ৰাষ্ট্ৰীয়

December 18, 2024 9:10 PM

views 26

ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ সৰ্বধৰ্ম সংবাদ অনুষ্ঠিত

ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে সংখ্যালঘু জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ অংশগ্ৰহণৰে সম্প্ৰীতি গঢ়ি তোলাৰ উদ্দেশ্যে বৌদ্ধ, জৈন আৰু আন ধৰ্মৰ লোকৰ সমস্যাৱলীৰ বিষয়ে আলোচনা কৰিবলৈ আজি এখন সৰ্বধৰ্ম সংবাদ অনুষ্ঠিত কৰে । আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়, যে ২০২১ চনৰ প...

December 18, 2024 9:07 PM

views 24

ড° বি আৰ আম্বেদকাৰ সন্দৰ্ভত অমিত শ্বাহৰ বক্তব্য বিকৃত কৰা বুলি বিৰোধী পক্ষক অভিযোগ চৰকাৰৰ

ড° বি আৰ আম্বেদকাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্য বিকৃত কৰা বুলি চৰকাৰে বিৰোধী পক্ষৰ প্ৰতি অভিযোগ তোলে। সংসদ ভৱনত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়, যে ৰাজ্যসভাত শ্ৰীশ্বাহৰ বক্তব্যৰ ক্ষুদ্ৰ অংশ এটা প্ৰচাৰ হৈছে, যাৰ ফলত তেওঁৰ মন্তব্য বিকৃত ৰূ...

December 18, 2024 9:06 PM

views 10

আৰক্ষীৰ আধুনিকীকৰণৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সৰ্বমুঠ ৪,৮৪৬ কোটি টকাত অনুমোদন

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে আৰক্ষীৰ আধুনিকীকৰণৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সাহায্য প্ৰদান কৰা আঁচনিৰ অধীনত সৰ্বমুঠ ৪,৮৪৬ কোটি টকা ব্যয়ত অনুমোদন জনাইছে। ৰাজ্যসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, যে এই আঁচনিৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰী...

December 18, 2024 9:02 PM

views 10

নতুন দিল্লীত সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কত আলোচনা

নির্বাচন আয়োগে আজি নতুন দিল্লীত সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰে। মুখ্য নির্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত নির্বাচন আয়ুক্তদ্বয় জ্ঞানেশ কুমাৰ আৰু ড° সুখবীৰ সিং সান্ধু আৰু আইন বলবৎকাৰী সংস্থাসমূহে অংশগ্ৰহণ কৰে। ইয়াৰ আগতে নির্বাচন আয়োগে আজি এই ...

December 18, 2024 2:14 PM

views 38

চলিত বছৰৰ তৃতীয়টো ত্রৈমাসিকত শ্ৰীলংকাৰ অর্থনীতি ৫.৫% বৃদ্ধি পাইছে

চলিত বছৰৰ তৃতীয়টো ত্রৈমাসিকত শ্ৰীলংকাৰ অর্থনীতি ৫.৫% বৃদ্ধি পাইছে৷ দ্বীপ ৰাষ্ট্ৰ খনৰ লোকপিয়ল আৰু পৰিসংখ্যা বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি স্থিৰ মূল্যত মুঠ ঘৰুৱা উৎপাদন বিগত বছৰৰ তৃতীয় ত্রৈমাসিকৰ ২.৯৮৭ ট্রিলিয়ন শ্ৰীলংকাৰ টকাৰ পৰা বৃদ্ধি পাই প্রায় ৩.১৫২ ট্রিলিয়ন শ্ৰীলংকাৰ টকা হৈছেগৈ। এই বৃদ্ধিৰ ম...

December 18, 2024 2:11 PM

views 30

চৰকাৰে আন্তঃগাঁথনি উন্নয়ন, অর্থনৈতিক বিকাশ আৰু কৃষিৰ লগতে সাংস্কৃতিক বিকাশ আৰু সম্প্ৰীতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছেঃ জি কিষান ৰেড্ডী

চৰকাৰে আন্তঃগাঁথনি উন্নয়ন, অর্থনৈতিক বিকাশ আৰু কৃষিৰ লগতে সাংস্কৃতিক বিকাশ আৰু সম্প্ৰীতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্রী জি কিষান ৰেড্ডীয়ে প্ৰকাশ কৰিছে। আজি পুৱা নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ভাষাসমূহ ৰাষ্ট্ৰীয় ঐক্য আৰু সাংস্কৃতিক ইতিহাসৰ এক গুৰ...

December 18, 2024 2:07 PM

views 26

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কৰ ভাৰত ভ্ৰমণৰ সময়ত জাৰি কৰা যুটীয়া বিবৃতিৰ প্ৰশংসা প্ৰাক্তন ৰাষ্ট্ৰপতি ৰানিল বিক্রম সিংঘৰ

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰানিল বিক্রম সিংঘেই দেশখনৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কেৰ শেহতীয়া ভাৰত ভ্ৰমণৰ সময়ত জাৰি কৰা যুটীয়া বিবৃতিৰ প্ৰশংসা কৰিছে। কলম্বোত জাৰি কৰা এটা বিবৃতিত প্রাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে এই ঘটনাৰাজিৰ প্ৰতি আদৰণি জনাইছে আৰু এই যুটীয়া বিবৃতিটোৱে ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ স...

December 18, 2024 2:03 PM

views 27

সন্ত্রাসবাদী সংগঠন বাবৰ খালচা ইণ্টাৰনেচনেলৰ দুধৰ্ষ সদস্য লখবীৰ সিঙৰ দুজন সহযোগীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ অভিযোগনামা দাখিল

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIA-ই নিষিদ্ধ ঘোষিত সন্ত্রাসবাদী সংগঠন বাবৰ খালচা ইণ্টাৰনেচনেলৰ দুধৰ্ষ সদস্য লখবীৰ সিঙৰ দুজন সহযোগীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা বুলি প্ৰকাশ কৰিছে। পাঞ্জাৱৰ ম’হালিৰ NIA ৰ এখন বিশেষ আদালতত কালি এই অভিযোগনামা দাখিল কৰা হয়। তদন্তকাৰী সংস্থাটোৰ সূত্ৰই প্ৰকাশ কৰা মতে অভিযুক...

December 18, 2024 2:00 PM

views 33

চৰকাৰে বিগত ১০ বছৰত সংখ্যালঘু সম্প্রদায়কে ধৰি দৰিদ্ৰ জনসাধাৰণৰ জীৱন উন্নীত কৰিছেঃ ধর্মেন্দ্র প্রধান

চৰকাৰে বিগত ১০ বছৰত সংখ্যালঘু সম্প্রদায়কে ধৰি দৰিদ্ৰ জনসাধাৰণৰ জীৱন উন্নীত কৰিছে বুলি কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সংখ্যালঘু শৈক্ষিক প্ৰতিষ্ঠানৰ ৰাষ্ট্ৰীয় আয়োগৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে সবকা সাথ, ...

December 18, 2024 1:56 PM

views 30

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ড° বি আৰ আম্বেদকাৰক অপমান কৰা বুলি অভিযোগ তুলি বিৰোধী পক্ষই সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। পুৱাৰ ভাগত লোকসভা মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে আৰু বাওঁ দলকে ধৰি বিৰোধী পক্ষৰ সাংসদসকলে ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।