ৰাষ্ট্ৰীয়

November 11, 2024 12:15 PM November 11, 2024 12:15 PM

views 14

বিহাৰত আজিৰে পৰা ২০২৪ বৰ্ষৰ মহিলাৰ এছিয়ান হকী চেম্পিয়নছ ট্ৰফী আৰম্ভ

বিহাৰৰ ৰাজগিৰিত আজিৰে পৰা ২০২৪ বৰ্ষৰ মহিলাৰ এছিয়ান হকী চেম্পিয়নছ ট্ৰফী আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ১০ দিনীয়া এই প্ৰতিযোগিতা মুকলি কৰিব। আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত বিহাৰ ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালকপ্ৰধান ৰবীনন্দ্ৰন শংকৰণে কয় যে, বিহাৰত এইবাৰ প্ৰথমবাৰৰ বাবে এনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্রীড...

November 11, 2024 12:14 PM November 11, 2024 12:14 PM

views 13

টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্রিকাৰ ৩ উইকেটত জয়লাভ

দক্ষিণ আফ্ৰিকাৰ এবেখাত কালি অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চাৰিখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত দক্ষিণ আফ্রিকাই ভাৰতৰ বিৰুদ্ধে ৩ উইকেটত জয়লাভ কৰে। শৃংখলাটোত দুয়োটা দলে ১-১ ফলাফলত সমতা স্থাপন কৰিছে। কালিৰ খেলখনত দক্ষিণ আফ্ৰিকাই ভাৰতে বান্ধি দিয়া ১২৫ ৰানৰ লক্ষ্যৰ প্ৰত্যুত্তৰত ১৯...

November 11, 2024 11:55 AM November 11, 2024 11:55 AM

views 29

ঝাৰখণ্ডত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

ঝাৰখণ্ডত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি সামৰণি পৰিব। পৰহিলৈ ৰাজ্যখনৰ ৪৩টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। আমাৰ সংবাদদাতাই জনোৱা মতে এন ডি এ আৰু আই এন ডি আই এ মিত্ৰজোঁটৰ তাৰকা প্ৰচাৰকসকলে দলীয় প্ৰাৰ্থীৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। প্রধান...

November 11, 2024 11:53 AM November 11, 2024 11:53 AM

views 4

ৰাছিয়াৰ প্ৰথম উপ-প্রধানমন্ত্রী ডেনিছ মন্টুৰ’ৱ কালি মুম্বাইত উপস্থিত

ৰাছিয়াৰ প্ৰথম উপ-প্রধানমন্ত্রী ডেনিছ মন্টুৰ'ৱ ভাৰত ভ্ৰমণ কৰাৰ উদ্দেশ্যে কালি মুম্বাইত উপস্থিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডº এছ জয়শংকৰে সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ভাৰত- ৰাছিয়া সন্মিলনত আজি ৰাছিয়াৰ উপ-প্রধানমন্ত্ৰীগৰাকীৰ সৈতে আলোচনাত মিলিত হ'বলৈ তেওঁ আগ্ৰহেৰে ৰৈ থকা বুলি প্ৰকাশ ক...

November 11, 2024 11:48 AM November 11, 2024 11:48 AM

views 5

শ্ৰীস্বামীনাৰায়ণ মন্দিৰৰ ২০০ বছৰীয়া জয়ন্তী সমাৰোহত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে গুজৰাটৰ ৱাডটলত শ্ৰীস্বামীনাৰায়ণ মন্দিৰৰ ২০০ বছৰীয়া জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰিব। তেওঁ এই উপলক্ষে সমবেত লোকসকলক উদ্দেশ্যি ভাষণো দিব। উল্লেখযোগ্য যে ৱাডটলৰ শ্ৰীস্বামীনাৰায়ণ মন্দিৰে কেইবা দশক ধৰি জনসাধাৰণৰ সামাজিক তথা আধ্যাত্...

November 10, 2024 8:20 PM November 10, 2024 8:20 PM

views 4

তামিল অভিনেতা থিৰু দেলহী গণেশৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ

চলচ্চিত্ৰ জগতৰ থিৰু দেলহী গণেশৰ মৃত্যুত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাৰ জৰিয়তে শ্রীমোদীয়ে কয়, যে প্রবীন তামিল অভিনেতাগৰাকীৰ অভিনয় প্ৰতিভা আছিল অনবদ্য। প্ৰতিটো ভূমিকাতে তেওঁৰ গভীৰ অভিনয় চিৰস্মৰণীয় হৈ থাকিব বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰজন্মৰ পৰিধি...

November 10, 2024 8:09 PM November 10, 2024 8:09 PM

views 3

নৌবাহিনীৰ চাবমেৰিন আই এন এছ ৱেলা ৩ দিনীয়া কাৰ্যসূচীৰে কলম্বোত উপস্থিত

INS Vela, arrived in Colomboনৌবাহিনীৰ চাবমেৰিন আই এন এছ ৱেলা ৩ দিনীয়া কাৰ্যসূচীৰে আজি কলম্বোত উপস্থিত হয়। শ্ৰীলংকাৰ নৌবাহিনীয়ে চাবমেৰিনখন আনুষ্ঠানিকভাৱে আদৰে। এই সময়ছোৱাত শ্ৰীলংকাৰ নৌবাহিনীৰ বিষয়া তথা চাবমেৰিনখনৰ কৰ্মচাৰীসকলৰ মাজত বিভিন্ন দলীয় অনুশীলন কৰা হয়। থলুৱা কলৱৰি শ্ৰেণীৰ ডিজেল, বৈদ্যু...

November 10, 2024 8:06 PM November 10, 2024 8:06 PM

views 35

জনজাতীয় গৌৰৱ দিৱস উপলক্ষে অহা বুধবাৰে চত্তিশগড়ৰ জছপুৰত মাই ভাৰত য়ুথ ভলেনটিয়াৰ্ছৰ আয়োজন

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই জনজাতীয় গৌৰৱ দিৱস উপলক্ষে অহা বুধবাৰে চত্তিশগড়ৰ জছপুৰত মাই ভাৰত য়ুথ ভলেনটিয়াৰ্ছে আয়োজন কৰা পদযাত্ৰাত অংশগ্ৰহণ কৰিব। চত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাইৰ লগতে ৰাজ্যখনৰ আন আন মন্ত্রীসকলেও কার্যসূচীত অংশগ্রহণ কৰিব। ভগৱান বীৰছা মুণ্ডাৰ জয়ন্ত...

November 10, 2024 8:01 PM November 10, 2024 8:01 PM

views 17

কাইলৈৰ পৰা নতুন দিল্লীত ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা কার্যকৰী ক্ষমতা নিৰ্মাণ কাৰ্যসূচী আৰম্ভ

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে বিদেশ মন্ত্ৰ্যালয়ৰ সহযোগত কাইলৈৰ পৰা নতুন দিল্লীত ৬ দিনীয়া ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা কার্যকৰী ক্ষমতা নিৰ্মাণ কাৰ্যসূচী আৰম্ভ কৰিব। এই কাৰ্যসূচী অহা ১৬ নৱেম্বৰত অন্ত পৰিব। এই কাৰ্যসূচীত মালদ্বীপ, নেপাল, শ্রীলংকা আৰু থাইলেণ্ডৰ সৈতে মুঠ ৮ খন দেশৰ ৰাষ্ট্ৰীয় ...

November 10, 2024 7:53 PM November 10, 2024 7:53 PM

views 26

ঝাৰখণ্ডত বিজয় সংকল্প অভিযানত ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন

ঝাৰখণ্ডৰ বোকাৰোত চন্দনক্যাৰী বিধানসভা সমষ্টিত বিজয় সংকল্প অভিযান সম্বোধন কৰি ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে উজ্বলা যোজনাৰ পাছত ঝাৰখণ্ডে অতি সোনকালে নলযোগে সুলভ গেছ লাভ কৰিব। তেতিয়া জনসাধাৰণে গেছ চিলিণ্ডাৰৰ পিছত ঘুৰিবলগীয়া নহ'ব। গগো দিদি যোজনাৰ বিষয়ে ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।