ৰাষ্ট্ৰীয়

December 27, 2024 5:36 PM

views 18

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ নশ্বৰ দেহত বিভিন্ন লোকৰ শেষ শ্রদ্ধা তৰ্পণ

যোৱা নিশা দেহাৱসান ঘটা প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ নশ্বৰদেহ বৰ্তমান নতুন দিল্লীৰ মতিলাল নেহৰু মাৰ্গত থকা তেওঁৰ বাসগৃহত ৰখা হৈছে আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে নেতাগৰাকীৰ প্ৰতি শেষ শ্রদ্ধা তৰ্পণ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ...

December 27, 2024 3:46 PM

views 21

কাইলৈ ড০ মনমোহন সিঙৰ শেষ কৃত্য

যোৱা নিশা দেহাৱসান ঘটা প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ নশ্বৰদেহ বৰ্তমান নতুন দিল্লীৰ মতিলাল নেহৰু মাৰ্গত থকা তেওঁৰ বাসগৃহত ৰখা হৈছে আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে নেতাগৰাকীৰ প্ৰতি শেষ শ্রদ্ধা তৰ্পণ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মূৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

December 27, 2024 11:32 AM

views 8

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ ৯২ বছৰ বয়সত দেহাৱসান

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ কালি নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠানত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত বর্ষীয়ান ৰাজনীতিক গৰাকী কালি সন্ধিয়া নিজ বাসভৱনত হঠাৎ সংজ্ঞাহীন হৈ পৰাৰ পাছত নিশা ৮ বজাত তেওঁক জটিল অৱস্থাত চিকিৎসালয়খনৰ জৰ...

December 27, 2024 11:31 AM

views 15

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ বিয়োগত সাতদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ বিয়োগত সাতদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। এই সময়ছোৱাত সকলো চৰকাৰী কাৰ্যালয়, গুৰুত্বপূৰ্ণ অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ লগতে বিদেশত থকা ভাৰতীয় দূতাবাসসমূহতো ৰাষ্ট্ৰীয় পতাকা অর্ধনমিত কৰি ৰখা হ'ব। ইয়াৰ লগতে আমোদ-প্রমোদমূলক সকলো চৰকাৰী কাৰ্যসূচীও বন্ধ থাকিব।...

December 27, 2024 11:30 AM

views 21

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ বিয়োগত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, কংগ্ৰেছৰ সভাপতি, অসমৰ মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেকে ধৰি অন্যান্য কেন্দ্রীয় মন্ত্রী তথা বিভিন্ন দলৰ ৰাজনৈতিক নেতাসকলে ড০ মনমোহন সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ...

December 27, 2024 11:24 AM

views 16

ব্ৰহ্মপুত্ৰৰ ওপৰত ১৩৭ বিলিয়ন মার্কিন ডলাৰ ব্যয়সাপেক্ষ পৃথিৱীৰ বৃহত্তম বান্ধ নিৰ্মাণত চীনৰ অনুমোদন

চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত ১৩৭ বিলিয়ন মার্কিন ডলাৰ ব্যয়সাপেক্ষ পৃথিৱীৰ বৃহত্তম বান্ধ নিৰ্মাণত অনুমোদন জনাইছে। চীনৰ চৰকাৰী বাতৰি সংস্থা শ্বিনহুৱাৰ উদ্ধৃতি দি হংকঙৰ পৰা প্ৰকাশিত ছাউথ চাইনা মর্নিং পোষ্ট কাকতে প্রকাশ কৰা অনুসৰি ইয়াৰলুং জাংগু নামেৰে পৰিচিত ব্ৰহ্মপুত্ৰৰ তীব্বতৰ ইংৰাজী ইউ আকৃতিৰ অংশত এই বৃহ...

December 27, 2024 11:14 AM

views 14

আমেৰিকাৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জেক ছুলিভানৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে যোৱা নিশা ৱাশ্বিংটন ডি চিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা জেক ছুলিভানক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই ভাৰত আৰু আমেৰিকাৰ মাজৰ কৌশলগত অংশীদাৰিত্ব উন্নত কৰাৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে সাম্প্রতিক বিষয়সমূহত মতবিনিময় কৰে। ড০ জয়শংকৰ য...

December 27, 2024 11:13 AM

views 17

চতুৰ্থ সু-শাসন সপ্তাহ আৰু প্ৰশাসন গাঁৱৰ দিশে অভিযানৰ সামৰণি

চতুৰ্থ সু-শাসন সপ্তাহ আৰু প্ৰশাসন গাঁৱৰ দিশে অভিযানৰ সফলতাৰে সামৰণি পৰিছে। প্ৰশাসন সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ যুটীয়া উদ্যোগত যোৱা ১৯ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈ সু-শাসন সপ্তাহ আৰু ৰাষ্ট্ৰজোৰা প্ৰশাসন গাঁৱৰ দিশে অভিযান ৰূপায়ণ কৰা হয়। দেশৰ সৰ্ববৃহৎ কাৰ্যসূচী হিচাপে বিবেচিত হোৱা এই ব্যৱস্থাই ...

December 27, 2024 11:11 AM

views 12

আফ্রিকাৰ মুজাম্বিকৰ ৰাজধানী মাপুট’ৰ এখন জে’লৰ পৰা বৰদিনৰ দিনা পলাবলৈ চেষ্টা কৰা ৬ হাজাৰ কয়দীৰ ৩৩জনৰ মৃত্যু

আফ্রিকা মহাদেশৰ অন্তৰ্গত মুজাম্বিকৰ ৰাজধানী মাপুট’ত উচ্চ সুৰক্ষা সম্পন্ন এখন জে'লৰ পৰা বৰদিনৰ দিনা কমেও ৬ হাজাৰ কয়দীয়ে পলাবলৈ কৰা চেষ্টাত ৩৩ জন কয়দীৰ মৃত্যু হোৱাৰ লগতে আন ১৫ জন গুৰুতৰভাৱে আহত হয়। দেশখনত শেহতীয়াকৈ নিৰ্বাচনী ফলাফলৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতাৰ মাজতে এই ঘটনা সংঘটিত...

December 27, 2024 11:08 AM

views 10

চীনৰ শ্বেনবানত হ’বলগীয়া প্ৰথম কিং কাপ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন অপেনত লক্ষ্যসেনৰ লগতে ৭গৰাকী শীৰ্ষ পৰ্যায়ৰ খেলুৱৈৰ অংশগ্ৰহণ

বিশ্বৰ দ্বাদশ বাছনিৰ ভাৰতীয় খেলুৱৈ লক্ষ্যসেনৰ লগতে আন ৭ গৰাকী শীৰ্ষ পৰ্যায়ৰ খেলুৱৈ চীনৰ শ্বেনবানত কাইলৈ আৰম্ভ হ’বলগীয়া প্ৰথম কিং কাপ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন অপেন ২০২৪ত অংশ ল'ব। এই প্রতিযোগিতাত একক শাখাত মুঠ ৮ গৰাকী খেলুৱৈয়ে ভাগ ল'ব আৰু ভাৰতৰ লক্ষ্যসেন আজি কোৱাটাৰ ফাইনেলত হংকঙৰ এংগজ এনজিৰ বিৰুদ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।