাঁথনি চমুকৈ বি আৰ আইৰ সৈতে জড়িত নহয় বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতৰ পাছত বেইজিঙৰ এই বৃহৎ প্রকল্পক প্ৰত্যাখ্যান কৰা ব্ৰাজিল হৈছে কিছ ৰাষ্ট্ৰগোষ্ঠীৰ দ্বিতীয়খন দেশ। আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ বিশেষ অধ্যক্ষৰ পৰামৰ্শদাতা চেলছো এমোৰিমে ব্ৰাজিলৰ বাতৰি কাকত...

November 1, 2024 12:30 PM

views 16

ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীৰ দেৱালীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক পৃথকে পৃথকে সাক্ষাৎ কৰে আৰু তেওঁলোকক দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম এক্সত প্রধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুর্ক শুভেচ্ছা জনোৱাৰ ফটো পোষ্ট কৰি এই কথা প্ৰকা...

November 1, 2024 12:26 PM

views 14

নেচনেল ষ্টক একছেঞ্জ আৰু বোম্বে ষ্টক একচেঞ্জৰ বাৰ্ষিক দিৱালী মুহূৰত ট্রেডিং সত্ৰৰ আয়োজন

নেচনেল ষ্টক একছেঞ্জ আৰু বোম্বে ষ্টক একচেঞ্জে আজি বাৰ্ষিক দিৱালী মুহূৰত ট্রেডিং সত্ৰৰ আয়োজন কৰিব। এই বিশেষ সত্ৰৰে নতুন বর্ষপঞ্জী চম্বত ২০৮১ আৰম্ভ হ'ব। নেচনেল ষ্টক একছেঞ্জে জাৰি কৰা জাননি অনুসৰি সন্ধিয়া ৫ বাজি ৪৫ মিনিটৰ পৰা ৬ বজালৈ বিশেষ প্ৰাক্ সত্ৰৰ আয়োজন কৰা হ'ব আৰু সন্ধিয়া ৬ বজাৰ পৰা ৭ বজালৈ স্...

November 1, 2024 12:23 PM

views 24

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্র প্রত্যাহাৰৰ আজি অন্তিম দিন

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন। এই পৰ্যায়ৰ বাবে ৬৩৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। দ্বিতীয় পৰ্যায়ত ২০ নৱেম্বৰত ৰাজ্যখনৰ ৩৮ টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। ইপিনে, মনোনয়ন পত্ৰ পৰীক্ষাৰ পাছত ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৬৮৫ গৰাকী...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।