ৰাষ্ট্ৰীয়

November 21, 2024 8:02 PM

views 13

একাদশ আছিয়ান প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠকৰ অৱসৰত ভাৰত-আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰী লয়ড আষ্টিনে পৰিচালন সমন্বয়, তথ্যৰ আদান-প্ৰদান আৰু ঔদ্যোগিক উদ্ভাৱনৰ ভিত্তিত ভাৰত, আমেৰিকা প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত লাভ কৰা প্ৰগতিৰ ভূয়শী প্ৰশংসা কৰিছে। দুয়োগৰাকী নেতা আজি লাওছৰ ভিয়েটিয়ানেট একাদশ আছিয়ান প্ৰতিৰক্ষা ...

November 21, 2024 7:59 PM

views 10

জর্জটাউনত গায়েনাৰ সংসদত ভাষণ দিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জর্জটাউনত গায়েনাৰ সংসদত ভাষণ দিব। তেওঁ লগতে গায়েনা আৰু কেৰিবীয় অঞ্চলৰ আগশাৰীৰ ক্ৰিকেট খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰিব আৰু দেশখনত বাস কৰা ভাৰতীয়মূলৰ এটা সমাৱেশকো সম্বোধন কৰিব। প্ৰধানমন্ত্রী মোদীক সম্প্রতি তিনি দিনীয়া ভ্রমণসূচীৰে গায়েনাত আছে। আমাৰ সংবাদদাতাই জন...

November 21, 2024 6:08 PM

views 13

ভাৰতৰ কাৰাগাৰৰ পৰা মুক্ত হোৱা বাংলাদেশী নাগৰিকক নিজ দেশলৈ প্ৰত্যাৰ্পন

ভাৰতৰ কাৰাগাৰৰ পৰা মুক্ত হোৱা নাগৰিকক কালি পশ্চিম বংগৰ বেনাপোল তালাচী চকীৰে স্বদেশলৈ ওভতাই পঠিওৱা হয়। ভাৰতৰ পাৰপত্ৰ বিষয়াসকলে ১১গৰাকী মহিলা সহ ২৪ গৰাকী বাংলাদেশী নাগৰিকক বাংলাদেশী বিষয়াৰ হাতত সোধাই দিয়ে। উল্লেখযোগ্য যে বৈধ নথিপত্র অবিহনে ভাৰতত প্ৰবেশ কৰা এই লোককেইজনক প্রথমে কলকাতা আৰক্ষীয়ে গ্ৰে...

November 21, 2024 5:57 PM

views 12

দেশৰ নতুন কন্ট্রোলাৰ এণ্ড অডিটৰ জেনেৰেল হিচাপে কে সঞ্জয় মূৰ্তিৰ শপত গ্ৰহণ

কে সঞ্জয় মূৰ্তিয়ে দেশৰ নতুন কন্ট্রোলাৰ এণ্ড অডিটৰ জেনেৰেল হিচাপে শপত গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি দ্রৌপদী মুমুৱে আজি পুৱা ৰাষ্ট্ৰপতি ভৱনত শ্ৰীমূৰ্তিক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় । ইয়াৰ পূৰ্বে উচ্চ শিক্ষা বিভাগৰ সচিব ৰূপে কাৰ্যনিৰ্বাহ কৰা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ জ্যেষ্ঠ বিষয়া ...

November 21, 2024 5:54 PM

views 14

একাদশ আছিয়ান বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ভাষণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ভাৰতে সদায় জটিল আন্তঃৰাষ্ট্ৰীয় সমস্যা সমাধানৰ বাবে পোষকতা কৰে বুলি উল্লেখ কৰে। লাওচৰ ভিয়েণ্টিয়ানত অনুষ্ঠিত একাদশ আছিয়ান প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠকত ভাষণ দি মন্ত্ৰীগৰাকীয়ে মুক্ত যোগাযোগ আৰু শান্তিপূর্ণ আলোচনাৰ প্ৰতিশ্ৰুতিৰ লগতে সীমা বিবাদৰ পৰা আৰম্ভ কৰি বাণিজ্যি...

November 21, 2024 12:27 PM

views 18

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গায়েনাৰ সৰ্বোচ্চ সন্মান দা অৰ্ডাৰ অব্ এক্সিলেঞ্চ প্ৰদান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গায়েনাৰ সৰ্বোচ্চ সন্মান দা অৰ্ডাৰ অব্ এক্সিলেঞ্চ প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্রী মোদীয়ে যোৱানিশা ডমিনিকাৰ প্ৰধানমন্ত্ৰী ৰুজৱেল্ট স্কেৰিটক সাক্ষাৎ কৰে। শ্ৰীমোদীয়ে তেওঁলৈ দেশখনৰ সৰ্বোচ্চ সন্মান প্ৰদানৰ বাবে প্রধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই জলবায়ু...

November 21, 2024 12:25 PM

views 29

গোৱাৰ পানাজীত ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ

৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ কালি গোৱাৰ পানাজীত আৰম্ভ হৈছে। অষ্ট্ৰেলিয়াৰ ছবি নির্মাতা মার্কেল গ্ৰেচিৰ ছবি দ্যা বেটাৰমেনৰ প্ৰদৰ্শনৰে এইবাৰৰ মহোৎসৱৰ ছবি প্ৰদৰ্শন আৰম্ভ হয়। কালি বিয়লি ৫ বজাত পানাজীৰ শ্যামাপ্রসাদ মুখার্জী ষ্টেডিয়ামত জাকজমকতাপূৰ্ণ অনুষ্ঠানৰ মাজেৰে এই মহোৎসৱৰ শুভাৰম্ভ ক...

November 21, 2024 12:18 PM

views 12

মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাত খিতাপ দখল কৰাৰ ভাৰতীয় হকী দলক ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতিৰ অভিনন্দন

ভাৰতে কালি বিহাৰৰ ৰাজগিৰত অনুষ্ঠিত মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ ফাইনেলত চীনক ১-০ গ'লত পৰাস্ত কৰি খিতাপ দখল কৰে। খেলখনত দীপিকাই ভাৰতৰ হৈ একমাত্ৰ গ'লটো দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ খিতাপ দখল...

November 21, 2024 12:17 PM

views 15

দুদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি তেলেংগানালৈ ৰাওনা হব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি দুদিনীয়া ভ্ৰমণসূচীৰে তেলেংগানালৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি হায়দৰাবাদত কোটি দীপোৎসৱম-২০২৪ অনুষ্ঠানত অংশ ল'ব। কাইলৈ ৰাষ্ট্ৰপতি মুৰ্মুৱে হায়দৰাবাদত আয়োজিত লোক মন্থন-২০২৪ অনুষ্ঠানত উদ্বোধনী ভাষণ প্রদান কৰিব ।

November 21, 2024 12:33 PM

views 24

নেফিথ্র’মাইচিন নামৰ প্রথমটো স্বদেশী এণ্টিবায়টিক ঔষধ মুকলি

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড° জিতেন্দ্র সিঙে প্ৰতিৰোধী সংক্ৰমণৰ বাবে নেফিথ্র'মাইচিন নামৰ প্রথমটো স্বদেশী এণ্টিবায়টিক ঔষধ মুকলি কৰিছে। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্রীসিঙে কয়, যে নেফিথ্ৰ'মাইচিনৰ তিনিদিনীয়া চিকিৎসা নিউমনিয়া ৰোগৰ ক্ষেত্ৰত যুগান্তকাৰী বুলি পৰিগণিত হ'ব। ন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।