ৰাষ্ট্ৰীয়

November 20, 2024 11:31 AM

views 12

১৯ সংখ্যক জি-২০ শীৰ্ষ সন্মিলনৰ ব্রাজিলৰ ৰিঅ’ ডি জেনেৰোত সামৰণি

১৯ সংখ্যক জি-২০ শীৰ্ষ সন্মিলনৰ কালি ব্রাজিলৰ ৰিঅ' ডি জেনেৰোত সামৰণি পৰে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভাই ৰাষ্ট্ৰগোষ্ঠীটোৰ অধ্যক্ষতাৰ দায়িত্ব দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাৰ হাতত অৰ্পণ কৰে। সামৰণি ভাষণত ৰাষ্ট্ৰপতি লুলাই ব্রাজিলৰ অধ্যক্ষতাত লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। এনে প...

November 19, 2024 8:30 PM

views 12

জি-২০ শীৰ্ষ সন্মিলনত ব্রাজিলৰ ৰাষ্ট্ৰপতি লুলা ডা ছিলভাক প্রধানমন্ত্ৰীৰ সাক্ষাৎ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰিঅ' ডি জেনেৰ'ত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনৰ সুযোগতে ব্রাজিলৰ ৰাষ্ট্ৰপতি লুলা ডা ছিলভাক সাক্ষাৎ কৰে। বৈঠকত দুয়োগৰাকী নেতাই শক্তি, জৈৱ ইন্ধন, প্ৰতিৰক্ষা আৰু কৃষিকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে জি-২০ অধ্যক্ষ...

November 19, 2024 8:24 PM

views 29

খাদ্য সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি শিৱৰাজ সিং চৌহানৰ প্ৰকাশ

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে বহনক্ষম আৰু লাভজনক কৃষি তথা সকলোৰে বাবে খাদ্য সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত গোলকীয় ভূমি সন্মিলন ২০২৪ সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য প্ৰকাশ কৰে। শ্ৰী চৌহানে কয়, যে ভূমি স্বাস্থ্য সম্প্র...

November 19, 2024 6:37 PM

views 59

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত কাইলৈ ১২ খন জিলাৰ ৩৮টা সমষ্টিত ভোটগ্রহণ

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত কাইলৈ ১২ খন জিলাৰ ৩৮টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ'ব। কাইলৈ নির্বাচনী ভাগ্য নিৰূপণ হ'বলগীয়া প্ৰাৰ্থীসকলৰ ভিতৰত বাৰহাইট সমষ্টিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন, ধানৱাৰ সমষ্টিত প্রদেশ বিজেপিৰ মুৰববী বাবুলাল মাৰাণ্ডি, গাণ্ডে সমষ্টিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী...

November 19, 2024 6:35 PM

views 50

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনৰ কাইলৈ হ’বলগীয়া ভোটগ্ৰহণৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ

মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগ্ৰহণৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। মহাৰাষ্ট্ৰৰ ২৮৮টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। ইয়াৰ লগতে নাণ্ডেড় লোকসভা সমষ্টিৰ বাবে উপ-নির্বাচন অনুষ্ঠিত হ'ব। পাঞ্জাব, উত্তৰ প্ৰদেশ, কেৰালা আৰু উত্তৰাখণ্ডৰ ১৫টা বিধানসভা সমষ্টিৰ উপ-ন...

November 19, 2024 6:33 PM

views 24

দিল্লীত কৃত্ৰিম বৰষুণৰ অনুমতি প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান দিল্লী চৰকাৰৰ

দিল্লী চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ ভয়াবহ বায়ু প্ৰদুষণ সমস্যাৰ সমাধানৰ বাবে ক্লাউড চিডিং প্ৰযুক্তিৰ সহায়েৰে কৃত্ৰিম বৰষুণৰ অনুমতি প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। দিল্লীৰ পৰিৱেশ মন্ত্রী গোপাল ৰায়ে বায়ু প্ৰদূষণ সন্দৰ্ভত এখন জৰুৰীকালীন বৈঠক আহ্বান কৰিবলৈ অনুৰোধ জনাই কেন্...

November 19, 2024 6:25 PM

views 11

মেটাক ২১৩ কোটি ১৪ লাখ টকাৰ জৰিমনা ভাৰতীয় প্ৰতিযোগিতা আয়োগৰ

ভাৰতীয় প্ৰতিযোগিতা আয়োগে ২০২১ চনত গোপনীয়তা নীতিৰ আপডেট সন্দৰ্ভত ছ'ছিয়েল মিডিয়া প্লেটফর্ম মেটাক ২১৩ কোটি ১৪ লাখ টকাৰ জৰিমনা বিহিছে। আয়োগে লগতে পৰৱৰ্তী ৫ বছৰলৈ বিজ্ঞাপনৰ উদ্দেশ্যে মেটাৰ মালিকানাধীন অন্য এপ্লিকেচনৰ সৈতে ব্যৱহাৰকাৰীৰ তথ্য ভগাই নল'বলৈ নির্দেশ দিছে। আয়োগে কৈছে যে, হোৱাটছএপ সেৱাৰ বা...

November 19, 2024 6:16 PM

views 19

দিল্লীত ভয়াৱহ প্ৰদূষণৰ বাবে উচ্চতম ন্যায়ালয়ৰ সকলো ন্যায়াধীশকে ভার্চুৱেল ব্যৱস্থাৰে শুনানী গ্রহণ কৰিবলৈ আহ্বান সঞ্জীৱ খান্নাৰ

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ভয়াৱহ প্ৰদূষণলৈ চাই সকলো ন্যায়াধীশকে যথাসম্ভৱ ভার্চুৱেল ব্যৱস্থাৰে শুনানী গ্রহণ কৰিবলৈ কোৱা হৈছে বুলি প্ৰকাশ কৰিছে। মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ সঞ্জয় কুমাৰক লৈ গঠিত বিচাৰপীঠৰ ওচৰত উচ্চতম ন্যায়ালয়ৰ উকীল সন্থাৰ সভাপ...

November 19, 2024 6:19 PM

views 22

সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে সর্বদলীয় বৈঠকৰ আহ্বান

চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে ২৪ নবেম্বৰত এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম-কাজ সুচাৰুৰূপে চলাই নিয়াত সকলো ৰাজনৈতিক দলৰ সহায়-সহযোগিতা কামনা কৰিব। সংসদৰ শীতকালীন অধিৱেশন ২৫ নবেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব।

November 19, 2024 6:05 PM

views 15

জি-২০ শীর্ষ সন্মিলনত কেইবাগৰাকীও বিশ্ব নেতাৰ সৈতে প্রধানমন্ত্ৰীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্রাজিলৰ ৰিঅ' ডি জেনেঅ'ত অনুষ্ঠিত জি-২০ শীর্ষ সন্মিলনৰ আপাহতে কালি কেইবাগৰাকীও বিশ্ব নেতাৰ সৈতে বৈঠকত মিলিত হয়। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে ইজিপ্তৰ ৰাষ্ট্ৰপতি অব্দেল ফটহ অল চিচি, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন ছুক য়োল আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ উছুলা, ৱ'ন ড...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।