ৰাষ্ট্ৰীয়

November 1, 2024 12:19 PM

views 28

আহমেদাবাদৰ পিৰানাত আৱৰ্জনাৰ পৰা শক্তি উৎপাদন প্রকল্প মুকলি অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুজৰাটৰ আহমেদাবাদৰ পিৰানাত ৰাজ্যখনৰ সৰ্ববৃহৎ আৱৰ্জনাৰ পৰা শক্তি উৎপাদন প্রকল্প মুকলি কৰিব। ব্যক্তিগত ৰাজহুৱা অংশীদাৰিত্বৰে ৩৭৫ কোটি টকা ব্যয়েৰে এই প্ৰকল্পটো নিৰ্মাণ কৰি উলিওৱা হৈছে আৰু প্ৰকল্পটোত প্ৰতিদিনে এহেজাৰ মেট্রিকটন গোটা আৱৰ্জনাৰ পৰা ১৫ মেগাৱাট শক্তি উৎপ...

November 1, 2024 12:21 PM

views 11

ভাৰত ধৰ্ম নিৰপেক্ষ এখন ৰাষ্ট্ৰ দেৱানি বিধিৰ দিশে অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে, যে ভাৰত ধৰ্ম নিৰপেক্ষ এখন ৰাষ্ট্ৰ দেৱানি বিধিৰ দিশে অগ্ৰসৰ হৈছে। গুজৰাটৰ কেৱড়িয়াত কালি ৰাষ্ট্ৰীয় একতা দিৱসৰ সমাৰোহক সম্বোধন কৰি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে । তেওঁ ধৰ্ম নিৰপেক্ষ দেৱানি বিধিক ভেদভাৱ দূৰ কৰাৰ চাবিকাঠি বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, ৰা...

October 31, 2024 7:40 PM

views 15

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ চৰ্দাৰ বল্লভ ভাই পেটেলক অখণ্ড ভাৰতৰ নিৰ্মাতা বুলি অভিহিত

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে চৰ্দাৰ বল্লভ ভাই পেটেলক অখণ্ড ভাৰতৰ নিৰ্মাতা বুলি অভিহিত কৰিছে । গুজৰাটৰ বোটাডত আজি এটা অনুষ্ঠানত নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, চৰ্দাৰ পেটেলৰ ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে পৰৱৰ্তী দুবছৰত নেতাগৰাকীৰ ডেৰশ বছৰীয়া জয়...

October 31, 2024 7:58 PM

views 30

অনাগত ২৫ বছৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’বৰ বাবে ৰাষ্ট্ৰীয় একতা অত্যন্ত গুৰুত্বপূৰ্ণঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একতাৰ ভাৱনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় একতা ভংগ কৰাৰ প্ৰচেষ্টা চলোৱা বিভাজনকাৰী শক্তিসমূহৰ পৰা সাৱধান হ'বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। গুজৰাটৰ কেৱৰিয়াত লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তী উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ সমাৰোহত জনসাধাৰণক সম্বো...

October 31, 2024 5:40 PM

views 17

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভার্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰিলে টাৱাঙত নিৰ্মিত  চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে ভাৰত আৰু চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া কেতবোৰ অঞ্চলৰ ক্ষেত্ৰত থকা মতানৈক্য সমাধানৰ বাবে কূটনৈতিক আৰু সামৰিক দুয়োটা পৰ্যায়তে আলোচনাত মিলিত হয়। এই আলোচনা অনুসৰি সম আৰু পাৰস্পৰিক নিৰাপত্তাৰ ভিত্তিত বহুলভাৱে সহমতত উপনীত হয়। শ্রী সিঙে ভার্চুৱেল ব্যৱস্থাৰ...

October 31, 2024 5:36 PM

views 22

সমগ্ৰ দেশতে পোহৰৰ উৎসৱ দীপাৱলী পালন

সমগ্ৰ দেশতে আজি পোহৰৰ উৎসৱ দীপাৱলী পালন কৰা হৈছে। এই উৎসৱ অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ প্ৰতীক। এই উপলক্ষে জনসাধাৰণে ধন, ঐশ্বৰ্য্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ পূজা-অৰ্চনা কৰে । ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীপা...

October 31, 2024 5:32 PM

views 29

২০২৪ বৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্রী দক্ষতা পদক প্ৰদান

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, কেন্দ্ৰীয় আৰক্ষী সংস্থা আৰু বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৪৬৩ গৰাকী ব্যক্তিক ২০২৪ বৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্রী দক্ষতা পদক প্ৰদান কৰা হৈছে। বিশেষ অভিযান, তদন্ত, গোপন আৰু ফৰেণচিক বিজ্ঞান ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট কাৰ্যক মান্যতা প্ৰদান কৰাৰ লগতে উচ্চ পে...

October 31, 2024 5:29 PM

views 27

উৎসৱৰ বতৰত ৰে’ল যাত্ৰীৰ সুবিধার্থে সমগ্ৰ দেশতে ভাৰতীয় ৰে’লৱেৰ বিশেষ ৰে’ল সেৱা

ভাৰতীয় ৰে'লৱেই উৎসৱৰ পৰিপ্ৰেক্ষিতত ৰে'ল যাত্ৰীসকলৰ সুবিধার্থে সমগ্ৰ দেশতে বিশেষ ৰে’ল সেৱা চলাই আছে। প্ৰতিবছৰে ৰে'লত ভ্ৰমণ কৰা লাখ লাখ যাত্ৰীৰ যাতায়াতৰ সুবিধাৰ্থে ৰে'লৱেই এই বিশেষ ৰে'ল সেৱা চলাই আহিছে। বিগত বৰ্ষৰ তুলনাত এইবাৰ ২,৮০০ খন বিশেষ ৰে'লৰ সংখ্যা লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। যোৱা বছৰ এই সময়ত ...

October 31, 2024 5:25 PM

views 26

প্রাক্তন প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ স্মৃতি দিৱস উপলক্ষে দেশবাসীৰ স্মৰণ

দেশবাসীয়ে আজি প্রাক্তন প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীক স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধাৰে স্মৰণ কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে দলটোৰ অন্যান্য জ্যেষ্ঠ নেতাসকলে দিল্লীৰ শক্তিস্থলত ইন্দিৰা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইন্দিৰা গান্ধী স্মাৰকটো এটা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। কংগ্ৰেছৰ সভাপত...

October 31, 2024 12:19 PM

views 17

একতাৰ ভাৱনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় একতা ভংগ কৰাৰ প্ৰচেষ্টা চলোৱা বিভাজনকাৰী শক্তিসমূহৰ পৰা সাৱধানে থাকিবলৈ সকলোৰে প্ৰতি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একতাৰ ভাৱনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় একতা ভংগ কৰাৰ প্ৰচেষ্টা চলোৱা বিভাজনকাৰী শক্তিসমূহৰ পৰা সাৱধানে থাকিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। গুজৰাটৰ কেৱৰিয়াত লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তী উপলক্ষে আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ সমাৰোহত জনসাধাৰণক সম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।