ৰাষ্ট্ৰীয়

December 15, 2024 11:29 AM

views 19

সংবিধানক দেশৰ একতাৰ মূল স্তম্ভ বুলি অভিহিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানক দেশৰ একতাৰ মূল স্তম্ভ বুলি অভিহিত কৰিছে। বৈচিত্ৰ্যৰ মাজত একতাক দেশৰ অনন্য বৈশিষ্ট আখ্যা দি প্রধানমন্ত্রীয়ে কয়, যে তেওঁৰ চৰকাৰে দেশৰ একতা শক্তিশালী কৰি তোলাৰ বাবে ভালেমান নীতি আৰু সিদ্ধান্ত গ্ৰহণ কৰিছে। মৌলিক কৰ্তব্যসমূহ পালন কৰিহে উন্নত ভাৰতৰ দৃষ্টিভংগী বাস্...

December 15, 2024 11:26 AM

views 13

এখন ৰাষ্ট্ৰ, এখন ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ড, এখন ৰাষ্ট্ৰ, এটা গ্ৰীড আৰু সৰ্বাত্মক আন্তঃগাঁথনি উন্নয়ন প্রক্রিয়াই দেশৰ জনসাধাৰণক যথেষ্ট সহায় কৰিছে বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, এখন ৰাষ্ট্ৰ, এখন ৰেচন কাৰ্ড, আয়ুষ্মান কাৰ্ড, এখন ৰাষ্ট্ৰ, এটা গ্ৰীড আৰু সৰ্বাত্মক আন্তঃগাঁথনি উন্নয়ন প্রক্রিয়াই দেশৰ জনসাধাৰণক যথেষ্ট সহায় কৰিছে। দেশৰ দ্ৰুত অর্থনৈতিক সম্প্ৰসাৰণ সন্দৰ্ভত শ্ৰী মোদীয়ে কয়, যে ভাৰত নিজকে উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ বদ্ধ...

December 15, 2024 11:23 AM

views 26

লোকসভাত সোমবাৰে উত্থাপিত হ’ব এখন দেশ, এটা নির্বাচন সন্দৰ্ভত দুখন বিধেয়ক

লোকসভাত কাইলৈ এখন দেশ, এটা নির্বাচন সন্দৰ্ভত দুখন বিধেয়ক উত্থাপন কৰা হ'ব। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে ১২৯ সংখ্যক সংবিধান সংশোধনী বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক নিম্ন সদনত উত্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত কেন্দ্ৰীয...

December 14, 2024 9:11 PM

views 15

লোকসভাত সংবিধানৰ ৭৫ বছৰজোৰা গৌৰৱময় যাত্রা সম্পর্কে বিশেষ আলোচনা

লোকসভাত সংবিধানৰ ৭৫ বছৰজোৰা গৌৰৱময় যাত্রা সম্পর্কে অনুষ্ঠিত বিশেষ আলোচনাত অংশ লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই ৭৫ বছৰীয়া যাত্ৰা অতুলনীয় বুলি মন্তব্য কৰে। তেওঁ সংবিধানৰ প্ৰণেতাসকলৰ লগতে সুদীৰ্ঘ সময়জুৰি সংবিধানৰ প্ৰতিটো নীতি-আদৰ্শ শ্ৰদ্ধাৰে অনুসৰণ কৰি অহা দেশৰ জনসাধাৰণক শ্রদ্ধা জ্ঞাপন কৰে।...

December 14, 2024 9:08 PM

views 20

ভাৰতৰ মহাকাশ অৰ্থব্যৱস্থাৰ পৰিধি পৰৱৰ্তী ১০ বছৰত তিনিগুণ বৃদ্ধি পাবঃ ড০ জিতেন্দ্র সিং

ভাৰতৰ মহাকাশ অৰ্থব্যৱস্থাৰ পৰিধি পৰৱৰ্তী ১০ বছৰত তিনিগুণ বৃদ্ধি পাব। নতুন দিল্লীত আজি ব্যক্তিগত সংবাদ গোষ্ঠীয়ে আয়োজন কৰা ভাৰতীয় অর্থনীতি সন্মিলন সম্বোধন কৰি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্র সিঙে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰত ইয়াক মহাকাশ খণ্ডক গোলকীয় মানৰ পৰ্যায়লৈ লৈ যোৱাৰ দিশে...

December 14, 2024 9:07 PM

views 13

পথ সুৰক্ষা বৃদ্ধি আৰু নিৰীক্ষণ ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে ‘ৰাজমাৰ্গ সাথী’ বাহনৰ পৰিকল্পনা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথ সুৰক্ষা বৃদ্ধি আৰু নিৰীক্ষণ ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে ৰাজমাৰ্গ সাথী নামৰ বাহন নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। যোগাযোগ আৰু সুৰক্ষা আহিলাৰে সু-সজ্জিত এই বাহনসমূহে চলাচলৰ সময়ত হোৱা বিঘিনি কম কৰা আৰু পথ সুৰক্ষা উন্নত কৰাত সহায় কৰিব। এই বাহনসমূহত কৃত্রিম বুদ্ধিমত্তা চাল...

December 14, 2024 9:05 PM

views 6

আমানতবিহীন কৃষি ঋণৰ সীমা ২ লাখ টকালৈ বৃদ্ধিৰ কথা ঘোষণা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ

ভাৰতীয় ৰিজাৰ্ভ বেংকে আমানতবিহীন কৃষি ঋণৰ সীমা এক লাখ ৬০ হাজাৰ টকাৰ পৰা দুই লাখ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। অহা বছৰৰ ১ জানুৱাৰীৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ'ব। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে আজি এখন বিবৃতি যোগে কয়, যে এই সিদ্ধান্তই কৃষকসকলৰ ওপৰত মুদ্রাস্ফীতি আৰু কৃষি সামগ্ৰীৰ বৰ্ধিত ব্যায়ৰ প...

December 14, 2024 9:03 PM

views 8

নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্রিপাঠী চাৰিদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেছিয়াত উপস্থিত

নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্রিপাঠী চাৰিদিনীয়া ভ্রমণসূচীৰে ইণ্ডোনেছিয়াত উপস্থিত হৈছে। এই ভ্ৰমণৰ সময়ত তেওঁ ইণ্ডোনেছিয়া চৰকাৰৰ শীৰ্ষ বিষয়া আৰু প্ৰতিৰক্ষা বিষয়াসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। নৌসেনাৰ মুৰব্বীগৰাকীয়ে ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী, অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল শ...

December 14, 2024 9:02 PM

views 11

ব্ৰীছবেনত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্টৰ প্ৰথম দিনৰ খেল বৰষুণৰ বাবে স্থগিত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব্ৰীছবেনত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন খেলৰ আজি প্রথমদিনৰ খেল বৰষুণৰ বাবে বিঘ্নিত হয়। আজি প্ৰথমদিনা ১৩ অভাৰ আৰু দুটা বল খেলা অৱস্থাত বৰষুণ অহাত খেল স্থগিত ৰখা হয়। আম্পায়ৰদ্বয়ে ভোজন বিৰতিৰ পাছত খেলপথাৰ নিৰীক্ষণ কৰি আজিৰ দিনটোৰ খেল স্থগিত ঘোষণা কৰে। সেই সময...

December 14, 2024 8:11 PM

views 14

অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ এখন বিদ্যালয়ত পানীৰ টেংকি ফাটি ৩জন ছাত্ৰৰ মৃত্যু

অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ এখন বিদ্যালয়ত আজি পানীৰ টেংকি ফাটি যোৱাৰ ফলত তিনিজন ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে দুজন ছাত্ৰ গুৰুতৰভাৱে আহত হয়। নাহৰলগুনৰ আৰক্ষী অধীক্ষক মিহিন গাম্বোৱে জনোৱা মতে আজি পুৱাৰ ভাগত এই দুর্ঘটনা সংঘটিত হয়। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু চাৰিজন কৰ্মচাৰীকে ধ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।