ৰাষ্ট্ৰীয়

November 2, 2024 7:57 PM

views 33

কংগ্ৰেছ যিখন ৰাজ্যত ক্ষমতালৈ আহে, সেইখন ৰাজ্য আর্থিক জটিলতাৰ সন্মুখীন হয়ঃ বিজেপি

বিজেপিয়ে কৈছে যে, কংগ্ৰেছ যিখন ৰাজ্যত ক্ষমতালৈ আহে, সেইখন ৰাজ্য আর্থিক জটিলতাৰ সন্মুখীন হয়। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত দলৰ মুখপাত্র ড০ সুধাংশু ত্রিবেদীয়ে কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ আৰ্থিক স্থিতি ক্রমান্বয়ে বেয়াৰ পিনে ঢাল খোৱা বুলি অভিযোগ তোলে। তেওঁ কয় যে, হিমাচল প্ৰদেশত কংগ্ৰ...

November 2, 2024 7:54 PM

views 31

কানাডাৰ উপ-মন্ত্ৰী ডেভিদ মৰিছনে ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় স্থায়ী কমিটিৰ সন্মুখত গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰসংগ উল্লেখ কৰাক লৈ প্ৰতিবাদ ভাৰতৰ

ভাৰতে কানাডাৰ উপ-মন্ত্ৰী ডেভিদ মৰিছনে ৰাজহুৱা সুৰক্ষা আৰু ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় স্থায়ী কমিটিৰ সন্মুখত গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰসংগ উল্লেখ কৰা বিষয় লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে কালি কানাডাৰ উচ্চায়ুক্তৰ প্ৰতিনিধিক সম্বোধন কৰি ভাৰতে কৰা প্ৰতিবাদৰ কথা অৱগ...

November 2, 2024 7:49 PM

views 29

ডেমচ’ক আৰু ডেপচাঙত ভাৰত আৰু চীনে পাৰস্পৰিক চুক্তি অনুসৰি টহল আৰম্ভ কৰিছেঃ বিদেশ মন্ত্ৰ্যালয়

বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, ডেমচ'ক আৰু ডেপচাঙত ভাৰত আৰু চীনে পাৰস্পৰিক চুক্তি অনুসৰি টহল আৰম্ভ কৰিছে। নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে কয় যে, ভাৰত আৰু চীনে সীমান্তৰ পৰা সৈন্য প্রত্যাহাৰ অন্তিম পৰ্য্যায় সন্দৰ্ভত ২১ অক্টোবৰত সহমত...

November 2, 2024 6:16 PM

views 31

ভাৰত আৰু গ্ৰীচৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে সহমতত উপনীত প্রধানমন্ত্ৰী মোদী আৰু গ্ৰীচৰ প্ৰধানমন্ত্রী কাইৰিয়াক’ছ মিটছ’ টেকিছ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গ্ৰীচৰ প্ৰধানমন্ত্রী কাইৰিয়াক’ছ মিটছ' টেকিছ দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে। টেলিফোনযোগে হোৱা এটা কথোপকথনত দুয়োগৰাকী নেতাই ভাৰত-মধ্যপ্রাচ্য-ইউৰোপ অর্থনৈতিক মণ্ডল আৰু পশ্চিম এছিয়াৰ পৰিস্থিতিকে ধৰি বিভিন্ন আঞ্চলিক আৰু গোল...

November 2, 2024 6:15 PM

views 23

৬ দিনীয়া ভ্ৰমণসূচীৰে অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰলৈ যাব বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে ৬ দিনীয়া ভ্ৰমণ সূচিৰে কাইলৈৰ পৰা অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰলৈ যাব এই ভ্ৰমণৰ সময়ত ড০ জয়শংকৰে ব্ৰিজবেনত অষ্ট্ৰেলিয়াত ভাৰতৰ চতুৰ্থটো দুতাবাস উদ্বোধন কৰিব৷ ইয়াৰ উপৰিও তেওঁ কেনবেৰাত অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱঙৰ সৈতে ১৫ সংখ্যক বৈদেশিক মন্ত্ৰীৰ আলোচনাৰ সহ...

November 2, 2024 5:38 PM

views 34

পাকিস্তানৰ মাষ্টাং জিলাত শক্তিশালী বিস্ফোৰণত ৫টা শিশুসহ ৯গৰাকী লোকৰ মৃত্যু

পাকিস্তানৰ মাষ্টাং জিলাত কালি হোৱা এটা শক্তিশালী বিস্ফোৰণত ৫টা শিশুসহ ৯গৰাকী লোকৰ মৃত্যু হয়। এই ঘটনাত আন ২৯গৰাকী লোক আহত হয়। জিলা প্রশাসনে প্ৰকাশ কৰা অনুসৰি মাষ্টাং অসামৰিক চিকিৎ‍সালয়ৰ সমীপৰ বালিকা হাইস্কুল চকত বোমাটোৰ বিস্ফোৰণ হয়। নিহতসকলৰ ভিতৰত ৫ জনী ছোৱালী, এটা ল'ৰা, এজন আৰক্ষী বিষয়া আৰু দুজ...

November 2, 2024 12:32 PM

views 19

বিধানসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰ ভ্ৰমণ প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহৰ ৮ তাৰিখে বিধানসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। শাসকীয় মহাজোঁটৰ বাবে তেওঁ ধুলেত প্ৰচাৰ চলাব। প্রধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ অন্যান্য স্থানতো নিৰ্বাচনী প্ৰচাৰ চলাব ৷

November 2, 2024 12:30 PM

views 22

আজি গুজৰাটী নতুন বর্ষ উদযাপন

বিশ্বজুৰি গুজৰাটী সম্প্রদায়ে আজি গুজৰাটী নতুন বর্ষ উদযাপন কৰিছে। গুজৰাটত হিন্দু পঞ্জিকা বিক্ৰম চম্ভাট অনুসৰি কাৰ্তিক মাহৰ প্ৰথম দিনাৰে পৰা নৱবৰ্ষ পালন কৰা হয়। বেষ্টু বই নামে জনপ্রিয় এই গুজৰাটী নৱবৰ্ষ সমগ্ৰ ৰাজ্যতে পৰম্পৰাগতভাৱে উৎসাহ উদ্দীপনাৰে পালন কৰা হৈছে।

November 2, 2024 12:25 PM

views 19

ঝাৰখণ্ড বিধানসভাৰ বাবে ১,২১১ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা নিশ্চিত

ঝাৰখণ্ড বিধানসভাৰ আসন্ন নির্বাচনত মুঠ এহেজাৰ ২১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কালি মনোনয়ন পত্ৰ প্ৰত্যাহ্বাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। ৰাজ্যখনৰ ৮১ জনীয়া বিধানসভাৰ বাবে এইবেলি দুটা পৰ্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ'ব। ১৩ নৱেম্বৰত হ'ব...

November 2, 2024 12:23 PM

views 25

২০২২-২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱ পুৰস্কাৰৰ বাবে আবেদন আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই যুৱক-যুৱতীসকলক ২০২২-২৩ বৰ্ষৰ ৰাষ্ট্ৰীয় যুৱ পুৰস্কাৰৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে। ১৫ৰ পৰা ২৯ বছৰ বয়সৰ ব্যক্তি আৰু সংগঠনক স্বাস্থ্য, মানৱ অধিকাৰৰ প্ৰসাৰ, সক্ৰিয় নাগৰিকত্ব আৰু সমূহীয়া সেৱাৰ দৰে উন্নয়ন তথা সমাজ সেৱাৰ বিভিন্ন ক্ষে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।