ৰাষ্ট্ৰীয়

December 10, 2024 8:49 PM

views 19

মুকলিত মল ত্যাগ অভ্যাসৰ বিৰুদ্ধে চলোৱা অভিযানৰ অধীনত বৰ্তমানলৈকে ১,৮৬৯ কোটিৰো অধিক টকাৰ সাহায্য

স্বচ্ছ ভাৰত গ্ৰামীণ অভিযানৰ অধীনত সমগ্ৰ দেশৰ গাঁওসমূহৰ মুকলিত মল ত্যাগ অভ্যাসৰ বিৰুদ্ধে চলোৱা অভিযানৰ অধীনত চলিত বৰ্ষৰ নবেম্বৰ পৰ্য্যন্ত ১,৮৬৯ কোটিৰো অধিক টকাৰ সাহায্য কেন্দ্ৰৰ অংশীদাৰিত্ব হিচাপে মুকলি কৰি দিয়া হয়। আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গ্রামোন্নয়ন মন্ত্রালয়ে এই তথ্য সদৰী কৰে। মল ...

December 10, 2024 8:11 PM

views 30

জগদীপ ধনখড়ে সদনৰ কাম-কাজত পক্ষপাতিত্বৰ অভিযোগেৰে বিৰোধী ঐক্যমঞ্চৰ ৰাজ্যসভাৰ সচিব প্ৰধানৰ ওচৰত অনাস্থা প্ৰস্তাৱৰ জাননী দাখিল

বিৰোধী দলৰ ঐক্যমঞ্চই আজি ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে সদনৰ কাম-কাজত পক্ষপাতিত্ব কৰাৰ অভিযোগ তুলি ৰাজ্যসভাৰ সচিব প্ৰধানৰ ওচৰত অনাস্থা প্ৰস্তাৱৰ জাননী দাখিল কৰে । সামাজিক মাধ্যমৰ এটা পোষ্টত কংগ্ৰেছ সাংসদ জয়ৰাম ৰমেশে এই কথা প্ৰকাশ কৰি কয়, যে ৰাজ্যসভাৰ সভাপতিৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অনাস্থা প্ৰস্তাৱ...

December 10, 2024 8:03 PM

views 31

শাসকীয় আৰু বিৰোধী পক্ষৰ হুলস্থূলীয়া পৰিৱেশৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্য্য ক্রমণিকা দিনটোৰ বাবে স্থগিত

শাসকীয় আৰু বিৰোধী পক্ষই উত্থাপন কৰা অভিযোগ-প্ৰতি অভিযোগক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশৰ বাবে আজি একেৰাহে দ্বিতীয় সপ্তাহৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্য্য ক্রমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। কাৰ্য্যক্ৰমণিকা প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত লোকসভা দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ ...

December 9, 2024 9:13 PM

views 22

ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছৰ হাইজাম্পত অসমৰ জুবিন গোঁহাইৰ সোণৰ পদক

ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত চলি থকা ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্রতিযোগিতাৰ হাইজাম্প ইভেণ্টত ল'ৰাৰ ১৬ বছৰ অনূৰ্ধ্ব শাখাত অসমৰ জুবিন গোঁহায়ে সোণৰ পদক লাভ কৰিছে। আনহাতে, অসমৰ বৰ্ণিল শৰ্মাই প্ৰতিযোগিতাৰ ১৬ বছৰ অনূৰ্ধ্ব শাখাত ৮০ মিটাৰ হাৰ্ডলছ ইভেণ্টত ১০.৩৯ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি ৰূপৰ পদক অৰ্জন কৰে।

December 9, 2024 9:11 PM

views 14

দেশ আত্মনিৰ্ভৰশীল হোৱাৰ দিশত ইতিমধ্যে অগ্ৰসৰ হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে, যে দেশ আত্মনিৰ্ভৰশীল হোৱাৰ দিশত ইতিমধ্যে অগ্ৰসৰ হৈছে। আত্মনিৰ্ভৰ ভাৰত অভিযান আৰু ইয়াৰ প্ৰভাৱক বিশ্ব পৰ্যায়ৰ বুলি মন্তব্য কৰি শ্ৰীমোদীয়ে চৰকাৰে এই সন্দৰ্ভত সামগ্ৰিক প্ৰচেষ্টাৰে আগবাঢ়িছে বুলিও লগতে কয়। আজি উদ্বোধন কৰে। আজি ৰাজস্থানৰ জয়পুৰৰ প্ৰদৰ্শনী আৰু অভিৱৰ্...

December 9, 2024 9:09 PM

views 15

হাৰিয়ানাত মহিলাৰ মাজত বিত্তীয় সাক্ষৰতা, বীমাৰ সজাগতাৰ প্ৰচাৰ-প্ৰসাৰৰ উদ্দেশ্যে বীমা সখী আঁচনি মুকলি প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ পানীপটত মহিলাসকলৰ মাজত বিত্তীয় সাক্ষৰতা আৰু বীমা সম্বন্ধীয় সজাগতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে বীমা সখী আঁচনি মুকলি কৰে। ভাৰতীয় জীৱন বীমা নিগমৰ উদ্যোগত আৰম্ভ কৰা এই আঁচনিখনে দশম শ্রেণী উত্তীর্ণ ১৮ৰ পৰা ৭০ বছৰ বয়সৰ মহিলাসকলক বিশেষ প্রশিক্ষণ প্ৰদান আৰ...

December 9, 2024 9:08 PM

views 17

মানৱাধিকাৰ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে কাইলৈ নতুন দিল্লীত আয়োজন কৰা অনুষ্ঠানক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সম্বোধন কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে কাইলৈ মানৱাধিকাৰ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে নতুন দিল্লীত আয়োজন কৰা অনুষ্ঠানক সম্বোধন কৰিব। প্ৰতি বছৰে ১০ ডিচেম্বৰত উদযাপন কৰা মানৱাধিকাৰ দিৱসৰ এই বছৰৰ বিষয়বস্তু হৈছে আমাৰ অধিকাৰ, আমাৰ ভৱিষ্যৎ, এতিয়াই। এই বিষয়বস্তুৱে মানৱাধিকাৰ যে কেৱল এটা আকাংক্ষা...

December 9, 2024 9:07 PM

views 10

সংসদৰ উভয় সদনৰ কাম-কাজ বিভিন্ন বিষয়ক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিত দিনটোৰ বাবে স্থগিত

সংসদৰ উভয় সদনৰ কাম-কাজ আজি বিভিন্ন বিষয়ক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে দেশৰ এটা আগশাৰীৰ ব্যৱসায়ী গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ গোচৰ আৰু কংগ্ৰেছ নেতাসকলৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থাৰ সৈতে সম্পৰ্ক থকা বুলি উঠা অভিযোগক কেন্দ্ৰ কৰ...

December 9, 2024 9:06 PM

views 16

ছিৰিয়াৰ জনসাধাৰণে দেশখনৰ ভৱিষ্যৎ নির্ধাৰণ কৰিবঃ ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ’ গুটৰেছ

ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ' গুটৰেছে ছিৰিয়াৰ জনসাধাৰণে দেশখনৰ ভৱিষ্যৎ নির্ধাৰণ কৰিব বুলি মন্তব্য কৰিছে। এটা বিবৃতিত গুটৰেছে কয়, যে ছিৰিয়াৰ পৰিৱৰ্তিত পৰিস্থিতিত দেশখনৰ ৰাজনৈতিক পট পৰিৱৰ্তন সুচাৰু হোৱা উচিত। তেওঁ দেশখনৰ অস্থিৰ পৰিস্থিতি সোনকালেই স্বাভাৱিক হ'ব বুলি আশা প্ৰকাশ কৰে। ছিৰিয়াৰ ৰাজধা...

December 9, 2024 9:04 PM

views 36

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্নৰ হিচাপে সঞ্জয় মালহোত্রাক নিযুক্তি

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্নৰ হিচাপে সঞ্জয় মালহোত্রাক নিযুক্তি দিয়া হৈছে। তেওঁ বৰ্তমানৰ গৱৰ্নৰ শক্তিকান্ত দাসৰ স্থলাভিষিক্ত হ'ব। মালহোত্ৰাই সম্প্ৰতি কেন্দ্ৰীয় ৰাজহ দপ্তৰৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁক ৩ বছৰ কাৰ্যকালৰ বাবে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্রীয় ম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।