ৰাষ্ট্ৰীয়

December 16, 2024 7:37 PM

views 21

ভাৰত ভ্ৰমণৰত নেপালৰ সেনাবাহিনীৰ মুৰব্বী জেনেৰেল কাঠমাণ্ডুলৈ ৰাওনা

নেপালৰ সেনাবাহিনীৰ মুৰব্বী জেনেৰেল অশোক ৰাজ ছিগডেল ভাৰত ভ্ৰমণৰ আনুষ্ঠানিক সামৰণি মাৰি কাঠমাণ্ডুলৈ উভতি গৈছে। যোৱা বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে জেনেৰেল ছিগডেলক ভাৰতীয় সেনাৰ সন্মানীয় জেনেৰেলৰ পদবী প্ৰদান কৰে৷ ভাৰত ভ্ৰমণৰ সময়ত চিগডেলে ডেৰাডুনৰ ভাৰতীয় সামৰিক একাডেমীত অফিচাৰ কেডেট...

December 16, 2024 7:20 PM

views 27

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দান কৰা কাগজ পত্ৰসমূহ কংগ্ৰেছে নিয়াক লৈ বিজেপিৰ কঠোৰ সমালোচনা

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দান কৰা কাগজ পত্ৰসমূহ কংগ্ৰেছ দলৰ প্ৰাক্তন সভানেত্রী ছোনিয়া গান্ধীয়ে ২০০৮ চনত প্রধানমন্ত্রী সংগ্ৰহালয় আৰু পুথিভঁৰালৰ পৰা লৈ যোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিৰ পিছতে আজি বিজেপিয়ে কংগ্ৰেছ দলক কঠোৰভাৱে সমালোচনা কৰে। প্ৰধানমন্ত্রী সংগ্ৰাহালয় আৰু পু...

December 16, 2024 12:43 PM

views 16

নেপালৰ প্ৰথিতযশা সমাজকর্মী, পদ্মশ্রী অনুৰাধা কৈৰালালৈ ‘বডোফা উপেন্দ্রনাথ ব্রহ্ম মানৱতাৰ সৈনিক বঁটা’

বডোফা উপেন্দ্রনাথ ব্রহ্ম মানৱতাৰ সৈনিক বঁটা ২০২৪ নেপালৰ প্ৰথিতযশা সমাজকর্মী তথা পদ্মশ্রী বঁটাপ্ৰাপক অনুৰাধা কৈৰালালৈ আগবঢ়োৱা হৈছে। উপেন্দ্ৰনাথ ব্ৰহ্ম ন্যাসৰ মুখপাত্র বিষ্ণুপ্রসাদ ব্ৰহ্মই কালি এটা বিবৃতি যোগে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কৈৰালাই মহিলা আৰু শিশুসকলৰ বিকাশৰ সৈতে দীৰ্ঘদিন ধৰি ব্ৰতী...

December 16, 2024 12:42 PM

views 10

প্ৰসিদ্ধ তবলাবাদক জাকিৰ হুছেইনৰ দেহাৱসান

প্ৰসিদ্ধ তবলাবাদক জাকিৰ হুছেইনৰ কালি দেহাৱসান ঘটে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছানফ্রান্সিস্কো চহৰৰ এখন চিকিৎসালয়ত ৰক্তচাপজনিত অসুখত শিল্পীগৰাকী চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ। ছটা দশক ধৰি সংগীতৰ সৈতে জড়িত হৈ থকা হুছেইনে চলিত বৰ্ষৰ প্ৰথমভাগত গ্ৰেমীত তিনিটা বঁটাসহ মুঠ ৫টা গ্ৰেমী...

December 16, 2024 12:37 PM

views 8

আকাশবাণীত অহা ২৯ ডিচেম্বৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ডিচেম্বৰত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১৭ সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ ১৮০০ ১১ ৭৮০০ টোল ফ্রী নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে। নমো এপ...

December 16, 2024 12:32 PM

views 17

ক্ষুদ্ৰ চহৰৰ উদ্যোগীসকলৰ সুবিধাৰ বাবে উপযোগী স্থান চিনাক্ত কৰিবলৈ ৰাজ্য চৰকাৰসমূহক প্রধানমন্ত্ৰীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষুদ্ৰ চহৰৰ উদ্যোগীসকলৰ সুবিধাৰ বাবে উপযোগী স্থান চিনাক্ত কৰিবলৈ ৰাজ্য চৰকাৰসমূহক আহ্বান জনাইছে। দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি শ্ৰীমোদীয়ে ৰাজ্যসমূহক সংশ্লিষ্ট ক্ষেত্ৰত থকা নীতিসমূহ সৰলীকৃত কৰিবলৈ আহ্বান জনায় কয়, যে সৰলীকৰণৰ অভাৱ...

December 16, 2024 12:31 PM

views 24

ভাৰতীয় মূলধনী বজাৰত চলিত মাহৰ প্ৰথম দুসপ্তাহত বিদেশী বিনিয়োগকাৰীৰ প্ৰায় ২৮ হাজাৰ কোটি টকা বিনিয়োগ

বিদেশী বিনিয়োগকাৰীয়ে চলিত মাহৰ প্ৰথম দুসপ্তাহত ভাৰতীয় মূলধনী বজাৰত প্ৰায় ২৮ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে। তথ্য অনুসৰি বিদেশী প্রতিষ্ঠানগত বিনিয়োগকাৰীয়ে ভাৰতৰ ইকুইটি বজাৰত ২২ হাজাৰ ৭৬৬ কোটি টকা আৰু ঋণৰ বজাৰত ৪ হাজাৰ ৮১৪ কোটি টকা বিনিয়োগ কৰিছে। বিদেশী বিনিয়োগকাৰীসকলে যোৱা মাহত ২১ হাজাৰ ৬১২ কো...

December 16, 2024 12:30 PM

views 12

মহাৰাষ্ট্ৰত মহায়ুটী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, কেইবাগৰাকী মন্ত্ৰীৰ শপতগ্ৰহণ

মহাৰাষ্ট্ৰত শাসনাধিস্থিত মহায়ুটী মন্ত্ৰীসভাৰ কালি সম্প্ৰসাৰণ কৰা হয়। মন্ত্ৰীসভাৰ কেইবাগৰাকী সদস্যই কালি শপতগ্ৰহণ কৰে। বিজেপিৰ ১৬ গৰাকী, শিৱসেনাৰ ৯ গৰাকী আৰু এন চি পিৰ ৮ গৰাকী সদস্যই কেবিনেট মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। উল্লেখযোগ্য নেতাসকলৰ ভিতৰত মহাৰাষ্ট্ৰ বিজেপিৰ মুৰব্বী চন্দ্ৰশেখৰ বাৱনকুলে কেবিন...

December 15, 2024 9:08 PM

views 32

মহাৰাষ্ট্ৰত শাসনাধিস্থিত মহাযুটী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

মহাৰাষ্ট্ৰত আজি শাসনাধিস্থিত মহাযুটী মন্ত্ৰীসভাৰ বহু প্ৰতিক্ষিত সম্প্ৰসাৰণ সম্পন্ন হৈছে। মন্ত্ৰীসভাৰ কেইবাগৰাকী সদস্যই আজি নাগপুৰৰ ৰাজভৱনত শপত গ্ৰহণ কৰে। ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে তেওঁলোকক শপত বাক্য পাঠ কৰোৱায়। বিজেপিৰ ১৬ গৰাকী, শিৱসেনাৰ ১০ গৰাকী, আৰু এন চি পিৰ ৮ গৰাকী সদস্যই কেবিনেট মন্ত্ৰী হিচাপ...

December 15, 2024 9:06 PM

views 81

মাওবাদীসকলক অস্ত্ৰ ত্যাগ কৰি সমাজৰ মূলসুঁতিলৈ উভতি আহিবলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ আহ্বান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি মাওবাদীসকলক অস্ত্ৰ ত্যাগ কৰি সমাজৰ মূলসুঁতিলৈ উভতি আহিবলৈ আহ্বান জনায়। ৰায়পুৰত ছত্তীশগড় আৰক্ষীক সন্মানীয় প্ৰেছিডেণ্টছ কালাৰ প্ৰদান অনুষ্ঠানত দিয়া ভাষণত শ্ৰী শ্বাহে কয় যে ২০২৬ চনৰ ৩১ মাৰ্চৰ আগেয়ে ছত্তীশগড়ক নক্সালমুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে স্থিৰ কৰা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।