December 17, 2024 6:21 PM
20
এখন ৰাষ্ট্ৰ, এটা নির্বাচন বিষয়ক বিধেয়ক উত্থাপনৰ বিৰোধিতা বিৰোধী দলসমূহৰ
সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰিছে। লোকসভাত আজি এখন ৰাষ্ট্ৰ, এটা নির্বাচন বিধেয়কখন উত্থাপনৰ পূৰ্বে আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী ৰিজিজুৱে কয়, যে এই ব্যৱস্থা কোনো দল বা ব্যক্তি বিশেষ বাবে নহয, বৰং ...