ৰাষ্ট্ৰীয়

December 9, 2024 9:03 PM

views 11

ঝাৰখণ্ড বিধানসভাৰ নৱ-নির্বাচিত বিধায়কসকলৰ শপতগ্রহণ

ঝাৰখণ্ড বিধানসভাৰ নৱ-নির্বাচিত বিধায়কসকলে আজি বিধানসভাত আনুষ্ঠানিকভাৱে শপত গ্রহণ কৰে। আজি ৰাঁচীৰ বিধানসভা ভৱনত আয়োজিত এটা অনুষ্ঠানত অস্থায়ী অধ্যক্ষ ষ্টিফেন মাৰাণ্ডিয়ে বিধায়কসকলক শপত বাক্য পাঠ কৰায়। প্ৰথমে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে শপত গ্ৰহণ কৰে। ইয়াৰ পাছতে শাসকীয় দলৰ ৮০গৰাকী বিধায়...

December 9, 2024 2:32 PM

views 35

ছিৰিয়াৰ একতা, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা বৰ্তাই ৰখাৰ বাবে আটাইবোৰ দলে কাম কৰাটো জৰুৰী বুলি মন্তব্য ভাৰতৰ

ভাৰতে ছিৰিয়াৰ একতা, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা বৰ্তাই ৰখাৰ বাবে আটাইবোৰ দলে কাম কৰাটো জৰুৰী বুলি মন্তব্য কৰিছে। বিদেশ মন্ত্ৰ্যালয়ে এটা বিবৃতে যোগে আজি কয়, যে মন্ত্ৰ্যালয়ে ছিৰিয়াৰ শেহতীয়া পৰিস্থিতি আৰু ঘটনাক্ৰম নিৰীক্ষণ কৰি আছে। নতুন দিল্লী মহলে ছিৰিয়াৰ সমাজৰ সকলো শ্ৰেণীৰ আশা-আকাংক্ষাক সন...

December 9, 2024 2:22 PM

views 35

ভাৰত-বাংলাদেশ বৈদেশিক কাৰ্যালয়ৰ আলোচনাত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিবলৈ ঢাকাত উপস্থিত বিদেশ সচিব বিক্রম মিশ্ৰী

ভাৰত-বাংলাদেশ বৈদেশিক কাৰ্যালয়ৰ পৰৱৰ্তী পৰ্যায়ৰ আলোচনাত ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিবলৈ ভাৰতৰ বিদেশ সচিব বিক্রম মিশ্ৰী ঢাকাত উপস্থিত হৈছে৷ আজি পুৱা প্ৰায় ৮:৩০ বজাত ভাৰতীয় বায়ুসেনাৰ এখন বিমানেৰে তেওঁ ঢাকাত উপস্থিত হয়। চলিত বৰ্ষৰ ৫ আগষ্টত বাংলাদেশত ৰাজনৈতিক পৰিৱৰ্তনৰ পাছত ভাৰত আৰু বাংলাদেশ...

December 9, 2024 2:18 PM

views 24

লোকসভাৰ কাৰ্যক্ৰমণিকা প্ৰথমবাৰৰ বাবে স্থগিতৰ পাছত দুপৰীয়া ১২ বজাত পুনৰ মিলিত হোৱাৰ সময়ত হুলস্থূলীয়া পৰিস্থিতি অব্যাহত

এটা আগশাৰীৰ ব্যৱসায়ী গোটৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ গোচৰ আৰু কংগ্ৰেছ নেতাসকলৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থাৰ সৈতে সম্পর্ক থকা বুলি উঠা অভিযোগকে ধৰি বিভিন্ন বিষয়লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজি বাৰে বাৰে স্থগিত ৰাখিবলগীয়া হয়। কাৰ্যক্ৰমণিকা প্ৰথমবাৰৰ ...

December 9, 2024 2:42 PM

views 19

জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীর্ষ সন্মিলন ২০২৪ উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীর্ষ সন্মিলন ২০২৪ উদ্বোধন কৰে। জয়পুৰ প্ৰদৰ্শনী আৰু অভিৱৰ্তন কেন্দ্ৰত আয়োজন কৰা এই তিনিদিনীয়া সন্মিলন সম্বোধন কৰি শ্ৰী মোদীয়ে কয়, যে বৰ্তমান দেশৰ প্ৰতিটো খণ্ডত সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰৰ মন্ত্ৰ অনুসৰণ কৰাৰ ফলত উল্লেখ...

December 9, 2024 1:49 PM

views 29

ভাৰত আৰু নৰৱেৰ মাজত ষ্টার্টআপ সেঁতু মুকলি কৰাৰ বাবে প্ৰস্তাৱ কেন্দ্ৰীয় মন্ত্রী পীয়ুষ গোৱেলৰ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে ভাৰত আৰু নৰৱেৰ মাজত ষ্টার্টআপ সেঁতু মুকলি কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে। দুয়োখন দেশে ব্যৱসায়িক সম্পর্ক শক্তিশালী কৰাৰ বিভিন্ন উপায় সন্দৰ্ভত আলোচনা অব্যাহত ৰখাৰ পৰিপ্ৰেক্ষতিত তেওঁ এই প্ৰস্তাৱ আগবঢ়ায়। শ্রীগোৱেলে উভয় দেশৰ মাজত দ্বিপাক্ষিক ব্যৱসায...

December 9, 2024 1:05 PM

views 15

আজি প্রধানমন্ত্ৰী মোদীয়ে জয়পুৰ প্ৰদৰ্শনী আৰু কনভেন্সন কেন্দ্ৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীৰ্ষ সন্মিলন ২০২৪ উদ্বোধন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থান আৰু হাৰিয়ানাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। শ্রী মোদীয়ে জয়পুৰ প্ৰদৰ্শনী আৰু কনভেন্সন কেন্দ্ৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ শীৰ্ষ সন্মিলন ২০২৪ উদ্বোধন কৰিব। তেওঁ লগতে এই সন্মিলনতে আয়োজন কৰা ৰাজস্থান বিশ্ব বাণিজ্য মেলাও উদ্বোধন কৰিব। সন্মিলনত ৫ হা...

December 9, 2024 1:02 PM

views 31

বিৰোধীৰ প্ৰতিবাদ আৰু হুলস্থূলীয়া পৰিৱেশৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ১২ বজালৈ স্থগিত

এটা বিশেষ ব্যৱসায়িক প্রতিষ্ঠানে উৎকোচ লোৱাৰ অভিযোগকে ধৰি অন্যান্য বিষয়ত বিৰোধী দলে প্ৰতিবাদ সাব্যস্ত কৰি হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰাৰ বাবে আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ১২ বজালৈ স্থগিত ৰখা হয় ৷ পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে, আৰ জে ডি আৰু বাওঁ দলকে ধৰি বিৰোধী সাংসদসকলে হুল...

December 8, 2024 8:29 PM

views 34

আন্তঃগাঁথনিত বিনিয়োগ, ডিজিটেল অন্তর্ভুক্তি তথা উন্নীত যোগাযোগ ব্যৱস্থাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত হোৱা উল্লেখনীয় প্ৰগতিৰ প্ৰশংসা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃগাঁথনিত বিনিয়োগ, ডিজিটেল অন্তর্ভুক্তি তথা উন্নীত যোগাযোগ ব্যৱস্থাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত হোৱা উল্লেখনীয় প্ৰগতিৰ প্ৰশংসা কৰে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ এক্সত কেন্দ্ৰীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্দিয়াই লিখা বিকশিত ভাৰত দৃষ্টিভংগীৰ জৰিয়তে কৰ্ণধাৰ হিচাপে উত্...

December 8, 2024 8:10 PM

views 17

কেন্দ্রীয় দুর্যোগ ব্যৱস্থাপনা বিভাগৰ এটা দলে পুডুচেৰীত ঘূর্ণীবতাহ ফেংগালৰ ক্ষয়-ক্ষতিৰ বুজ লয়

কেন্দ্রীয় দুর্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব ৰাজেশ গুপ্তাৰ নেতৃত্বত এটা কেন্দ্রীয় দলে আজি পুডুচেৰীত ঘূর্ণীবতাহ ফেংগালৰ ক্ষয়-ক্ষতিৰ বুজ লয়। দলটোৱে ঘূৰ্ণীবতাহৰ ফলত পানীত বুৰ যোৱা তথা ধাৰাসাৰ বৰষুণে ক্ষতিগ্ৰস্ত কৰা মুলুদয় বিদুৎ যোগান কেন্দ্ৰ পৰিদৰ্শন কৰে। পুডুচেৰী চৰকাৰৰ বিষয়াবৰ্গৰ সৈতে দলটো...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।