ৰাষ্ট্ৰীয়

December 26, 2024 6:32 PM

views 23

১৭ টি শিশুক প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ প্ৰদান ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ৭ টা শিতানত ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৭ টি শিশুক তেওঁলোকৰ অসাধাৰণ সাফল্যৰ বাবে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ প্ৰদান কৰে। কলা-সংস্কৃতি, সাহসিকতা, উদ্ভাৱন, বিজ্ঞান আৰু প্ৰযুক্তি, সমাজ সেৱা, ক্ৰীড়া আৰু পৰিবেশ ক্ষেত্ৰত লাভ কৰা...

December 25, 2024 8:30 PM

views 46

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা খাজুৰাহোত দেশৰ প্ৰথমটো অভিলাসী তথা বহুমুখী কেন-বেটৱা নদী আন্তঃসংযোগ ৰাষ্ট্ৰীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্য প্ৰদেশৰ বিভিন্ন স্থানত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে শ্রীমোদীয়ে খাজুৰাহোত ৪৪,৬০৫ কোটি টকা ব্যয়সাপেক্ষ দেশৰ প্ৰথমটো অভিলাসী তথা বহুমুখী কেন-বেটৱা ...

December 25, 2024 8:27 PM

views 16

নতুনকৈ গঠিত বহুমুখী প্রাথমিক কৃষি সমবায় সমিতি, দুগ্ধ আৰু মীন সমবায় সমিতি ৰাষ্ট্ৰৰ নামত কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহৰ উৎসৰ্গা

কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীৰ পুছাত নতুনকৈ গঠিত ১০ হাজাৰৰো অধিক বহুমুখী প্রাথমিক কৃষি সমবায় সমিতি, দুগ্ধ আৰু মীন সমবায় সমিতি ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। শ্ৰীশ্বাহে নৱগঠিত সমবায় সমিতিসমূহক পঞ্জীয়নৰ প্ৰমাণ পত্ৰ, ৰূপে কিষাণ ক্রেডিট কাৰ্ড আৰু মাইক্ৰ' এটিএম বিতৰণ কৰে। এই বিত্ত...

December 25, 2024 8:22 PM

views 13

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ১৭ টি শিশুক  কাইলৈ প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ নতুন দিল্লীত মুঠ ৭ টা শাখাত ১৭ টি শিশুক প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰিব। কলা-সংস্কৃতি, সাহসিকতা, উদ্ভাৱন, বিজ্ঞান আৰু প্ৰযুক্তি, সমাজ সেৱা, ক্রীড়া আৰু পৰিবেশ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে দেশৰ ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্...

December 25, 2024 8:19 PM

views 29

কেন্দ্ৰীয় ৰাজ্যমন্ত্রী জীতেন্দ্র সিঙৰ তৃণমূল পৰ্যায়ত প্রশাসন শক্তিশালী কৰাৰ উদ্দেশ্যে বিকশিত পঞ্চায়ত কৰ্মযোগী পদক্ষেপৰ শুভাৰম্ভ

ৰাজহুৱা আপত্তি তথা পেঞ্চন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্রী জীতেন্দ্র সিঙে আজি সুশাসন দিৱসৰ দিনা তৃণমূল পৰ্যায়ত প্রশাসন শক্তিশালী কৰাৰ উদ্দেশ্যে বিকশিত পঞ্চায়ত কৰ্মযোগী পদক্ষেপৰ শুভাৰম্ভ কৰে। পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ নির্বাচিত প্রতিনিধিসকলক প্ৰয়োজনীয় সঁজুলি আৰু উপাদানেৰে ফলপ্ৰসূ প্ৰশাসন ব্যৱস্থ...

December 25, 2024 6:57 PM

views 12

মণিপুৰ, মিজোৰাম, ওড়িশা, বিহাৰ আৰু কেৰালাত নতুন ৰাজ্যপাল নিযুক্তি

মণিপুৰ, মিজোৰাম, ওড়িশা, বিহাৰ আৰু কেৰালাত নতুন ৰাজ্যপাল নিযুক্তি দিয়া হৈছে। কালি ৰাষ্ট্ৰপতি ভৱনৰ পৰা জাৰি কৰা অধিসূচনা কৰা অনুসৰি অজয় কুমাৰ ভাল্লাক মণিপুৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে আৰু প্ৰাক্তন স্থলাসেনাধ্যক্ষ তথা কেন্দ্ৰীয় মন্ত্ৰী অৱসৰপ্ৰাপ্ত জেনেৰেল ভি কে সিঙক মিজোৰামৰ ৰাজ্যপাল হিচা...

December 25, 2024 6:52 PM

views 29

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয় ৰাজ্য মন্ত্ৰী ড° এল মুৰুগানৰ ঝাৰখণ্ডৰ আকাশবাণী আৰু দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহ পৰিদৰ্শন

ঝাৰখণ্ড ভ্ৰমণলৈ যোৱা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী ড° এল মুৰুগানে আজি পালামুৰৰ দালটোনগঞ্জনত থকা আকাশবাণী আৰু দূৰদৰ্শনৰ আঞ্চলিক কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে আকাশবাণীৰ ষ্টুডিঅ'ৰ পৰা পোনপটীয়াভাৱে জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। ড° মুৰুগানে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মো...

December 25, 2024 6:42 PM

views 13

মুখ্যমন্ত্ৰী মহিলা সন্মান যোজনা সন্দৰ্ভত কোনো জাননী প্ৰকাশ কৰা নাই বুলি দিল্লী চৰকাৰৰ স্পষ্টীকৰণ

দিল্লী চৰকাৰে মুখ্যমন্ত্ৰী মহিলা সন্মান যোজনা সন্দৰ্ভত কোনো জাননী প্ৰকাশ কৰা নাই বুলি ৰাজ্যখনৰ মহিলা আৰু শিশু বিকাশ বিভাগে স্পষ্ট কৰি দিছে। বিভাগটোৰ যুটীয়া সঞ্চালকে এই বিষয়ত কয়, যে তেওঁলোকে সংবাদ মাধ্যমৰ জৰিয়তে এটা ৰাজনৈতিক দলে এই আঁচনিৰ অধীনৰ মহিলাসকলক প্ৰতিমাহে ২১০০ টকাকৈ প্ৰদান কৰা হ'ব বুলি দ...

December 25, 2024 6:37 PM

views 27

পণ্ডিত মদন মোহন মালব্যৰ জন্মবার্ষিকীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাৰ্ঘ্য

স্বাধীনতা সংগ্রামী, শিক্ষাবিদ আৰু সমাজ সংস্কাৰক পণ্ডিত মদন মোহন মালব্যৰ আজি জন্মবার্ষিকী। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয়, যে পণ্ডিত মালব্য এগৰাকী সক্ৰিয় স্বাধীনতা সংগ্ৰামী হোৱাৰ লগতে তেওঁ জীৱ...

December 25, 2024 6:31 PM

views 45

সুশাসন দিৱসৰ লগত সংগতি ৰাখি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মধ্যপ্ৰদেশৰ খাজুৰাহোত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশত সু-শাসন দিৱস পালন কৰা হৈছে। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশ ভ্ৰমণ কৰি খাজুৰাহোত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত কেন-বেট্ৰা নদী আন্তঃ সংযোগ ৰাষ্ট্ৰীয় প...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।