ৰাষ্ট্ৰীয়

December 18, 2024 10:27 AM

views 34

এখন দেশ এটা নির্বাচন সম্পর্কীয় বিধেয়ক ২ খন বিস্তৃত আলোচনাৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণৰ সিদ্ধান্ত কেন্দ্ৰৰ

কেন্দ্ৰীয় চৰকাৰে এখন দেশ এটা নির্বাচন সম্পর্কীয় বিধেয়ক দুখন বিস্তৃত আলোচনাৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি লোকসভাত কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিব লাগে বুলি পৰামৰ্শ দিয়াৰ ল...

December 17, 2024 8:12 PM

views 29

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে প্ৰথমলানি পৰিপূৰক দাবী মঞ্জুৰিত লোকসভাৰ অনুমোদন

লোকসভাই ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে প্ৰথমলানি পৰিপূৰক দাবী মঞ্জুৰিত অনুমোদন দিছে। চৰকাৰে ৮৭ হাজাৰ ৭৬২ কোটি টকাৰ অতিৰিক্ত ব্যয়ৰ বাবে সংসদৰ অনুমোদন বিচাৰিছিল। সদনে লগতে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বিনিয়োজন বিধেয়কতো অনুমোদন দিছে। এই সন্দৰ্ভত সদনত হোৱা বিতৰ্কৰ উত্তৰ দি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ...

December 17, 2024 8:10 PM

views 26

দেশ বহনক্ষম চিকিৎসা পৰ্য্যটনৰ কেন্দ্ৰৰূপে উজ্বলি উঠিছে : ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে, যে আমাৰ দেশ বহনক্ষম চিকিৎসা পৰ্য্যটনৰ কেন্দ্ৰৰূপে উজ্বলি উঠিছে আৰু চিকিৎসকসকলে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অন্ধ্ৰপ্ৰদেশৰ মংগলাগিৰিৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান এইমছৰ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজি এইদৰে প্ৰ...

December 17, 2024 8:09 PM

views 18

ৰাজস্থানত ৪৬ হাজাৰ কোটিতকৈও অধিক টকা ব্যয়সাপেক্ষ ২৪ টা প্ৰকল্প মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ জয়পুৰত শক্তি, পথ, জল আৰু ৰে'ল খণ্ডৰ সৈতে জড়িত ৪৬ হাজাৰ কোটিতকৈও অধিক টকা ব্যয়সাপেক্ষ ২৪ টা প্ৰকল্প মুকলি আৰু আধাৰশিলা স্থাপন কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ভজনলাল শর্মা নেতৃত্বাধীন চৰকাৰৰ এবছৰীয়া বর্ষপূর্তি উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই প্রকল...

December 17, 2024 8:08 PM

views 19

পাকিস্তানলৈ প্ৰেৰণ কৰা এগৰাকী ভাৰতীয় মহিলা ২২ বছৰৰ মূৰত স্বদেশত উপস্থিত

এটা ভ্রমণ ব্যৱস্থাপনা প্রতিষ্ঠানৰ এজন সদস্যই প্ৰৱঞ্চনাৰে পাকিস্তানলৈ প্ৰেৰণ কৰা এগৰাকী ভাৰতীয় মহিলা ২২ বছৰৰ মূৰত আজি স্বদেশলৈ উভতি আহে। যাৱতীয় নথি-পত্ৰ পৰীক্ষা কৰাৰ অন্তত ভাৰতীয় ইমিগ্ৰেচন আৰু সীমা শুল্ক বিভাগে হামিদা বানো নামৰ এই মহিলাগৰাকীক অট্টাৰিৰ জিলা প্ৰশাসনক গতাই দিয়ে। তাৰ পাছত তেওঁক অমৃতচ...

December 17, 2024 7:58 PM

views 24

লোকসভাত আজি এখন ৰাষ্ট্ৰ, এটা নির্বাচন বিষয়ক বিধেয়ক উত্থাপন

এখন ৰাষ্ট্র-এটা নির্বাচন ব্যৱস্থা সম্পৰ্কীয় বিধেয়ক দুখন আজি লোকসভাত উত্থাপন কৰা হয়। আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সংবিধানৰ ১২৯ সংখ্যক সংশোধনী বিধেয়ক-২০২৪ আৰু কেন্দ্ৰীয়শাসিত অঞ্চল বিধি- ২০২৪ সদনত উত্থাপন কৰাৰ সময়ত বিৰোধী পক্ষৰ সাংসদসকলে ভোট বিভাজনৰ দাবী উত্থাপন কৰে। ২৬৯ গৰাকী সদস্যই বিধেয়ক দু...

December 17, 2024 6:53 PM

views 17

দেশৰ কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ছয় দফীয়া কৌশল যুগুত

দেশৰ কৃষকসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ছয় দফীয়া কৌশল যুগুত কৰিছে বুলি আজি লোকসভাত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰে । তেওঁ কয় যে কৃষকৰ আয় ২০০২-০৩ চনত মাহে দুহেজাৰ ১১৫ টকাৰ পৰা ২০১৮-১৯ চনত দহ হাজাৰ ২১৮ টকালৈ বৃদ্ধি পোৱাটোৱে চৰকাৰৰ প্ৰচেষ্টাৰ সাফল্যকে প্রতিফলি...

December 17, 2024 6:51 PM

views 36

তুলসী গৌড়াৰ মৃত্যুত প্রধানমন্ত্ৰীৰ শোকপ্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ পদ্ম বঁটাৰে সন্মানিত পৰিৱেশবিদ তুলসী গৌড়াৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। জীৱন কালত বহু হাজাৰ বৃক্ষ ৰোপণ কৰি পৰিৱেশ ৰক্ষাত অগ্রণী ভূমিকা গ্ৰহণ কৰা শ্ৰীমতী গৌড়াৰ মহান কৰ্মৰাজিৰ প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয়, যে আমাৰ ধৰিত্ৰী ৰক্ষাৰ বাবে কাম কৰি অহা নতুন প্ৰজন্মক...

December 17, 2024 6:27 PM

views 18

সমগ্ৰ দেশৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলি ধর্মেন্দ্র প্রধানৰ প্ৰকাশ

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা বছৰৰ পৰা নিযুক্তি পৰীক্ষাৰ পৰিৱৰ্তে, উচ্চ শিক্ষাৰ নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিব বুলি শিক্ষামন্ত্ৰী ধর্মেন্দ্র প্রধানে প্ৰকাশ কৰিছে। আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰে ১০টা নতুন পদ ...

December 17, 2024 7:54 PM

views 26

ৰাজ্যসভাত আজি সংবিধানৰ ৭৫ বছৰজোৰা গৌৰৱময় যাত্রা সম্পৰ্কীয় বিশেষ আলোচনা

ৰাজ্যসভাত সংবিধানৰ ৭৫ বছৰজোৰা গৌৰৱময় যাত্রা সম্পৰ্কীয় বিশেষ আলোচনা আজি পুনৰ আৰম্ভ আলোচনাত অংশ লৈ উচ্চ সদনৰ নেতা তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই কয়, যে ভাৰত বিশ্বৰ সবাতোকৈ বৃহৎ গণতান্ত্রিক ৰাষ্ট্ৰই নহয়, বৰং গণতন্ত্ৰৰ মাতৃও। তেওঁ কয়, যে ভাৰতীয় প্ৰমূল্য অনুসৰি স্বাধীনতা, গ্রহণযোগ্যতা, সমতা আ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।