ৰাষ্ট্ৰীয়

December 7, 2024 8:37 PM

views 18

সশস্ত্র বাহিনীৰ পতাকা দিৱস হৈছে জাতিৰ সাহসী জোৱানসকলৰ শৌৰ্য্য, দৃঢ়তা আৰু ত্যাগৰ প্ৰতীকঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে সশস্ত্র বাহিনীৰ পতাকা দিৱস হৈছে জাতিৰ সাহসী জোৱানসকলৰ শৌৰ্য্য, দৃঢ়তা আৰু ত্যাগৰ প্ৰতীক। সশস্ত্র বাহিনীৰ পতাকা দিৱস উপলক্ষে দিয়া বাৰ্তাত শ্রী মোদীয়ে কয়, যে তেওঁলোকৰ সাহস আৰু ত্যাগে সকলোকে উৎসাহিত কৰাৰ লগতে বিনম্ৰ কৰি তোলে। শ্ৰী মোদীয়ে জনসাধাৰণক সশস্ত্র বাহিন...

December 7, 2024 8:33 PM

views 24

উত্তৰ ওড়িশাৰ ময়ূৰভঞ্জ আৰু কেন্দুঝাৰ জিলাক সংযোজিত কৰিবলগীয়া ৬,২৯৪ কোটি টকা ব্যায় সাপেক্ষ ৩টা ৰে’লৱে প্ৰকল্পৰ আধাৰশিলা ৰাষ্ট্ৰপতি মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি উত্তৰ ওড়িশাৰ ময়ূৰভঞ্জ আৰু কেন্দুঝাৰ জিলাক সংযোজিত কৰিবলগীয়া ৬,২৯৪ কোটি টকা ব্যায় সাপেক্ষ ৩টা ৰে'লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে গৃহ জিলা ময়ূৰভঞ্জত জনজাতি গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ, ৫২ কোটি ৪০ লাখ টকা ব্যয় সাপেক্ষ ১০০ খন বিচনাযুক্ত চিকিৎসালয়...

December 7, 2024 8:29 PM

views 35

কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ সম্ভাৱনাসমূহ বিকশাই তুলি অঞ্চলটোৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে প্রচেষ্টা চলাই আছেঃ জ্যোতিৰাদিত্য সিন্ধিয়া

কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ সম্ভাৱনাসমূহ বিকশাই তুলি অঞ্চলটোৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে প্রচেষ্টা চলাই আছে বুলি আজি উত্তৰ পূৱ উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ আজিৰ কাৰ্যসূচীত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প...

December 7, 2024 8:25 PM

views 29

যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে গ্ৰহণ কৰা ১০০ দিনীয়া বিশেষ অভিযান অধিক শক্তিশালী হৈ উঠিছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ অধীনত ১০০ দিনীয়া বিশেষ অভিযান মুকলিৰ জৰিয়তে এই অভিযান অধিক শক্তিশালী হৈ উঠিছে বুলি মত প্ৰকাশ কৰিছে। এই অভিযানৰ মূল লক্ষ্য হৈছে যক্ষ্মা অধ্যুসিত জিলাসমূহত এই ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা। এটা সামাজিক...

December 7, 2024 8:07 PM

views 11

সশস্ত্র বাহিনীৰ পতাকা দিৱস উপলক্ষে সেনা বাহিনীৰ লোকসকলৰ ত্যাগ, সাহস আৰু দৃঢ়তাক প্ৰধানমন্ত্ৰী মোদীৰ অভিবাদন

সশস্ত্র বাহিনীৰ পতাকা দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেনা বাহিনীৰ লোকসকলৰ ত্যাগ, সাহস আৰু দৃঢ়তাক অভিবাদন জনায়। তেওঁ কয়, যে সেনা জোৱানসকলৰ সাহস আৰু ত্যাগে দেশৰ প্ৰতিগৰাকী নাগৰিকক স্বদেশৰ প্ৰতি দায়িত্বশীল হবলৈ শিকোৱাৰ লগতে প্ৰেৰণা যোগায়। এই দিৱস উপলক্ষে তেওঁ সশস্ত্র বাহিনীৰ পতাকা...

December 7, 2024 7:38 PM

views 25

অষ্টলক্ষ্মী মহোৎসৱত ৩৪ বিধ ভৌগলিক সূচ্যাংক অর্থাৎ‍ জি আই টেগ থকা সামগ্ৰী প্ৰদৰ্শন

কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ সম্ভাৱনাসমূহ বিকশাই তুলি অঞ্চলটোৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে প্ৰচেষ্টা চলাই আছে বুলি আজি উত্তৰ পূৱ উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ আজিৰ কাৰ্যসূচীত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প...

December 7, 2024 7:34 PM

views 28

দেশজুৰি যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ১০০ দিনীয়া কাৰ্যসূচী গ্ৰহণ

২০২৫ৰ ভিতৰত ভাৰতবৰ্ষক যক্ষ্মা মুক্ত কৰাৰ উদ্দেশ্যে দেশজুৰি কেন্দ্ৰীয় চৰকাৰে যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে এশদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছে। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধিক যক্ষ্মা আক্রান্ত ৰোগী থকা জিলাসমূহক কেন্দ্ৰ কৰি ৰোগটো নিৰ্মূল কৰিবলৈ হাতত লোৱা কাৰ্যসূচীত জনসাধাৰণৰ সক্ৰিয় সহযোগ আশা...

December 7, 2024 12:45 PM

views 7

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত আমূল পৰিৱৰ্তন ঘটিছেঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত আমূল পৰিৱৰ্তন ঘটিছে আৰু অঞ্চলটো নতুন শক্তি সম্ভাৱনাৰে উজলি উঠিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি এখন সংবাদমেল সম্বোধন কৰি এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ২০১৪ চনৰ পৰা অঞ্চলটোৰ বাবে বাজেট ব্যয়...

December 7, 2024 12:42 PM

views 12

দেশত ৮৫খন নতুন কেন্দ্ৰীয় বিদ্যালয় আৰু ২৮খন নতুন নৱোদয় বিদ্যালয় স্থাপনৰ সিদ্ধান্ত কেন্দ্রীয় মন্ত্রীসভাৰ

কেন্দ্রীয় মন্ত্রীসভাই ৮৫ খন নতুন কেন্দ্ৰীয় বিদ্যালয় আৰু ২৮ খন নতুন নৱোদয় বিদ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত অসমৰ জাগীৰোডত এখন কেন্দ্ৰীয় বিদ্যালয় আৰু শোণিতপুৰ, চৰাইদেউ আৰু দক্ষিণ শালমাৰা মানকাচৰ, পশ্চিম কাৰ্বি আংলং আৰু মাজুলীত নতুনকৈ নৱোদয় বিদ্যালয় স্থাপন কৰা হ'ব। কেন্দ্...

December 7, 2024 12:34 PM

views 10

প্রধানমন্ত্ৰীয়ে আজি সন্ধিয়া বোছাসন্ন্যাসী অক্ষৰ পুৰুষোত্তম স্বামী নাৰায়ণ সংস্থাৰ সোণালী জয়ন্তী সমাৰোহক সম্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভার্চুৱেল ব্যৱস্থাৰে আজি সন্ধিয়া বোছাসন্ন্যাসী অক্ষৰ পুৰুষোত্তম স্বামী নাৰায়ণ সংস্থা (BAPS)ৰ সোণালী জয়ন্তী সমাৰোহক সম্বোধন কৰিব। আমাৰ সংবাদদাতাই জনোৱা মতে, এই সংস্থাৰ স্বেচ্ছাসেৱকসকলে আগবঢ়াই অহা সেৱাৰ প্ৰতি সন্মান জনাই মহন্ত স্বামী মহাৰাজে যোৱা ২৮ জানুৱাৰীত এই বছৰজ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।