ৰাষ্ট্ৰীয়

December 28, 2024 10:54 AM

views 13

প্রাক্তন প্রধানমন্ত্ৰী ড০ মনমোহন সিঙৰ অন্ত্যেষ্টিক্রিয়া সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন কৰা হ’ব

বৃহস্পতিবাৰৰ নিশা দেহাৱসান ঘটা প্রাক্তন প্রধানমন্ত্ৰী ড০ মনমোহন সিঙৰ অন্ত্যেষ্টিক্রিয়া সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে আজি নতুন দিল্লীৰ নিগমবোধ ঘাটত সম্পন্ন কৰা হ'ব। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে সম্পূর্ণ সামৰিক সন্মানেৰে ড০ সিঙৰ ৰাষ্ট্রীয় মর্যাদাৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ক অন...

December 27, 2024 7:30 PM

views 18

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ বিয়োগত কেন্দ্রীয় মন্ত্রীসভাৰ শোক প্ৰকাশ

কেন্দ্রীয় মন্ত্রীসভাই আজি প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ বিয়োগত শোক প্ৰকাশ কৰি এটা প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱত মনমোহন সিঙৰ বিয়োগত ৰাষ্ট্ৰই এগৰাকী বিচক্ষণ ৰাজনীতিবিদ, বিশিষ্ট অর্থনীতিবিদ আৰু প্ৰসিদ্ধ নেতা হেৰুৱালে বুলি উল্লেখ কৰা হৈছে। ড০ মনমোহন সিঙে জাতীয় জীৱনত গভীৰ ছাপ এৰি থৈ যোৱা বুলি...

December 27, 2024 7:16 PM

views 46

আই এফ চি এছ এ পিৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে এমহীয়াকৈ পালন

অৰুণাচল প্ৰদেশস্থিত ইন্দিজেনাচ ফেইথ এণ্ড কালচাৰেল চোছাইটি চমুকৈ আই এফ চি এছ এ পিয়ে এইবছৰ ৰূপালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি এমহীয়াকৈ এই জয়ন্তী পালনৰ দিহা কৰিছে । জনজাতি পৰিক্ৰমা মন্ত্রী জুৱেল ওৰাম, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খান্দু আৰু গৃহ মন্ত্ৰী মামা নেটুঙে এই অনুষ্ঠানৰ আজি শুভাৰম্ভ কৰে। আমাৰ...

December 27, 2024 7:09 PM

views 19

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদিশিক সচিব এণ্টনী ক্লিনকেনৰ সৈতে মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি ৱাছিংটন ডি চিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদিশিক সচিব এণ্টনী ক্লিনকেনৰ সৈতে বৈঠকত মিলিত হয়। ড০ জয়শংকৰে সামাজিক মাধ্যমযোগে কৈছে যে, বৈঠকত বিগত ৪ বছৰত দুয়ো দেশৰ মাজৰ সহযোগিতাৰ প্ৰগতিৰ পৰ্যালোচনা কৰা হয়। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কৰ দেশ দুখনৰ...

December 27, 2024 7:06 PM

views 16

য়েমেনৰত হুটি বিদ্ৰোহীয়ে আটক কৰা ৰাষ্ট্ৰসংঘৰ ১৩গৰাকী কৰ্মচাৰীৰ মুক্তি সন্দৰ্ভত আলোচনা সম্পূৰ্ণ

বিশ্ব স্বাস্থ্য সংস্থা WHO ৰ সঞ্চালক প্রধান টেড্ৰোছ অধোনম ঘেব্ৰেয়ছছে য়েমেনৰ ৰাজধানী ছনাত হুটি বিদ্ৰোহীয়ে আটক কৰা ৰাষ্ট্ৰসংঘৰ ১৩ গৰাকী কৰ্মচাৰীৰ মুক্তি সন্দৰ্ভত আলোচনা সম্পূৰ্ণ হোৱা বুলি প্ৰকাশ কৰিছে। শ্রীঘেব্রেয়ছছে সামাজিক মাধ্যমযোগে কৈছে, যে বিশ্ব স্বাস্থ্য সংস্থাই আটক কৰা লোককেইজনক শীঘ্ৰে মুকল...

December 27, 2024 7:04 PM

views 18

আজমেৰত চুফী সন্ত হজৰত খাজা মইনুদ্দিন চিষ্টিৰ ৮১৩ সংখ্যক উৰুছৰ প্ৰস্তুতি আৰম্ভ

ৰাজস্থানৰ আজমেৰত চুফী সন্ত হজৰত খাজা মইনুদ্দিন চিষ্টিৰ ৮১৩ সংখ্যক উৰুছৰ প্ৰস্তুতি আৰম্ভ হৈছে। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে সামাজিক মাধ্যমযোগে এইকথা প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে, শনিবাৰে আজমেৰৰ দৰগাহত চাদৰ আগবঢ়োৱা পৰম্পৰা সম্পন্ন হ'ব।

December 27, 2024 7:00 PM

views 15

কাইলৈ পুৱা ৯.৩০ বজাত প্ৰাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ অন্তিম যাত্ৰা

নতুন দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা কাইলৈ পুৱা চাৰে ন বজাত প্ৰাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ অন্তিম যাত্ৰা আৰম্ভ হ'ব। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ আজি তেওঁৰ দিল্লীৰ বাসগৃহত জনসাধা...

December 27, 2024 5:58 PM

views 15

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিভিন্ন অঞ্চলত পাতলীয়া বৰষুণ

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিভিন্ন অঞ্চলত আজি পুৱাৰ ভাগত পাতলীয়া বৰষুণ হয়। অৱশ্যে কুঁৱলীৰ বাবে মহানগৰখনৰ দৃশ্যমানতা হ্ৰাস পায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজি পুৱা ৮ বজাত চফদজং ষ্টেচনত সর্বনিম্ন তাপমাত্রা ১১ দশমিক ৪ ডিগ্রী ছেলচিয়াছ ৰেকৰ্ড কৰা হয়। বতৰ বিজ্ঞান বিভাগে দিল্লীত কাইলৈও ধুম...

December 27, 2024 5:44 PM

views 38

২৯ ডিচেম্বৰত আকাশবাণীযোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৯ ডিচেম্বৰত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১১৭ সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ ১৮০০ ১১ ৭৮০০ টোল ফ্ৰী নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে। নমো এপ...

December 27, 2024 5:41 PM

views 13

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোন সিঙৰ মৃত্যুত বিশ্বৰ বিভিন্ন নেতাৰ শোক প্ৰকাশ

প্রাক্তন প্রধানমন্ত্রী ড০ মনমোন সিঙৰ মৃত্যুত বিশ্বৰ বিভিন্ন নেতাই শোক প্ৰকাশ কৰিছে। মার্কিন ছেক্রেটেৰী অব ষ্টেট এণ্টনি ব্লিংকেনে প্রাক্তন প্রধানমন্ত্ৰী গৰাকীক ভাৰত-মার্কিন সম্পৰ্কৰ এগৰাকী প্ৰধান খনিকৰ বুলি উল্লেখ কৰে আৰু দুয়ো দেশৰ মাজত কৌশলগত সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত ড০ মনমোহন সিঙৰ ভূমিকাক শ্ৰদ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।