ৰাষ্ট্ৰীয়

December 14, 2024 8:08 PM

views 22

লোকসভাত সোমবাৰে এক দেশ, এক নির্বাচন সন্দৰ্ভত দুখন বিধেয়ক উত্থাপন কৰা হ’ব

লোকসভাত অহা সোমবাৰে এক দেশ, এক নির্বাচন সন্দৰ্ভত দুখন বিধেয়ক উত্থাপন কৰা হ'ব। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সংবিধান (১২৯ সংখ্যক সংশোধনী) বিধেয়ক আৰু কেন্দ্ৰীয়শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক নিম্ন সদনত উত্থাপন কৰিব। শেহতীয়াকৈ, চৰকাৰে সমগ্ৰ দেশতে একে সময়তে নির্বাচন অনুষ্ঠিত কৰাৰ বাবে...

December 14, 2024 8:06 PM

views 8

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱসৰ আজি সামৰণি

উত্তৰ-পূব সীমান্ত ৰে'লৱেই সপ্তাহজোৰা কাৰ্যসূচীৰে যোৱা ৮ ডিচেম্বৰৰ পৰা পালন কৰা ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱসৰ আজি সামৰণি পৰে। শক্তিৰ গুৰুত্ব আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি কালি উত্তৰ-পূব...

December 14, 2024 8:03 PM

views 18

ভাৰত গণতন্ত্ৰৰ মাতৃ আৰু বিশ্বৰ ভিতৰতে বৃহৎ গণতন্ত্ৰৰ দেশখনৰ বাবে সংবিধানৰ ৭৫ বছৰীয়া এই যাত্ৰা স্মৰণীয়ঃ প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত সংবিধান বিতর্কত ভাগ লয়। প্রধানমন্ত্ৰীগৰাকীয়ে সংবিধান বিতৰ্কৰ উত্তৰ দি কয়, যে ভাৰত গণতন্ত্ৰৰ মাতৃ আৰু বিশ্বৰ ভিতৰতে বৃহৎ গণতন্ত্ৰৰ দেশখনৰ বাবে সংবিধানৰ ৭৫ বছৰীয়া এই যাত্ৰা স্মৰণীয়। সংবিধানখনে সংবিধান প্রণেতাসকলৰ দৃষ্টিক তেওঁলোকৰ অৱদান আৰু আগুৱাই যোৱাৰ স...

December 14, 2024 3:41 PM

views 24

গুৱাহাটীত পঞ্চদশ ডিজিটেল ৰূপান্তৰকৰণ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তৰ অংশগ্ৰহণ

গুৱাহাটীত অনুষ্ঠিত পঞ্চদশ ডিজিটেল ৰূপান্তৰকৰণ সন্মিলনত কালি উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ তথ্য প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ তথ্য প্রযুক্তি বিভাগৰ সহযোগত দেশৰ তথ্য প্রযুক্তি খণ্ডৰ আগশাৰিৰ এটা প্ৰতিষ্ঠানে আৰম্ভ কৰা দিজিটেল ৰূপান্তৰকৰণ সন্মিলন খনত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয়...

December 14, 2024 3:31 PM

views 28

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়ক ই ভি কে এছ এলংগ’ৱনৰ মৃত্যু

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়ক ই ভি কে এছ এলংগ’ৱনৰ আজি চেন্নাইত মৃত্যু হয়। ইৰ'দ পূব সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ৭৫ বছৰীয়া নেতা গৰাকী দীৰ্ঘদিনধৰি অসুস্থ হৈ আছিল। ২০০৪ চনত তেওঁ লোকসভালৈ নিৰ্বাচিত হোৱাৰ লগতে দুবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ ২০০৪ ৰপৰা ...

December 14, 2024 3:16 PM

views 21

উপস্থাপন আৰু আলোচনাৰ সমতাই হৈছে ভাৰতীয় গণতন্ত্ৰৰ কেন্দ্ৰঃ উপ ৰাষ্ট্ৰপতি ধনখড়

উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয় যে উপস্থাপন আৰু আলোচনাৰ সমতাই হৈছে ভাৰতীয় গণতন্ত্ৰৰ কেন্দ্ৰ। তেওঁ ভাৰতীয় ডাক আৰু দূৰ সংযোগ গণনা আৰু বিত্ত সেৱা বিভাগৰ নতুন দিল্লীত অনুষ্ঠিত ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত এইদৰে কয়। সঠিক ব্যাখ্যা আৰু আলোচনাই উভয় পক্ষকে উপকৃত কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে সমন্ব...

December 14, 2024 3:15 PM

views 25

কাইলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশানায়ক

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশানায়কে কাইলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিব। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এয়া শ্রীদিশানায়কেৰ প্ৰথম ভ্ৰমণ হ'ব। তেওঁ কয়, যে এই তিনিদিনীয়া ভ্ৰম...

December 14, 2024 2:56 PM

views 24

প্রধানমন্ত্ৰী মোদীয়ে সংবিধানৰ আদৰ্শৰে চবকা চাথ, চবকা বিকাশ, চবকা বিশ্বাস আৰু চবকা প্ৰয়াস মন্ত্ৰৰে কাম কৰি আছেঃ ৰিজিজু

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবিধানৰ আদৰ্শৰে চবকা চাথ, চবকা বিকাশ, চবকা বিশ্বাস আৰু চবকা প্ৰয়াস মন্ত্ৰৰে কাম কৰি আছে। লোকসভাত চলি থকা সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰা বিষয়ক দুদিনীয়া আলোচনাত আজি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এইদৰে কয়। কালিৰে পৰা অনুষ্ঠিত এই আলোচনাত ভাগ লৈ মন্ত্ৰী ৰ...

December 14, 2024 3:03 PM

views 26

মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সমাৰোহত প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সমাৰোহত অধ্যক্ষতা কৰিছে। এই তিনিদিনীয়া সমাৰোহ কালিৰে পৰা অনুষ্ঠিত হৈছে। সমাৰোহখনত ৰাজ্যসমূহৰ সহযোগিতাত বিভিন্ন উন্নয়নমূলক কাম-কাজৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ সৈতে ৰাজ্য চৰকাৰসমূহৰ অংশী...

December 14, 2024 10:55 AM

views 31

২০১৪ চনৰ পৰা দেশৰ আভ্যন্তৰীন জলপথ খণ্ড পুনৰ উজ্জীৱীতকৰণৰ অগ্ৰগতিৰ সবিশেষ প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে সংসদৰ চলিত শীতকালীন অধিৱেশনত ২০১৪ চনৰ পৰা দেশৰ আভ্যন্তৰীন জলপথ খণ্ড পুনৰ উজ্জীৱীতকৰণৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ সবিশেষ প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে আভ্যন্তৰীণ জলপথক মালবাহী তথা যাত্রী চলাচলৰ অনুকূল আৰু বিকল্প পথ হিচাপে গঢ়ি তুলিবলৈ অহো...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।