ৰাষ্ট্ৰীয়

December 27, 2024 11:07 AM

views 13

এছিয়ান বক্সিং কনফেডাৰেচনৰ পদবীত অসমৰ হেমন্ত কুমাৰ কলিতা-লাভলিনা বৰগোহাঁই

অসমৰ লাভলিনা বৰগোঁহাই আৰু হেমন্ত কুমাৰ কলিতাই এছিয়ান বক্সিং কনফেডাৰেছন (এবিচি)ৰ নতুন কমিটীত গুৰুত্বপূৰ্ণ পদবী লাভ কৰিছে৷ থাইলেণ্ডত অনুষ্ঠিত এ বি চিৰ সভাত লোৱা সিদ্ধান্ত অনুসৰি ভাৰতীয় বক্সিং ফেডাৰেচনৰ সচিবপ্ৰধান তথা অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাক ‘অলিম্পিক কমিচন’ৰ সদস্যৰূপে মনোনীত কৰা ...

December 26, 2024 8:41 PM

views 23

পুডুচেৰী আৰু কৰাইকালৰ বিভিন্ন ঠাইত আজি বিংশতম ছুনামী স্মৃতি দিৱস পালন

পুডুচেৰী আৰু কৰাইকালৰ বিভিন্ন ঠাইত আজি বিংশতম ছুনামী স্মৃতি দিৱস পালন কৰা হয়। উপ- ৰাজ্যপাল কে কৈলাশনাথন আৰু মুখ্যমন্ত্ৰী এন ৰংগাস্বামীয়ে এই স্মৃতিচাৰণ সভাখনৰ অধ্যক্ষতা কৰে। উপস্থিত লোকসকলে ২০০৪ চনত এই বিধবংসী প্ৰাকৃতিক দুৰ্যোগত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সাগৰত দুগ্ধ ...

December 26, 2024 8:39 PM

views 29

সীমান্ত নিৰাপত্তা বাহিনীত নিশ্চিত দৰমহা বৃদ্ধি আঁচনি বলবৎ কৰিবলৈ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

দিল্লী উচ্চ ন্যায়ালয়ে সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফত তৃতীয় এম এ চি পি অর্থাৎ নিশ্চিত দৰমহা বৃদ্ধি আঁচনি বলবৎ কৰিবলৈ নিৰ্দেশ দিছে। বাহিনীটোৰ কেইগৰাকীমান অৱসৰপ্ৰাপ্ত বিষয়া আৰু জোৱানে চাকৰি জীৱনৰ ৩০ বছৰ সম্পূৰ্ণ কৰাৰ পাছত তৃতীয় এম এ চি পি লাভ কৰিবলৈ জনোৱা আবেদন বি এছ এফ কর্তৃপক্ষই প্রত্য...

December 26, 2024 8:38 PM

views 24

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পৰিসংখ্যা প্ৰকাশ

নির্বাচন আয়োগে আজি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পৰিসংখ্যা প্ৰকাশ কৰিছে। সেই অনুসৰি বিগত লোকসভা নিৰ্বাচনত দেশৰ মুঠ ৬৪ কোটি ৬৪ লাখ ভোটদাতাই ভোটদান কৰিছিল। ইয়াৰ ভিতৰত ৬৫. ৭-৮ শতাংশ মহিলা ভোটাদাতা আছিল। আয়োগে প্ৰকাশ কৰা ৪২খন বিস্তাৰিত পৰিসংখ্যাগত প্ৰতিবেদনত কোৱা হৈছে যে এইবাৰ পঞ্জীয়নভুক্ত তৃত...

December 26, 2024 8:36 PM

views 28

বিজেপিৰ সৈতে গোপন বুজাবুজি কৰা বুলি কংগ্ৰেছক অভিযোগ আম আদমী পার্টীৰ

অহা বছৰৰ আগভাগত হ'বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহৰ মাজত বোকা ছটিওৱাৰ খেল আৰম্ভ হৈছে। দিল্লীৰ শাসনাধিস্থিত আম আদমী পার্টীয়ে কংগ্ৰেছ দলে তেওঁলোকৰ দলক পৰাজিত কৰাৰ বাবে বিজেপিৰ সৈতে গোপন বুজাবুজি কৰিছে বুলি অভিযোগ কৰিছে। আজি নতুন দিল্লীত আয়োজিত এখন সংবাদ মেলত আম আদমী পাৰ্টীৰ ল...

December 26, 2024 8:34 PM

views 18

আগশাৰীৰ প্ৰতিযোগিতামূলক প্রশিক্ষণ প্রতিষ্ঠানক জৰিমনা কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ

কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ চি চি পি এ দেশৰ তিনিটা আগশাৰীৰ প্ৰতিযোগিতামূলক প্রশিক্ষণ প্রতিষ্ঠানক জৰিমনা বিহিছে। এই প্রশিক্ষণ প্রতিষ্ঠানকেইটা হৈছে বাজিৰাও এণ্ড ৰেড্ডী ইনষ্টিটিউট, ষ্টাডি আই কিউ আই এ এছ প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু এড্‌জ আই এ এছ প্রশিক্ষণ প্রতিষ্ঠান। এই প্রতিষ্ঠানকেইটাই কেন্দ্রীয় ...

December 26, 2024 8:32 PM

views 11

চৰকাৰে যুৱ শক্তিক সৱলীকৰণ কৰাৰ উদ্দেশ্যে আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বিশ্বই যুৱ শক্তিৰ বাবে আশা আৰু আকাংক্ষাৰে ভাৰতলৈ চাইছে। নতুন দিল্লীত আজি আয়োজিত বীৰ শিশু দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্রীমোদীয়ে কয় যে চৰকাৰে যুৱ শক্তিক সৱলীকৰণ কৰাৰ উদ্দেশ্যে আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিছে। তেওঁ কয় যে ষ্টার্ট-আপ ইকো- চিষ্টেম, মহাকাশ অর্...

December 26, 2024 6:46 PM

views 17

দেশৰ বিভিন্ন স্থানত ১২৫ সংখ্যক জয়ন্তীত ছহিদ উধম সিঙক শ্ৰদ্ধাঞ্জলি তৰ্পন

বিপ্লৱী ছহিদ উধম সিঙৰ আজি ১২৫ সংখ্যক জয়ন্তী। ১৮৯৯ চনৰ আজিৰ দিনটোতে অবিভক্ত ভাৰতবৰ্ষৰ পঞ্জাৱ প্ৰদেশৰ সুনাম গাঁৱত জন্মগ্ৰহণ কৰা এই বিপ্লৱীগৰাকীয়ে সেইসময়ৰ পঞ্জাৱৰ লেফটেনেণ্ট গৱৰ্ণৰ মাইকেল অ'ডৱায়াৰক লণ্ডনত হত্যা কৰি জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্রতিশোধ লৈছিল। উল্লেখযোগ্য যে ইংৰাজৰ জিম্মাত থকা সময়ত ...

December 26, 2024 6:42 PM

views 13

এম টি বাসুদেৱন নায়াৰৰ মৃত্যুত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্রধানমন্ত্রীয়ে শোক প্রকাশ

কালি দেহাৱসান ঘটা মালায়ালয়ম ভাষাৰ প্ৰখ্যাত লেখক আৰু ছবি নিৰ্মাতা এম টি বাসুদেৱন নায়াৰৰ অন্ত্যেষ্টিক্রিয়া আজি বিয়লি কেৰালাৰ কোজিকড়ৰ মান্ডু ৰোড শ্মশানত সম্পন্ন কৰা হ'ব। আজি কেৰালাৰ মুখ্যমন্ত্রী পিনাৰায় বিজয়ন, বিশিষ্ট অভিনেতা মোহনলাল, চলচ্চিত্র নির্মাতা হৰিহৰণ আৰু লেখক এম এন কাৰাছেৰী আদি ভালেসং...

December 26, 2024 6:38 PM

views 15

ভাৰত মণ্ডপমত আয়োজিত বীৰ শিশু দিৱসৰ অনুষ্ঠানত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত বীৰ শিশু দিৱসৰ অনুষ্ঠানত অংশগ্রহণ কৰিব। শিশুসকলক দেশৰ ভৱিষ্যতৰ ভেটি হিচাপে সন্মান জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তেওঁ লগতে এটা সমাবেশতো ভাষণ দিব। শ্ৰী মোদীয়ে শিখ ধর্মগুৰু গোবিন্দ সিঙৰ পুত্রদ্বয়ৰ সাহসিকতাৰ সোঁৱৰণত ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।