ৰাষ্ট্ৰীয়

October 20, 2024 11:10 AM October 20, 2024 11:10 AM

views 4

নতুন দিল্লীত কৰ্মযোগী ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ ড০ আম্বেডকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত কৰ্মযোগী ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহ মুকলি কৰে। এই উপলক্ষে প্রধানমন্ত্রীয়ে কয় যে, কর্মযোগী অভিযানৰ জৰিয়তে দেশৰ উন্নয়নৰ বাবে চালিকাশক্তিস্বৰূপ মানৱ সম্পদ গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ কয় যে, ৰাষ্ট্ৰীয...

October 19, 2024 8:26 PM October 19, 2024 8:26 PM

views 2

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ হিচাপে বিজয়া ৰাহাটকাৰক নিযুক্তি

বিজয়া ৰাহাটকাৰক ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। এই সন্দৰ্ভত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰ্যালয়ে এখন অধিসূচনা জাৰি কৰিছে। ইয়াৰ পূৰ্বে শ্ৰীমতী ৰাহাটকাৰে মহাৰাষ্ট্ৰ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ আৰু ঔৰংগবাদৰ মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ লগতে তেওঁ বিজেপিৰ ৰাষ্ট্ৰ...

October 19, 2024 8:23 PM October 19, 2024 8:23 PM

views 2

শিক্ষাৰ ব্যৱসায়ীকৰণে শিক্ষাৰ মানৰ ওপৰত নেতিবাচক প্রভাৱ পেলাইছেঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে, শিক্ষাৰ ব্যৱসায়ীকৰণে শিক্ষাৰ মানৰ ওপৰত নেতিবাচক প্রভাৱ পেলাইছে। ৰাজস্থানৰ ছিকাৰত আজি বিয়লি এখন ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ এটা অনুষ্ঠানত ভাষণ দি শ্রী ধনখড়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, শিক্ষাৰ ব্যৱসায়ীকৰণ ৰাষ্ট্ৰৰ ভৱিষ্যতৰ বাবে কেতিয়াও ভাল নহয়। তেওঁ কয় য...

October 19, 2024 8:22 PM October 19, 2024 8:22 PM

views 4

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰানসীত কাইলৈ কেইবাটাও প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ তেওঁৰ সংসদীয় সমষ্টি বাৰানসীলৈ যাব। তাত তেওঁ প্ৰায় ছহেজাৰ ৬০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে কেইবাটাও সমাৱেশক সম্বোধন কৰিব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণলৈ চাই চহৰখনত কেইবা তৰপীয়া সুৰক্ষা ব্যৱস্থা কৰা হৈছে। বাৰানসীৰ আৰক্...

October 19, 2024 8:21 PM October 19, 2024 8:21 PM

views 4

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাসগৃহত ড্রোন আক্রমণ

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বাসগৃহত আজি পুৱা ড্রোন আক্রমণ সংঘটিত হয়। প্রাপ্ত বাতৰি অনুসৰি হিজবুল্লাই কেইছেৰিয়া এলেকাস্থিত নেতান্যাহুৰ বাসগৃহলৈ লক্ষ্য কৰি এটা ড্রোন নিক্ষেপ কৰে ৷ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ মুখপাত্ৰগৰাকীয়ে কৈছে যে, আক্ৰমণৰ সময়ত প্রধানমন্ত্রী বাসগৃহত নাছিল। এই আক্ৰমণত ক...

October 19, 2024 8:19 PM October 19, 2024 8:19 PM

views 4

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান সাত দিনীয়া সূচীৰে কাইলৈ ছিংগাপুৰ আৰু অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান কাইলৈ সাত দিনীয়া ছিংগাপুৰ আৰু অষ্ট্ৰেলিয়া ভ্রমণসূচীৰে স্বদেশৰ পৰা ৰাওনা হ'ব। এই ভ্রমণসূচীয়ে শিক্ষা খণ্ডৰ পাৰস্পৰিক স্বাৰ্থজড়িত গুৰুত্বপূর্ণ ক্ষেত্রসমূহত সহযোগিতা, অংশগ্ৰহণ আৰু সমন্বয় বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। দুদিনীয়া ছিংগাপুৰ ভ্ৰমণসূচীৰ প্ৰথম পৰ...

October 19, 2024 8:18 PM October 19, 2024 8:18 PM

views 6

শ্ৰীলংকাৰ বাগান অঞ্চলৰ ৯খন বিদ্যালয়ৰ উন্নীতকৰণৰ বাবে ভাৰতৰ অনুদানৰ পৰিমাণ বৃদ্ধি

ভাৰতে শ্ৰীলংকাৰ বাগান অঞ্চলৰ ৯খন বিদ্যালয়ৰ উন্নীতকৰণৰ বাবে অনুদানৰ পৰিমাণ বৃদ্ধি কৰিছে। শ্রীলংকা চৰকাৰৰ অনুৰোধ মৰ্মে কেন্দ্ৰীয় চৰকাৰে নিজৰ বিত্তীয় প্ৰতিশ্ৰুতিবদ্ধতা দুগুণলৈ বঢ়োৱাৰ ফলত প্ৰকল্পটোৰ মুঠ ব্যয় ৬০ কোটি শ্রীলংকান টকালৈ বৃদ্ধি পাইছে। শ্ৰীলংকাৰ শিক্ষা বিভাগৰ সচিব জে এম তিলকা জয়সুন্দৰ আৰ...

October 19, 2024 8:17 PM October 19, 2024 8:17 PM

views 5

ঝাৰখণ্ডৰ কাৰ্যবাহী আৰক্ষী সঞ্চালকপ্রধান অনুৰাগ গুপ্তাক অপসাৰণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

নির্বাচন আয়োগে ঝাৰখণ্ড চৰকাৰক ৰাজ্যখনৰ কাৰ্যবাহী আৰক্ষী সঞ্চালকপ্রধান অনুৰাগ গুপ্তাক ততালিকে কাৰ্যকৰী হোৱাকৈ পদৰ পৰা অপসাৰণ কৰিবলৈ নিৰ্দেশ দিছে। আয়োগে ৰাজ্য চৰকাৰক গুপ্তাৰ কাৰ্যভাৰ সঞ্চালকপ্রধান পৰ্যায়ৰ জ্যেষ্ঠতম বিষয়াক অৰ্পণ কৰিবলৈ কৈছে। ৰাজ্য চৰকাৰক লগতে আজি সন্ধিয়া সাত বজাৰ ভিতৰত এই নিৰ্দেশ ...

October 19, 2024 7:07 PM October 19, 2024 7:07 PM

views 6

বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আজি দুদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেছিয়ালৈ যাব

বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আজি দুদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেছিয়ালৈ যাব। তেওঁ কাইলৈ দেশখনৰ ৰাজধানী জাকার্টাত ৰাষ্ট্ৰপতি প্ৰবোৱো সুবিয়াণ্টো আৰু উপ-ৰাষ্ট্ৰপতি জিব্রান ৰাকাবুমিং ৰাকাৰ শপতগ্রহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ভাৰত আৰু ইণ্ডোনেছিয়াই এইবছৰ দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পর্ক স্থাপনৰ ৭৫...

October 19, 2024 7:06 PM October 19, 2024 7:06 PM

views 4

ভাৰত-মেক্সিকোৰ মাজত বিভিন্ন ক্ষেত্ৰত ব্যাপক সহযোগিতাৰ সম্ভাৱনা আছেঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে ভাৰত আৰু মেক্সিকোৰ মাজত বিভিন্ন ক্ষেত্ৰত ব্যাপক সহযোগিতাৰ সম্ভাৱনা আছে। ভাৰত-মেক্সিকো বাণিজ্য আৰু বিনিয়োগ সন্মিলনত তেওঁ কয় যে বিশেষকৈ ঔষধ উৎপাদন আৰু অট’মটিভ ক্ষেত্ৰত ভাৰতৰ যথেষ্ট সম্ভাৱনা আছে। শ্ৰীমতী সীতাৰমনে কয় যে ভাৰতে ডিজিটেল অৰ্থব্যৱস্থাৰ ক্ষেত্ৰত গোলকীয...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।