ৰাষ্ট্ৰীয়

November 2, 2024 12:19 PM

views 22

ভাৰতীয় ৰে’লৱেই ৭,৪৩৫ খন বিশেষ ৰে’লৰ ব্যৱস্থা

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি সন্ধিয়া নতুন দিল্লী ৰে'লৱে ষ্টেচনত উপস্থিত হৈ উৎসৱৰ সময়ছোৱাত যাত্ৰীসকলৰ সুবিধা আৰু ভ্ৰমণ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। প্লেটফৰ্মত ৰে'লৰ বাবে অপেক্ষা কৰি থকা একাংশ যাত্ৰীৰ সৈতেও তেওঁ মত বিনিময় কৰে। যাত্ৰীসকলৰ একাংশই জনোৱা মতে, উপযুক্ত ভিৰ ব্যৱস্থাপনাৰ বাবে ত...

November 2, 2024 12:14 PM

views 10

আমেৰিকাৰ আইডাহোৰ আচৰ্ড কমবেট ট্রেইনিং চেণ্টাৰত আজি বজ্ৰ প্ৰহাৰৰ পঞ্চদশ সংস্কৰণ

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষ বাহিনীসমূহৰ যুটীয়া সামৰিক অনুশীলন বজ্ৰ প্ৰহাৰৰ পঞ্চদশ সংস্কৰণ আজি আমেৰিকাৰ আইডাহোৰ আচৰ্ড কমবেট ট্রেইনিং চেণ্টাৰত আৰম্ভ হ'ব। ২২ নবেম্বৰত এই অনুশীলনৰ সামৰণি পৰিব। যোৱা বছৰ মেঘালয়ৰ উমৰৈত এই অনুশীলনৰ পূৰ্বৰ সংস্কৰণ অনুষ্ঠিত হৈছিল। এয়া ভাৰত আৰু আমেৰিকাৰ সৈন্য বাহিন...

November 2, 2024 12:10 PM

views 15

ভুৱা প্ৰতিশ্ৰুতি প্ৰদানৰ বিষয় লৈ কংগ্ৰেছক তীব্র সমালোচনা প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভুৱা প্ৰতিশ্ৰুতি প্ৰদানৰ বিষয় লৈ কংগ্ৰেছক তীব্র সমালোচনা কৰে। শ্রীমোদীয়ে সামাজিক মাধ্যম যোগে এই বুলি অভিযোগ তোলে যে, দেশৰ জনসাধাৰণে কংগ্ৰেছৰ হকে ভোটদান কৰা মানে অপশাসন, বেয়া অৰ্থব্যৱস্থা আৰু লুণ্ঠনৰ হকে ভোটদান বুলি অনুভৱ কৰিবলৈ লৈছে। তেওঁ কয় যে, জনসাধাৰণে কংগ্...

November 1, 2024 8:29 PM

views 28

আমেৰিকাৰ বিশেষ বাহিনীসমূহৰ যুটীয়া সামৰিক অনুশীলন বজ্ৰ প্ৰহাৰৰ পঞ্চদশ সংস্কৰণত অংশগ্ৰহণৰ উদ্দেশ্যে ভাৰতীয় সেনাৰ দল ৰাওনা

ভাৰতীয় সেনাৰ এটা দল ভাৰত আৰু আমেৰিকাৰ বিশেষ বাহিনীসমূহৰ যুটীয়া সামৰিক অনুশীলন বজ্ৰ প্ৰহাৰৰ পঞ্চদশ সংস্কৰণত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাওনা হৈছে। এই অনুশীলন আমেৰিকাৰ আইডাহোৰ আৰ্চৰ্ড কমবেট ট্রেইনিং চেণ্টাৰত কাইলৈৰ পৰা ২২ নবেম্বৰলৈ অনুষ্ঠিত হ'ব। যোৱা বছৰ মেঘালয়ৰ আমচৈত এই অনুশীলন অনুষ্ঠিত হৈছিল। এই অনুশীলন...

November 1, 2024 8:26 PM

views 62

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়াৰ সামৰণি

ঝাৰখণ্ড বিধানসভাৰ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়াৰ আজি সামৰণি পৰিছে। এই পৰ্য্যায়ৰ বাবে ৬৩৪ জন প্রার্থীয়ে মনোনয়ন দাখিল কৰে। দ্বিতীয় পৰ্যায়ত ২০ নৱেম্বৰত ৰাজ্যখনৰ ৩৮ টা সমষ্টিত ভোটগ্রহণ কৰা হ'ব। ইপিনে, মনোনয়ন পত্ৰ পৰীক্ষাৰ পাছত ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৬৮...

November 1, 2024 8:20 PM

views 49

ভাৰত আৰু আলবেনিয়াৰ মাজত তিৰানা দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত

ভাৰত আৰু আলবেনিয়াৰ মাজত কালি তিৰানা দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হয়। আলোচনাকালত দুয়ো পক্ষই বিভিন্ন দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত পৰ্য্যালোচনা চলায়। এই দ্বিপাক্ষিক আলোচনাত ৰাজনৈতিক সম্বন্ধ, বাণিজ্য, সাংস্কৃতিক সম্বন্ধ আৰু জনসাধাৰণৰ সম্বন্ধৰ লেখিয়া বিষয়সমূহ সামৰি লোৱা হয়। আন্তঃ...

November 1, 2024 8:14 PM

views 33

২০২২-২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱ পুৰস্কাৰৰ বাবে আবেদনৰ আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই যুৱক-যুৱতীসকলক ২০২২-২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱ পুৰস্কাৰৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে। ১৫ৰ পৰা ২৯ বছৰ বয়সৰ ব্যক্তি আৰু সংগঠনক স্বাস্থ্য, মানৱ অধিকাৰৰ প্ৰসাৰ, সক্ৰিয় নাগৰিকত্ব আৰু সমূহীয়া সেৱাৰ দৰে উন্নয়ন তথা সমাজ সেৱাৰ বিভিন্ন ক্ষে...

November 1, 2024 8:11 PM

views 35

ভাৰত আৰু চীনৰ সৈনিকৰ পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহল আৰম্ভ

ভাৰত আৰু চীনৰ সৈনিকসকলে পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত টহল আৰম্ভ কৰিছে। ভাৰতীয় সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে, ডেমচ’ক এলেকাত টহল পুনৰ আৰম্ভ হৈছে। উভয় দেশৰ সৈনিকৰ মাজত ২০২০ চনৰ এপ্ৰিলত সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ পাছৰে পৰা অঞ্চলটোত টহল ব্যৱস্থা বন্ধ আছিল আৰু প্ৰায় চাৰে চাৰি বছৰৰ পাছত এই ব্যৱস্থা পনৰ আ...

November 1, 2024 5:51 PM

views 31

বিজেপিৰ জেষ্ঠ নেতা, জম্মুৰ নগোটা সমষ্টিৰ বিধায়ক দেৱেন্দ্ৰৰ সিং ৰানাৰ মৃত্যু

বিজেপিৰ জেষ্ঠ নেতা, জম্মুৰ নগোটা সমষ্টিৰ বিধায়ক আৰু বিশিষ্ট ব্যৱসায়ী দেৱেন্দ্ৰৰ সিং ৰানাৰ যোৱা নিশা ফৰিদাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। তেওঁৰ বয়স আছিল ৫৯ বছৰ। তেওঁ ইহসংসাৰত মাতৃ, পত্নী, তিনিটা সন্তান আৰু কেন্দ্ৰীয় ৰাজ্যত মন্ত্ৰী ড০ জিতেন্দ্ৰ সিংকে ধৰি দুজন ভাতৃক এৰি থৈ যায়। প্রধানমন...

November 1, 2024 5:45 PM

views 38

প্রধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ ড০ বিবেক দেবৰয়ৰ দেহাৱসান

প্রধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ ড০ বিবেক দেবৰয়ৰ আজি নতুন দিল্লীস্থিত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান এইমছত দেহাৱসান ঘটে। ৬৯ বছৰ বয়সীয়া অর্থনৈতিক বিশেষজ্ঞগৰাকীক যোৱানিশা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অর্থনীতিবিদগৰাকীয়ে ৰামকৃষ্ণ মিছন বিদ্যালয়, কলকাতাৰ প্ৰেছিডেন্সী কলেজ, দি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।