December 15, 2024 9:00 PM
70
মধ্য প্ৰদেশৰ গোৱালিয়ৰত উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ ভূ-বিজ্ঞান সংগ্ৰহালয় উদ্বোধন
মধ্য প্ৰদেশৰ গোৱালিয়ৰত আজি উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে এটা ভূ-বিজ্ঞান সংগ্ৰহালয় উদ্বোধন কৰে। এই অত্যাধুনিক সংগ্রহালয়টো ভূ-বিজ্ঞান শিক্ষা আৰু জনসংযোগৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। এনে ধৰণৰ সংগ্রহালয়ে ভাৰতীয় ভূতাত্বিক জৰীপৰ অনন্য পদক্ষেপক প্রতিনিধিত্ব কৰি ভূ-বিজ্ঞানৰ আপৰুগীয়া সমলসমূহ প্ৰদৰ্শনৰ লগত...